• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পদক, ইতিহাস এইবোৰ ভৱা নাছিলো, কেৱল শেষ পৰ্যন্ত যুঁজ দি গলো, দ্বিতীয় পদক জয় কৰি কি ক’লে মনু ভাকেৰে?

পদক, ইতিহাস এইবোৰ ভৱা নাছিলো, কেৱল শেষ পৰ্যন্ত যুঁজ দি গলো, দ্বিতীয় পদক জয় কৰি কি ক’লে মনু ভাকেৰে?

2 years ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

3 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

4 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

4 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

6 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

6 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

7 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

8 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

9 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

9 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

10 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

11 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পদক, ইতিহাস এইবোৰ ভৱা নাছিলো, কেৱল শেষ পৰ্যন্ত যুঁজ দি গলো, দ্বিতীয় পদক জয় কৰি কি ক’লে মনু ভাকেৰে?

পদক, ইতিহাস এইবোৰ ভৱা নাছিলো, কেৱল শেষ পৰ্যন্ত যুঁজ দি গলো, দ্বিতীয় পদক জয় কৰি কি ক’লে মনু ভাকেৰে?

editor by editor
July 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পদক, ইতিহাস এইবোৰ ভৱা নাছিলো, কেৱল শেষ পৰ্যন্ত যুঁজ দি গলো, দ্বিতীয় পদক জয় কৰি কি ক’লে মনু ভাকেৰে?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ দুদিনৰ ব্যৱধান৷ আকৌ এবাৰ ভাৰতক দিলে পদকৰ সোৱাদ৷ দুদিনৰ ব্যৱধানত দ্বিতীয়টো পদক জয় কৰিলে মনু ভাকেৰে৷ ১০ মিটাৰ এয়াৰ পিস্তলত ব্যক্তিগত ইভেণ্টৰ পাছত মিক্সড ইভেণ্টতো ব্ৰঞ্জ জয় কৰিলে মনু ভাকেৰে৷ এই মেচত তেওঁৰ সংগী আছিল সৰৱজিৎ সিংহ৷ প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ হিচাপে অলিম্পিকত দুটাকৈ পদক জয় কৰিছে মনু ভাকেৰে৷ জয়ৰ পাছতেই তেওঁ কয় যে, ইতিহাসত নাম লিপিবদ্ধ কৰিম বুলি খেলা নাছিল৷ শেষ পৰ্যন্ত যুদ্ধ কৰি যোৱাৰ মানসেৰে যুঁজত নামিছিল মনু ভাকেৰ আৰু তেওঁৰ সংগী সৰৱজিৎ সিংহ৷

ভাৰতৰ ব্ৰঞ্জ নিশ্চিত হোৱাৰ পাছতেই গেলাৰীৰ দৰ্শকৰ অভিবাদন গ্ৰহণ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ তাৰমাজতেই এক স্পৰ্টছ চেনেলৰ সন্মুখত মনুৱে কয়, ‘সকলোৰে ওচৰত মই কৃতজ্ঞ৷ দ্বিতীয় ভাৰতীয় হিচাপে পদক জিকি মই গৰ্বিত৷ সকলোৰে আশীৰ্বাদ অবিহনে এয়া সম্ভৱ নাছিল৷’

প্ৰথম চিৰিজত ভাৰতীয় দল পিছুৱাই আছিল কোৰিয়াৰ সন্মুখত৷ বেয়া স্কোৰ কৰিছিল সৰবজিতে৷ কিন্তু দ্বিতীয় চিৰিজৰ পৰাই আকৌ ফৰ্মত আহে ভাৰত৷ এটাৰ পাছত এটাকৈ ৪টা চিৰিজ জিকি পেলাই ভাৰতে৷ খেল তেতিয়া ভাৰতৰ হাতত৷ মনুৱে প্ৰতিখন চিৰিজতেই ভাল স্কোৰ কৰিছিল সেয়াই জয়ৰ অন্যতম কাৰণ৷ এই বিষয়ে বাখ্যা কৰিবলৈ গৈ মনুৱে কয়, ‘প্ৰকৃততে সকলো সময়তে সকলোবোৰ আমাৰ হাতত নাথাকে৷ যি থাকে সেই সময়খিনিত নিজৰ সকলোবোৰ দি চেষ্টা চলাব লাগে৷ পেৰিছলৈ অহাৰ পূৰ্বেই মই আৰু সৰৱজিতে ঠিক কৰিছিলো যে, অন্য কোনো কথাতেই আমি মন নিদো৷ ইভেণ্টৰ দিনা নিজৰ সৰ্বোচ্চ দি খেলিম৷ তাৰপাছত যি হ’ব দেখা যাব৷ যিয়েই নহওক যি সেয়া মানি ল’ব লাগিব৷ শেষ পৰ্যন্ত যুঁজি যাম বুলিয়েই আমি খেলিছিলো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ
বিনোদন

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

July 16, 2026
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
Next Post
ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

ৰাজ্যবাসীৰ মূৰত মাধমাৰ, ১ আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব চৰকাৰী চিকিৎসা সেৱা মাচুল

অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

অশ্বিনী বৈষ্ণৱ ৰে’লমন্ত্ৰী হিচাপে নহয় দুৰ্ঘটনা মন্ত্ৰী হিচাপে সদায়ে স্মৰণীয় হৈ থাকিব! অশ্বিনী বৈষ্ণৱৰ দিনতেই কিয় ইমান ৰে’ল দুৰ্ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.