• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

3 years ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

28 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

49 minutes ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

2 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

3 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

3 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

6 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

7 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

9 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

20 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

21 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

21 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

editor by editor
September 11, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াৰ এদিন পাছতেই কাৰোবাৰ সংসাৰ ছিন্নভিন্ন হৈ পৰে। কিছুমানে বিবাহৰ ৩০ বছৰ পিছতো বিবাহ বিচ্ছেদ কৰিছে। বহুতে বিবাহ বিচ্ছেদৰ আবেদন কৰাৰ পিছতো যুগ যুগ ধৰি বিবাহ বিচ্ছেদ নোহোৱাকৈ অৰ্থাৎ মীমাংসা নোহোৱাকৈ পৰি আছে৷

এনেদৰে দীৰ্ঘদিনীয়া বিবাহ বিচ্ছেদৰ আইনী প্ৰক্ৰিয়াৰ পাছত বিবাহ বিচ্ছেদ হোৱা কে’বাজনো পুৰুষে ‘বিজয় উৎসৱ’ উদযাপন কৰিলে। এই ঘটনাটো মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে এটা এন জি অ’ৱে ১৮ জন লোকৰ হৈ বিবাহ বিচ্ছেদৰ গোচৰ চলাই আছিল। দীৰ্ঘদিন ধৰি লোককেইজনে আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ সম্পন্ন হোৱাৰ পাছতে বিজয় উৎসৱ ‘উদযাপন’ৰ আয়োজন কৰে।

 

লগতে পঢ়ক চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

ভূপালৰ বেচৰকাৰী সংস্থাটোৱে দাবী কৰে যে গোচৰটোৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ১৮ জন লোকে আৰ্থিক, সামাজিক, পাৰিবাৰিক আৰু আৱেগিক অসুবিধাত ভুগিবলগীয়া হৈছে। সংগঠনটোৱে লগতে দাবী কৰে যে, এনে কাৰ্যসূচীৰ জৰিয়তে বিবাহ বিচ্ছেদ হোৱা পুৰুষৰ মানসিক শক্তি বৃদ্ধি পায়।

বেচৰকাৰী সংস্থাটোৰ এজন সদস্যই কয়, “আমাৰ সংগঠনটোৱে এনে পুৰুষৰ বাবে গোচৰৰ যুঁজ দিয়ে। যোৱা ডেৰ-দুবছৰ ধৰি মই ১৮টা বিবাহ বিচ্ছেদৰ গোচৰত যুঁজিছো। আমি হেল্পলাইনৰ জৰিয়তে তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰো। আদালতৰ যুদ্ধ, বিপুল পৰিমাণৰ ধন আদিৰ ফলত আৰ্থিক, সামাজিক আৰু আৱেগিকভাৱে বিধ্বস্ত হৈ পৰিছে। গতিকে এই পদক্ষেপ তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে কৰা হৈছে।”

আমন্ত্ৰণ পত্ৰও সেই সংস্থাই ছপা কৰে। সেই আমন্ত্ৰণ পত্ৰখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট
জীৱনশৈলী

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

December 17, 2025
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

December 17, 2025
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ
জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

December 17, 2025
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

December 17, 2025
Next Post
পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.