• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

5 months ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

14 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

14 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

14 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

15 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

16 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

16 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

16 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

17 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

18 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

19 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

20 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

editor by editor
May 8, 2026
in জীৱনশৈলী
0
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ
0
SHARES
748
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গ্ৰহসমূহক দুভাগত ভাগ কৰা হয়৷ দ্ৰুত গতিৰ গ্ৰহ আৰু ধীৰ গতিৰ গ্ৰহ৷ ধীৰ গতিৰ গ্ৰহই অপেক্ষাকৃত বেছি সময় ধৰি একে ৰাশিতে থাকে৷ কিন্তু দ্ৰুত গতিৰ গ্ৰহই কমবেছি একৰ পৰা ডেৰ মাহতকৈ বেছি কোনো ৰাশিতেই নাথাকে৷ মঙ্গল দ্ৰুত গতিৰ গ্ৰহ৷ বৰ্তমান মঙ্গল মীন ৰাশিত আছে৷ চলিত মাহৰ ১১ তাৰিখে মঙ্গলে ৰাশি পৰিবৰ্তন কৰি পৰবৰ্তী ৰাশি মেষত প্ৰৱেশ কৰিব৷ যিকোনো গ্ৰহই ৰাশি পৰিবৰ্তন কৰাৰ পলত সকলোৰে জীৱনলৈ কিবা নহয় কিবা পৰিবৰ্তন দেখা যায়৷ কাৰণ ইয়াৰ ফলত সৃষ্টি হয় নানান যোগৰ৷ এই যোগৰ ফলত ভাল পৰিবৰ্তন আৰু বেয়া পৰিবৰ্তন দুয়োটাই আহিব পাৰে৷ জানি থওক মঙ্গলে ৰাশি পৰিবৰ্তন কৰাৰ ফলত কোন পাঁচ ৰাশিৰ জাতক জাতিকাই বেয়া ফল ভোগ কৰিব পাৰে৷ তালিকাত কোন কোন আছে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ অশান্তি বৃদ্ধিৰ আশংকা৷ ইয়াৰ ফলত কোনো কামত মন নবহিব৷ কৰ্মক্ষেত্ৰত বছৰ কথা শুনিব লগা হ’ব পাৰে৷ ভ্ৰমণৰ যোগ দেখা গৈছে৷ ইয়াৰ ফলত ধন খৰচ হ’ব৷ এই সময়ত মেষৰ জাতকে অৰ্থ হিচাপত খৰচ কৰিবলৈ চেষ্টা কৰক৷ যিকোনো কথা ভাৱিচিন্তি কওক৷

কন্যা ৰাশি

মঙ্গলৰ গোচৰে কন্যাৰ জাতক জাতিকাৰ বাবে বেয়া সময় কঢ়িয়াই আনিছে৷ এই সময়ত আপুনি অত্যন্ত সতৰ্কতাৰ সৈতে সমস্ত কাম কৰিব লাগিব৷ বিশেষকৈ ৰাস্তাঘাটত চলাফিৰা কৰাৰ সময়ত সতৰ্ক নাথাকিলে দুৰ্ঘটনাৰ আশংকা দেখা গৈছে৷ আৰ্থিক ক্ষতি হোৱাৰ প্ৰৱল আশংকা আছে৷ কন্যাৰ জাতক জাতিকাই টকা পইছাৰ লেনদেন সংক্ৰান্তিয় বিষয়ত সচেতন থাকক৷

ধনু ৰাশি

ধনুৰ জাতকৰ জাতিকাৰ খং বৃদ্ধি পোৱাৰ আশংকাই দেখা গৈছে৷ অলপতে মেজাজ হেৰুৱাব৷ সৰু সৰু বিষয়ক লৈ সমস্যা হ’ব পাৰে৷ ইয়াৰ ফলত জীৱনত সমস্যা বাঢ়িব৷ কথাত লেগাম লগোৱা জৰুৰী৷ অন্যথা কাষৰ মানুহ দূৰলৈ যাব পাৰে৷ কৰ্মক্ষেত্ৰত সহকৰ্মী আপোনাৰ বিৰুদ্ধে যাব পাৰে৷ ইয়াৰ ফলত দলগতভাৱে কাম কৰাত অসুবিধা হ’ব৷

মকৰ ৰাশি

মঙ্গলৰ গোচৰে মকৰৰ জাতক জাতিকাৰ বাবে নানান বেয়া পৰিবৰ্তন আনিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ ভুল সামগ্ৰী ক্ৰয়ৰ প্ৰতি আশংকা বৃদ্ধি পাব৷ ইয়াৰ ফলত অৰ্থসংকটৰ সন্মুখীন হোৱাৰ আশংকা আছে৷ মকৰৰ জাতক জাতিকাৰ ব্যৱহাৰত ৰূঢ়তাৰ ছাপ দেখা যাব৷ ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ সৈতে বুজাপৰা কমিব৷ কৰ্মক্ষেত্ৰত চাপ বাঢ়িব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰাৰ আশংকাই দেখা দিছে৷ শৰীৰৰ ওপৰত নজৰ ৰখা জৰুৰী৷ সঠিক সময়ত উপযুক্ত কথা নকলে পৰবৰ্তী সময়ত কৰ্মক্ষেত্ৰত সমস্যা বৃদ্ধিৰ আশংকা৷ কামৰ চাপ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাব৷ ইয়াৰ ফলত মানসিক দিশত অস্থিৰতাই দেখা দিব পাৰে৷ যিকোনো কাম ধৈৰ্য্য ধৰি ঠাণ্ডা মগজুৰে কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.