• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

2 years ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

27 minutes ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

44 minutes ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

2 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

2 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

2 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

3 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

3 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

4 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

4 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

4 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

5 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

editor by editor
June 17, 2024
in বিবিধ, ভাৰত
0
চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

চাকৰিৰ নামত ১৮০ গৰাকীকৈ যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা। বহুদিন ধৰি বন্ধক বনাই অকথ্য নিৰ্যাতন যুৱতীকেইগৰাকীৰ ওপৰত। মাৰপিট কৰাৰ লগতে যৌন শোষণো চলোৱাৰ অভিযোগ উত্থাপন ১৮০ৱ যুৱতীৰ। এটা চিট ফাণ্ডৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

বিহাৰৰ মুজাফ্ফৰপুৰত চাকৰিৰ নামত সংঘটিত হৈছে বৰ্বৰতা। চিট ফাণ্ড কোম্পানী এটাই এগৰাকী নহয় বহু ছোৱালীক যৌন শোষণ কৰিছে। এই ঘটনাৰ পিছতে সমগ্ৰ প্ৰশাসনিক বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এগৰাকী ভুক্তভোগী যুৱতী সেই নকৰৰ পৰা কোনোমতে পলাই আহি আৰক্ষীৰ কাষ চাপি কোম্পানীটোৰ অন্ধকাৰ জগতৰ সকলো ৰহস্য উদঙাই দিয়ে। বিহাৰ চৰকাৰৰ পৰা ন্যায় বিচাৰি কাতৰ অনুৰোধ জনাইছে ভুক্তভোগীয়ে। অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। বিষয়টো মুজাফ্ফৰপুৰৰ অহিয়াপুৰ অঞ্চলৰ। চাকৰি দিয়াৰ অজুহাতত প্ৰায় ১৮০ গৰাকী যুৱতীক পণবন্দী কৰি ৰখা হৈছিল।

ছ’চিয়েল মিডিয়াত দিয়া মহিলাৰ বাবে চাকৰিৰ প্ৰস্তাৱৰ বিষয়ে পোষ্টৰ জৰিয়তে ডিভিআৰ নামৰ এটা সংস্থাই এইদৰে টোপ দিছিল। আবেদন কৰি নিৰ্বাচিত হোৱাৰ পিছত প্ৰশিক্ষণৰ নামত ২০ হাজাৰ টকাৰ দাবী উত্থাপনো কৰা হৈছিল। ২০ হাজাৰ টকা জমা কৰাৰ পিছত আন বহু ছোৱালীৰ সৈতে অহিয়াপুৰ থানা এলেকাৰ বাখৰিৰ সমীপৰ এটা ঘৰত ৰখা হৈছিল।

এই সময়ছোৱাত প্ৰায় তিনিমাহৰ পাছতো দৰমহা নোপোৱাত সংগঠনটোৰ চিএমডি তিলক সিঙৰ আগত নিজৰ মতামত ব্যক্ত কৰে আৰু তাৰ পিছত যুৱতীসকলক কোৱা হ’য় যে আৰু ৫০ গৰাকী ছোৱালী থাকিলে সকলোৰে দৰমহা ৫০,০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

ভুক্তভোগী যুৱতীয়ে আৰু ৫০ যুৱতী আনিব নোৱাৰাত, তাইৰ ওপৰত মানুহ অনাৰ বাবে হেঁচা দিয়া হ’য় আৰু ম’বাইলৰ সকলো যোগাযোগৰ তালিকা অনুসৰি মানুহ যোগ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

যুৱতীগৰাকীয়ে পাছত তেনেদেৰই আৰু অন্য যুৱতী সেই কামলৈ আনে। সেই সকলোকে অহিয়াপুৰতে অৱস্থিত সংগঠনটোৰ কথিত কাৰ্যালয় আৰু এটা হোষ্টেলত ৰাখে। বৰ্তমানে আৰক্ষীয়ে অভিযান চলাই সেই হোষ্টেলৰ পৰা বহু যুৱতীক উদ্ধাৰ কৰিছে।

অভিযোগ অনুসৰি তিলক সিঙে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্কও স্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে। যাৰ ফলত গৰ্ভৱতীও হৈছিল যুৱতী। তিলক সিঙে এই কথা গম পাই বলপূৰ্বক গৰ্ভপাত কৰাই মাৰপিট কৰি প্ৰাণে মৰাৰ ভয় ভাবুকিৰে মনে মনে থাকিবলৈ কৈছিল।

সেই নৰকৰ পৰা কোনোমতে পলাই আহি আৰক্ষীৰ কাষ চপাত ওলাই পৰে সমষ্ট ঘটনা, লগতে উদ্ধাৰ হয় অন্য শতাধিক ভুক্তভোগী যুৱতী। আৰক্ষীয়ে বৰ্তমানে অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে মূল অভিযুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharFake JobJob Scame
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

March 23, 2026
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম
জীৱনশৈলী

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
Next Post
মাথো কেইটামান ঘণ্টা বাকি, কাইলৈ দেশৰ কোটি কোটি কৃষকে লাভ কৰিব টকা

মাথো কেইটামান ঘণ্টা বাকি, কাইলৈ দেশৰ কোটি কোটি কৃষকে লাভ কৰিব টকা

পিচিবিৰ অধ্যক্ষ হোৱাৰ বৰ হেঁপাহ, বডো-বডী গায়কেহে বোলে লাইনত আনিব পাৰিব পাকিস্তান ক্ৰিকেট দলক

পিচিবিৰ অধ্যক্ষ হোৱাৰ বৰ হেঁপাহ, বডো-বডী গায়কেহে বোলে লাইনত আনিব পাৰিব পাকিস্তান ক্ৰিকেট দলক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.