• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

3 months ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

42 minutes ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

1 hour ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

2 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

2 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

3 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

3 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

5 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

editor by editor
January 17, 2026
in জীৱনশৈলী, লেখা
0
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌনতাক লৈ অকপট আলোচনাৰ স্থান আজিৰ আধুনিক সমাজতো খুবেই কম৷ যৌন আলোচনাক লৈ সমালোচনা কৰা মানুহৰ অভাৱ নাই৷ জনসমক্ষে যৌনতা আৰু যৌনজীৱনক লৈ আলোচনা কৰিবলৈ সংকোচবোধ কৰে প্ৰায় মানুহেই৷ সমাজৰ এই নিয়ম ভাঙি যৌনতাক মুকলিকৈ আলোচনা কৰি চৰ্চালৈ আহিছে এগৰাকী নাৰী৷ তেওঁ আন কোনো নহয় তেওঁ সীমা আনন্দ৷

ভাৰতীয় সংস্কৃতিত প্ৰকাশ্যে যৌনতাক লৈ কথা ক’বলৈ গৈ মাত কঁপি উঠা নাই সীমাৰ৷ বৰঞ্চ সকলোকে এই বিষয়ত মুক্ত আলোচনাৰ বাবে আহ্বান জনাইছে সীমাই৷ পডকাষ্টৰ পৰা ইউটিউব সকলোতে তেওঁ যৌনতা আৰু সম্পৰ্কক লৈ খোলাখুলি কথা পতাৰো আহ্বান জনাইছে৷ যৌনতাক লৈ থকা হাজাৰ মিথো ভাঙিছে সীমাই৷ যৌনতাৰ পাঠ পঢ়াবলৈ নিজৰ ইউটিউব চেনেল খুলিছে সীমাই৷ তাতেই আলোচনাত বহিছে লেখিকা তথা যৌনশিক্ষা প্ৰদানকাৰী সীমাই৷

নিজৰ জীৱনৰ অন্তৰংগ মুহূৰ্তক লৈয়ো মুকলি আলোচনা কৰিবলৈ দ্বিধাবোধ ৰখা নাই সীমাই৷ ফেছবুক, ইউটিউবত সীমাৰ একাধিক ভিডিঅ’ক লৈ সেয়ে নাক কোঁচাইছে বহুজনে৷ ৬৩ বছৰীয়া সীমাই যৌনতাক মেলি ধৰিছে বুলি বহুতেই ভাষ্যও প্ৰদান কৰিছে৷ সীমাই নিজেও এই বিষয়ত অকপট স্বীকাৰোক্তিও দিছে৷ এই ভিডিঅসমূহক যৌনগন্ধী বুলি সমালোচনা কৰিলেও সীমাই কৈ থকা প্ৰতিটো কথাই বাস্তৱত নগ্ন সত্য সেয়া কোনেও অস্বীকাৰো কৰিব পৰা নাই৷

কান্ধ পৰ্যন্ত বগা চুলিৰে সীমাৰ ব্যক্তিত্বইয়ো বহুজনক আকৰ্ষিত কৰিছে৷ ৬৩ বছৰ বয়সতো সীমাৰ মেদহীন শৰীৰে আকৰ্ষিক কৰিছে বহু যুৱকক৷ মেলা চুলি, কঁপালত বেছিভাগ সময়তে বগা ফোঁট আৰু ওঁঠত ডাঠ ৰঙা লিপষ্টিকেৰে সীমাৰ এক আকৰ্ষণীয় ৰূপ৷ সেয়াই তেওঁ নিজস্বতা৷ দেখনীয়াৰ শাৰী পিন্ধি ভিডিঅ’সমূহতো তেওঁ বিভিন্ন ভংগীমাৰে বহে৷ তেওঁৰ বাচনভংগী, সন্মোহনী কণ্ঠশ্বৰে ধৰি ৰাখে দৰ্শকক৷ তেওঁক লৈ সমালোচনা কৰিলেও তেওঁৰ ভিডিঅ’সমূহৰ দৰ্শকো কিন্তু কম নহয়৷

সম্প্ৰতি এক সাক্ষাৎকাৰলৈ আহি সীমাই কেইবাটাও বিস্ফোৰক মন্তব্য ৰাখিছে৷ সামাজিক মাধ্যমত তেওঁৰ সেই মন্তব্যসমূহ খুবেই ভাইৰেলো হৈছে৷ বিতৰ্কৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে তেওঁৰ বক্তব্য৷ শাৰীৰিক সম্পৰ্ক, সম্পৰ্ক, জীৱন আৰু মানুহৰ চাহিদাৰ দৰে সংবেদনশীল বিষয়ক লৈ মুক্ত আলোচনা কৰাৰ লগতে ব্যক্তিগত অভিজ্ঞতাৰ কথাও তুলি ধৰিছে তেওঁ৷

সীমাই জনাইছে যে তেওঁক এজন ১৫বছৰ বয়সীয়া কিশোৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল৷ ৬৩ বছৰৰ সীমা কিমান আকৰ্ষণীয় সেয়া মুকলিকৈ জনাই প্ৰপোজ কৰিছিল ১৫বছৰীয়া কিশোৰে৷ সীমাতকৈ চাৰি গুণ সৰু সেই যুৱকৰ কথা কৈ সাক্ষাৎকাৰত প্ৰেমৰ বিষয়টোক আৰু শাৰীৰিক আকৰ্ষণৰ কথা মুকলিকৈ বুজাই দিছে সীমা আনন্দে৷

সীমাৰ এই সাক্ষাৎকাৰক লৈ বহু নেটনাগৰিকে কৈছে যে এই ধৰণৰ আলোচনা সামাজিক মাধ্যমত বিনোদনৰ বাবে চলি থকাটো উদ্বেগৰ বিষয়৷ নাবালকসকলৰ সৈতে সম্পৰ্কিত বিষয়সমূহক এনেকৈ পাতলভাৱে আলোচনা কৰাটো উচিতো নহয় বুলি দাবী বহুতৰে৷

কিন্তু যৌনতাক লৈ মুক্ত মনৰ সীমাই বয়সৰ গণ্ডিত যৌনতাক ধৰি ৰাখিবলৈ মন কৰা নাই৷ যৌনতাত নাৰী-পুৰুষৰ সমান অধিকাৰৰ প্ৰসংগও সীমাই বাৰে বাৰে কৈছে৷ কেনেকৈ যৌনতাক উপভোগ কৰিব পাৰি সেই বিষয়েও মুকলিকৈ কৈছে সীমা আনন্দে৷ সীমা আনন্দ লণ্ডনপ্ৰৱাসী৷ সামাজিকমাধ্যমত প্ৰতিদিনে তেওঁ যৌনতাক লৈ নানান পৰামৰ্শ দি আহিছে৷ তেওঁ ভাৰতীয় পৌৰাণিক কাহিনীবিদ হোৱাৰ ওপৰিও সীমা এগৰাকী প্ৰতিষ্ঠিত লেখিকাও৷ দ্যা আৰ্টছ অফ চিডাকথন নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছে সীমাই৷ মহাভাৰত, ৰামায়ণ, তান্ত্ৰিক দৰ্শন, কামসূত্ৰ আৰু ভগবদগীতাৰ ওপৰিও নানান বিশ্লেষণমূলক আলোচনাও কৰি থাকে তেওঁ৷ তেওঁ এনে এগৰাকী বিশেষজ্ঞ যিয়ে শাৰীৰিক ঘনিষ্ঠতা আৰু মানুহৰ চাহিদাৰ বিষয়সমূহক প্ৰকাশ্যে তুলি ধৰি মিছা লজ্জা ভঙাৰো চেষ্টা কৰিছে৷

লেখিকা সীমা আনন্দৰ মত, কামসূত্ৰ আৰু তান্ত্ৰিক দৰ্শনক অশ্লীলতাৰ দৃষ্টিকোণেৰে চোৱাটো ভুল৷ বৰং চেতনা আৰু শক্তি হিচাপে চাব লাগে৷ স্পষ্টবাদী হোৱাৰ বাবে তেওঁক বহুতেই লক্ষ্য কৰিও লৈছে৷ কামৰ দেৱী, যৌনতাৰ প্ৰতীক বুলিও বহুতে তেওঁক আখ্যা দিছে সামাজিকমাধ্যমত৷

সকলো সমালোচনা নেওচি সীমাই বুজাই দিছে যৌন আকাঙ্ক্ষা ভুল নহয়, যৌন আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ৷ সেয়ে কুণ্ঠাহীনভাৱে তেওঁ এই প্ৰচাৰ চলাই যাব বুলিও জনাইছে৷ তেওঁৰ মতে, ভাৰতীয় সংস্কৃতিত যৌনতাক কেতিয়াও অপবিত্ৰ বা ভুল বুলি কোৱা হোৱা নাই৷ ই জীৱনৰ এক স্বাভাৱিক আৰু পবিত্ৰ অংশ বুলিও দাবী কৰিছে সীমাই৷ সীমাৰ নিজৰ বৈবাহিক জীৱনো এখন খোলা কিতাপৰ দৰে৷ তেওঁৰ স্বামী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী৷ আৰু তিনি সন্তানো আছে সীমাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
Next Post
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.