• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো

জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

6 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

7 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

7 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

8 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

8 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

11 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

11 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

11 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো

editor by editor
October 7, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো
0
SHARES
750
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো

দীপিকা পাডুকন বুলিলেই অতিকে সুন্দৰী ওখ পাখ অভিনেত্ৰীগৰাকী মন মগজুলৈ আহে। দীপিকাৰ সৌন্দৰ্য, অভিনয় দক্ষতা, উচ্চতা সকলো ইৰ্ষণীয়। অন্য অভিনেত্ৰী সকলো ওখ কিন্তু দীপিকাৰ উচ্চতাকলৈ ইৰ্ষা কৰে অন্য সকলে। পাছে জানেনে, ভাৰতীয় চিমেনাৰ সবাতোকৈ ওখ অভিনেত্ৰী দীপিকা নহয়, অন্য এগৰাকীহে।

যাৰ উচ্চতা দীপিকাতকৈ অধিক হোৱাই নহয়, সৌন্দৰ্যৰ ক্ষেত্ৰতো আগবঢ়া। কিয়নো সেইগৰাকী অভিনেত্ৰীয়ে মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰাই নহয়, মিছ ৱৰ্ল্ডৰ খিতাপো দখল কৰিছে।

সেই গৰাকী হৈছে য়ুক্তা মুখী। উচ্চতা ৬.১ ইঞ্চি। বিপৰীতে দীপিকাৰ উচ্চতা ৫. ৮ ইঞ্চি। য়ুক্তাই ১৯৯৯চনত মিছ ইণ্ডিয়া খিতাপ দখল কৰাৰ লগতে সেই একেটা বৰ্ষতে বিশ্ব সুন্দৰীৰ খিতাপো দখল কৰিছে।

সৌন্দৰ্যৰ প্ৰতিযোগিতাত ইৰ্ষণীয় সাফল্য লাভ কৰিলেও কিন্তু বলীউডত বৰ বিশেষ কাম কৰিব নোৱাৰিলে। কেৱল মাত্ৰ এখন ছবি কৰিয়েই বলীউডৰ পৰা বিদা মাগে। ২০০৮ চনত নিউয়ৰ্কৰ এজন ডাঙৰ ব্যৱসায়ী প্ৰিন্স টুলিক বিয়া কৰোৱাৰ পাছত বোলছবিত কাম নকৰাৰ সিদ্ধান্ত লয় ।

পাছে সেই বিবাহো বেছি দিন নাথাকিল। সংবাদ মাধ্যমৰ সন্মুখত স্বামীৰ বিৰুদ্ধে যৌতুক হাৰাশাস্তি আৰু অস্বাভাৱিক যৌন সম্পৰ্কৰ অভিযোগ উত্থাপন কৰে। তাই কয় যে তাইৰ স্বামীয়ে “তাইক জীৱ-জন্তুৰ দৰে মাৰপিট কৰে”

দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত ২০১৪ চনত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হয় য়ুক্তা মুখীৰ। চলচ্চিত্ৰ কেৰিয়াৰৰ কথা ক’বলৈ গ’লে য়ুক্তাৰ প্ৰথমখন ছবি ‘প্যাছা’ই বক্স অফিচত বিশেষ সফল হব নোৱাৰিলে। ইয়াৰ পিছত ২০০৩ চনত ‘কব কিউন কাহান’ আৰু ‘হম টিন’ত চুক্তিবদ্ধ হৈছিল যদিও সেয়া আধৰুৱা হৈয়েই থাকিল। য়ুক্তা মুখীক শেষবাৰৰ বাবে দেখা গৈছিল গুড নিউজ (২০১৯) ছবিখনত।

কোৱা হয় অধিক উচ্চতাৰ বাবেই কোনো অভিনেতাই কাম কৰিব বিচৰা নাছিল য়ুক্তাৰ সৈতে, সেয়াও এটা কাৰণ য়ুক্তাপ বলীউডক বিদায় জনোৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodDeepika PaduconeIndian ActressMiss IndiaMiss WorldYukta Mukhey
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
স্বাতী নক্ষত্ৰত বুধ ট্ৰেনজিটে ৫টা ৰাশিক হঠাৎ চহকী কৰি তুলিব, ৰাহু হ’ব দয়ালু!

স্বাতী নক্ষত্ৰত বুধ ট্ৰেনজিটে ৫টা ৰাশিক হঠাৎ চহকী কৰি তুলিব, ৰাহু হ'ব দয়ালু!

কিং কোহলীৰ মহাৰেকৰ্ড ভংগ, বাংলাদেশৰ বিৰুদ্ধে খেলত হাৰ্ডিকে কৰিলে এনে

কিং কোহলীৰ মহাৰেকৰ্ড ভংগ, বাংলাদেশৰ বিৰুদ্ধে খেলত হাৰ্ডিকে কৰিলে এনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.