• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্ত্ৰীয়েই সুৰক্ষিত নহয় মণিপুৰত! মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ, তদন্ত আৰম্ভ সেনাৰ

মন্ত্ৰীয়েই সুৰক্ষিত নহয় মণিপুৰত! মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ, তদন্ত আৰম্ভ সেনাৰ

3 years ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

3 minutes ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

39 minutes ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

1 hour ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

1 hour ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

2 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

2 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

3 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

4 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

4 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মন্ত্ৰীয়েই সুৰক্ষিত নহয় মণিপুৰত! মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ, তদন্ত আৰম্ভ সেনাৰ

editor by editor
June 15, 2023
in অপৰাধ, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত
0
মন্ত্ৰীয়েই সুৰক্ষিত নহয় মণিপুৰত! মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ, তদন্ত আৰম্ভ সেনাৰ
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১২ সদস্যবিশিষ্ট মণিপুৰৰ মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা মন্ত্ৰী নেমছা কিগপেনৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই। বুধবাৰে নিশা তেওঁৰ ঘৰত অগ্নিসংযোগ কৰিছে দুষ্কৃতিকাৰীয়ে। অৱশ্যে সেই সময়ত নিজা বাসগৃহত নাছিল মন্ত্ৰীগৰাকী। বুধবাৰে এই ঘটনাৰ পাছতেই বহুতেই এতিয়া প্ৰাণৰ শংকাত ভূগিছে। এই ঘটনাৰ পাছতেই মণিপুৰৰ প্ৰায়সংখ্যক জনতাৰেই এটাই প্ৰশ্ন, ‘মন্ত্ৰীয়ে যিখন ৰাজ্যত সুৰক্ষিত নহয় সেইখন ৰাজ্যত সাধাৰণ জনতাৰ নিৰাপত্তা ক’ত?’

মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়াৰ খবৰ পোৱা মাত্ৰকেই সেই স্থানত উপস্থিত হয় সেনা জোৱান। বুধবাৰে কাংকোপপি জিলাত হোৱা সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু হৈছে। আঘাতপ্ৰাপ্ত হৈছে ১০ জনৰো অধিক লোক। বিগত ৩ মে’ৰ পৰা মণিপুৰত অব্যাহত আছে মেইতেই আৰু কুকিৰ মাজত সংঘাত। এই জাতিসংঘৰ্ষত বৰ্তমানলৈ দুয়োটা সম্প্ৰদায়ৰে কেইবাজনো লোক নিহত হৈছে।

মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰৰ তৰফৰ পৰা একাধিক পদক্ষেপ লোৱা হৈছে যদিও এতিয়াও সমাধানসূত্ৰ উলিয়াব পৰা নাই দলটোৱে। মণিপুৰৰ উপত্যকা এলেকাত বাস কৰা মেইতেই সকলক এছ টি মৰ্যাদা দিয়াক লৈ ক্ষোভিত হৈ পৰিছিল কুকিসকল। কিন্তু কুকিৰ অভিযোগ কোনো কাৰণতে মানি নলয় মেইতেইসকলে। মেইতেইসকলৰ দাবী যে কুকিসকলে তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিছে।

মণিপুৰৰ প্ৰশাসনিক সূত্ৰই জনোৱা অনুসৰি মঙলবাৰে সন্ধিয়াৰ পৰা কাংপোকপি জিলাত আৰম্ভ হৈছে সংঘৰ্ষৰ। মেইতেই খামেনলক, চুল্লোউফাই আৰু আইগেজাং গাওঁত ধাৰাবাহিক আক্ৰমণো চলিছে। তিনিওখন গাওঁৰ প্ৰায় সকলোবোৰ ঘৰতেই অগ্নিসংযোগো কৰা হৈছে। মেইতেই সকলে গুলীচালনাও কৰিছে কুকিক উদ্দেশ্যি। বৰ্তমান সেই অঞ্চলত সেনাই অভিযান চলাই কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
Next Post
দ্বিতীয়বাৰ UPSC দিয়েই নৱম ৰেংক! মাত্ৰ ২৩ বছৰ বয়সতেই IAS অফিচাৰ, কণিকাৰ সাফল্যৰ ৰহস্য কি?

দ্বিতীয়বাৰ UPSC দিয়েই নৱম ৰেংক! মাত্ৰ ২৩ বছৰ বয়সতেই IAS অফিচাৰ, কণিকাৰ সাফল্যৰ ৰহস্য কি?

৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং

৪০০ বাহনেৰে ছাইৰেন বজাই ৩০০ কিঃমিঃ কনভয় সহিতে যাত্ৰা কৰি গেৰুৱা বসন সলাই কংগ্ৰেছী হ’ল জ্যোতিৰাদিত্য সিন্ধেৰ ঘনিষ্ঠ বৈজনাথ সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.