• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

1 year ago
পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !

18 mins ago
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

1 hour ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

6 days ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

7 days ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 20, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

editor by editor
June 17, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়ানাড আসন ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱায়ানাদৰ লগতে ৰায়েবৰেলীৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাতন বিপুল ভোটৰ ব্যৱধানত দুয়োখন আসন লাভ কৰিছিল ৰাহুলে। কিন্তু সংসদৰ নিয়ম অনুসাৰে এজন সাংসদে এখন হে আসনত থাকিব পাৰে।

এনে পৰিস্থিতিত এতিয়া ৰাহুল গান্ধীয়ে ৰায়েবৰেলীৰ আসনত থাকি ৱায়ানাড এৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাৰ পাছতে আন এক ঘোষণা- খালী হোৱা ৱায়নাডৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাই প্ৰথমবাৰৰ বাবে ৱায়ানাডৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৱায়ানাডৰ আসন এৰি যোৱাৰ সময়ত ৰাহুল গান্ধীয়ে কয় যে ৰায়বৰেলী আৰু ৱায়ানাডৰ সৈতে মোৰ আৱেগিক সম্পৰ্ক আছে। যোৱা পাঁচ বছৰত ৱায়ানাডৰ সাংসদ আছিলো। তাত থকা সকলো মানুহ, প্ৰতিটো দলৰ মানুহে মৰম দিলে। তাৰ বাবে মই আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব, কিন্তু মইও মাজে মাজে তালৈ গৈ থাকিম।

ৰাহুলে লগতে ইয়াকো কয় যে, কংগ্ৰেছে ৱায়ানাডৰ সন্দৰ্ভত যি প্ৰতিশ্ৰুতি দিছিল সেয়া সকলো পূৰণ কৰা হ’ব। ৰায়বৰেলীৰ লগত আমাৰ পুৰণি সম্পৰ্ক আছে। তেঁও অতি সুখী যে তেঁও ৰায়বৰেলীক পুনৰ প্ৰতিনিধিত্ব কৰিব। ৰাহুল গান্ধীৰ বাবে ই সহজ সিদ্ধান্ত নাছিল কাৰণ দুয়োখন ঠাইৰ পৰাই সংযোগ আছে ৰাহুলৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: keralaLoksabha Seatpriyanka gandhiRaebarelirahul gandhiuttar pradeshwayanad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰৱৰ্তী অলিম্পিকত ক্ৰিকেট, খেলিব পাৰিব ৬ টা দলে, কিন্তু কিদৰে হ’ব নিৰ্বাচন !
ক্ৰীড়া

July 20, 2025
মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য
বিবিধ

মাজ আকাশত হাহাকাৰ, উৰন্ত বিমানৰ ইঞ্জিনত জুই, ভাইৰেল দৃশ্য

July 20, 2025
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
Next Post
কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব

কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ'ব

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো…! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো...! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন