• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিচিবিৰ অধ্যক্ষ হোৱাৰ বৰ হেঁপাহ, বডো-বডী গায়কেহে বোলে লাইনত আনিব পাৰিব পাকিস্তান ক্ৰিকেট দলক

পিচিবিৰ অধ্যক্ষ হোৱাৰ বৰ হেঁপাহ, বডো-বডী গায়কেহে বোলে লাইনত আনিব পাৰিব পাকিস্তান ক্ৰিকেট দলক

2 years ago
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

30 minutes ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

52 minutes ago
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

2 hours ago
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

3 hours ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

15 hours ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

15 hours ago
গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

16 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

16 hours ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

17 hours ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

18 hours ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

18 hours ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পিচিবিৰ অধ্যক্ষ হোৱাৰ বৰ হেঁপাহ, বডো-বডী গায়কেহে বোলে লাইনত আনিব পাৰিব পাকিস্তান ক্ৰিকেট দলক

editor by editor
June 17, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
পিচিবিৰ অধ্যক্ষ হোৱাৰ বৰ হেঁপাহ, বডো-বডী গায়কেহে বোলে লাইনত আনিব পাৰিব পাকিস্তান ক্ৰিকেট দলক
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিচিবিৰ অধ্যক্ষ হোৱাৰ বৰ হেঁপাহ, বডো-বডী গায়কেহে বোলে লাইনত আনিব পাৰিব পাকিস্তান ক্ৰিকেট দলক

বডো-বডী গানেৰে নিশাটোৰ ভিতৰতে জনপ্ৰিয় হোৱা চাহত ফতেহ আলী খানৰ এইবাৰ পাকিস্তান ক্ৰিকেট দলক লৈ চাঞ্চল্যকৰ মন্তব্য। পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ হ’ব বিচাৰে বডো বডী গায়কে। তেঁওহে বোলে পাকিস্তান দলটোক লাইনত আনিব পাৰিব।

বৰ্তমান মহছিন নাকভি পিচিবিৰ মুৰব্বী, যি আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰীও। চাহাটে বিচাৰিছে নকভিয়ে তেওঁৰ বাবে পিচিবিৰ অধ্যক্ষ পদ এৰি দিয়ক, কিয়নো ইতিমধ্যে নকৱীৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। বাবৰ আজমৰ নেতৃত্বাধীন পাকিস্তান দলটো চলিত টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছত চাহত ফাতেহৰ এই বক্তব্য।

চাহত ফাতেহে ক’লে- পিচিবি আৰু ক্ৰিকেট দলটোক সঠিক পথত আনিবলৈ মই সাজু। যদি মোক সভাপতি নিযুক্তি দিয়া হয় তেন্তে মই ব্যক্তিগতভাৱে খেলুৱৈসকলৰ প্ৰদৰ্শন নিৰীক্ষণ কৰিম। ইয়াৰ উপৰিও সপ্তাহত চাৰিদিন দলটোক প্ৰশিক্ষক হিচাপেও চাই দিম। দলত অনুশাসন বজাই ৰাখিম আৰু কোনো ধৰণৰ হস্তক্ষেপ সহ্য নকৰো।

লগতে ইয়াকো কয় যে, – ‘মই নকৱীক সমালোচনা কৰা নাই। মই মাত্ৰ বিচাৰো যে তেওঁ মোৰ প্ৰস্তাৱটো বিবেচনা কৰক। যিহেতু তেওঁ গুৰুত্বপূৰ্ণ দায়িত্ব থকা মন্ত্ৰীও, গতিকে তেওঁ পিচিবিৰ অধ্যক্ষৰ পদ মোৰ হাতত অৰ্পণ কৰা উচিত বুলি মোৰ বিশ্বাস। এইটো মহছিন নাকৱীক অপমান নহয় যদিও পিচিবিৰ অধ্যক্ষ পদ তেওঁৰ বাবে নহয়।

উল্লেখ্য যে, বৰ্তমানে সুৰ-তাল নোহোৱা গান গাই চাৰিওফালে জনপ্ৰিয় হোৱা পাকিস্তানৰ এইগৰাকী লোকে এটা সময়ত পাকিস্তান ক্ৰিকেট দলৰ সদস্য আছিল। ক্ৰিকেট খেলুৱৈ হিচাপে নাম আছিল চাহত ফাতেহ আলী খানৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bado Badi singerChahat Fateh Ali KhanCricket teamPakistan Cricket TeamPakistan-cricket-boardPCB
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক
জীৱনশৈলী

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

May 10, 2026
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা
ভাৰত

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

May 10, 2026
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন
অসম

ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

May 10, 2026
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম
বিনোদন

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

May 10, 2026
Next Post
১০ বছৰে ধৰি খালী হৈ থকা বিৰোধী নেতাৰ আসনত এইবাৰ কোন, নাম উত্থাপন হৈছে অসমৰ নেতাৰ

১০ বছৰে ধৰি খালী হৈ থকা বিৰোধী নেতাৰ আসনত এইবাৰ কোন, নাম উত্থাপন হৈছে অসমৰ নেতাৰ

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.