• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

1 year ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

49 minutes ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

1 hour ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

2 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

3 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

4 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

4 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

7 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

8 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?

editor by editor
December 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
১১ ঘণ্টীয় বাইপাছ ছাৰ্জাৰি, জ্ঞান অহাৰ পাছত প্ৰথমে কি কৈছিল মনমোহন সিঙে?
0
SHARES
396
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে নিশা মৃত্যুক সাবটি হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে৷ তাৰ পূৰ্বে ভাৰতৰ বিত্তমন্ত্ৰীৰ দায়িত্বতো আছিল তেওঁ৷ মনমোহন সিঙৰ প্ৰয়াণত কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, শোকস্তব্ধ শিক্ষাৰ ক্ষেত্ৰও৷ নানান কাৰণত নানান ধৰণে বিভিন্নজনে তেওঁ স্মৃতি ৰোমন্থন কৰিছে৷ মনমোহন সিঙৰ আড়ম্বৰহীন জীৱনৰ কলাজ আকৌ ৰোমন্থন কৰিছে৷ এন ডি টিভিৰ এটা পুৰণি প্ৰতিবেদন আকৌ এবাৰ ভাইৰেল হৈছে৷ য’ত জীৱনৰ এটি বিশেষ দিনৰ কথা তেওঁ নিজ মুখেৰেই কৈ গৈছে৷

চন আছিল ২০০৯ চন৷ তেতিয়া ইউপি এ চৰকাৰ ক্ষমতাত আছিল৷ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম ম্যাদ৷ সেই সময়তেই এক জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল মনমোহন সিঙৰ৷ দিল্লীৰ এইমছত কৰোনাৰি বাইপাছ চাৰ্জাৰি হৈছিল তৎকালীন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ৷ ১০-১১ ঘণ্টাজোৰা অস্ত্ৰোপচাৰৰ পাছত প্ৰথম যেতিয়া তেওঁ জ্ঞান ঘূৰাই পায় তেতিয়া ঠিক কি কৈছিল মনমোহন সিঙে?

এক সাক্ষাৎকাৰত সেয়াই জনাইছে সেই সময়ৰ মনমোহন সিঙৰ চিকিৎসক কাৰ্ডিয়াক চাৰ্জেন ৰমাকান্ত পাণ্ডাই৷ এন ডি টিভিক ৰমাকান্তই কৈছে, ‘আমি যেতিয়া অস্ত্ৰোপচাৰ শেষ কৰো তেতিয়া নিশা প্ৰথমে যেতিয়া ব্ৰিথিং পাইপ বাহিৰ কৰা হৈছিল তেতিয়া এজন ব্যক্তিয়ে কথা ক’ব পাৰে৷ ব্ৰিথিং পাইপ উলিয়াই অনাৰ পিছত প্ৰথম কথা কি কৈছিল মনমোহন সিঙে?

সেই সময়ত মনমোহন সিঙে চিকিৎসকক সুধিছিল, মোৰ দেশ কেনে আছে? কাশ্মীৰ কেনে আছে?চিকিৎসকে এই সন্দৰ্ভত কয়, ‘মই কৈছিলো আপুনিতো চাৰ্জাৰিক লৈ কিছু সোধপোছ নকৰিলে৷ তাৰ উত্তৰত সিঙে মোক কৈছিল মই চাৰ্জাৰিক লৈ চিন্তিত নহয়, আমাৰ দেশক লৈহে মই চিন্তিত৷’ কাৰ্ডিয়াক ছাৰ্জন ৰমাকান্ত পাণ্ডাই কৈছিল, ‘তেওঁ খুব ডাঙৰ মনৰ মানুহ আছিল৷ মাটিৰ মানুহ আছিল৷ দেশপ্ৰেমী আছিল৷ বহু ৰোগীয়েই অস্ত্ৰোপচাৰৰ পাছত বুকুত বিষ হোৱা বুলি অভিযোগ কৰে৷ কিন্তু মনমোহন সিঙে কোনোদিনো এনে অভিযোগ অনা নাছিল৷ তেওঁ এজন অত্যন্ত সৎ মানুহ আছিল৷’

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত দেশত সাত দিন ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে৷ কেইবাদিন সৰ্বত্ৰ জাতীয় পতাকা অৰ্ধনমিত থাকিব৷ শুকুৰবাৰে যাৱতীয় চৰকাৰী অনুষ্ঠানো বাতিল কৰা হৈছে৷ শনিবাৰে পুৱা ১১ বাজি ৪৫ মিনিটত দিল্লীৰ নিগমবোধ ঘাটত হ’ব মনমোহন সিঙৰ শেষকৃত্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!
জীৱনশৈলী

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

March 15, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?
জীৱনশৈলী

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

March 15, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
Next Post
অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.