• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ

ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ

2 years ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

1 hour ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

3 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

4 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

22 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

24 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ

editor by editor
November 3, 2023
in জীৱনশৈলী, বিবিধ
0
ঠিক ৩ দিনৰ পাছতেই বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিব, অৰ্থ-খ্যাতি-সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ জাতকৰ
0
SHARES
35.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে শিক্ষা, জ্ঞান, বুদ্ধি, কৰ্মক্ষমতা, মনঃসংযোগ আৰু যোগাযোগ দক্ষতাৰ ওপৰত প্ৰভাৱ বিস্তাৰকাৰী কাৰক গ্ৰহ। ফলত বুধৰ চলন বা অৱস্থান পৰিবৰ্তনে জাতকৰ জীৱনক প্ৰভাৱিত কৰে। এই মাহৰ আৰম্ভনিতে অৰ্থাৎ ৬ নৱেম্বৰ সোমবাৰে বুধে বৃশ্চিক ৰাশিৰত গোচৰ কৰিব। বুধ হৈছে সূৰ্যৰ নিকটতম গ্ৰহ। চন্দ্ৰৰ পাছত বুধেই সকলোতকৈ দ্ৰুতভাৱে নিজৰ স্থান পৰিবৰ্তন কৰে। ১২ ৰাশিৰ মাজত বুধ মিথুন আৰু কন্যা ৰাশিৰ গ্ৰহ অধিপতি। আগন্তুত সোমবাৰে বৃশ্চিক ৰাশিত গোচৰ কৰিব বুধে। বৃশ্চিক ৰাশিৰ গ্ৰহ অধিপতি হৈছে মঙল। মঙল আৰু বুধ পৰস্পৰৰ শত্ৰু। বুধৰ এই অৱস্থান পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

বৃষ ৰাশি
বৃষ ৰাশিৰ দ্বিতীয় আৰু পঞ্চম ঘৰৰ অধিপতি হৈছে বুধ। বুধৰ প্ৰভাৱত এই সময়ত প্ৰেমত সুখকৰ অভিজ্ঞতা হ’ব বৃষ ৰাশিৰ জাতকৰ। যিসকলৰ জীৱনত প্ৰেম আছে তেওঁলোকৰ বহুসংখ্যকৰেই বিবাহৰ কথা চলিব। দাম্পত্য জীৱনলৈ সুখ আৰু শান্তি আহিব। স্বামী-স্ত্ৰীৰ মাজত যিসকলৰ মনোমালিন্য চলি আছে সকলো মনোমালিন্য দূৰ হ’ব। এই সময়ত ব্যৱসায়তো লাভৰ মুখ দেখিব। শৰীৰ স্বাস্থ্য ভালেই থাকিব।

সিংহ ৰাশি
সিংহ ৰাশিৰ দ্বিতীয় আৰু একাদশ ঘৰৰ অধিপতি হৈছে বুধ। বুধৰ গোচৰৰ প্ৰভাৱত এই সময়ত আৰ্থিকভাৱে লাভৱান হ’ব সিংহ ৰাশিৰ জাতকসকল। পূৰ্বে বিনিয়োগ কৰা ধনৰ পৰা উপাৰ্জন বাঢ়িব। নিজৰ জীৱনযাত্ৰাত উন্নতিৰ বাবে কিছু ধন ব্যয়ো কৰিব পাৰে সিংহ ৰাশিৰ জাতকে। নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে। ঘৰত কোনোধৰণৰ শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। পেছাগত জীৱনত শুভ ফল পাব সিংহ ৰাশিৰ জাতকে।

কন্যা ৰাশি
কন্যা ৰাশিৰ দশম ঘৰ আৰু লগ্ন অধিপতি হৈছে বৃশ্চিক। বৃশ্চিক ৰাশিত বুধে প্ৰবেশ কৰিলে কন্যা ৰাশিৰ জাতকৰ যোগাযোগ ক্ষমতা বাঢ়িব। নিজৰ কথাৰেই সকলোকে মুগ্ধ কৰিব পাৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি লিখাৰ ক্ষমতাও বৃদ্ধি পাব। লেখক, সাংবাদিক, চিত্ৰ পৰিচালক, ষ্টেণ্ড আপ কমেডিয়ানৰ বাবে এই সময় শুভ। কামৰ বাবে ভ্ৰমণো কৰিব পাৰে। পিতৃৰ সৈতে সম্পৰ্ক উন্নীত হ’ব।

ধনু ৰাশি
ধনু ৰাশিৰ সপ্তম আৰু দশম ঘৰৰ অধিপতি হৈছে বুধ। বুধৰ গোচৰে আপোনাৰ পেছাগত জীৱনলৈ উন্নতিৰ বাৰ্তা কঢ়িয়াই আনিব। বিদেশৰ পৰাও কামৰ অফাৰ আহিব পাৰে। এই সময়ত হাতলৈ ধন আহিব ধনু ৰাশিৰ জাতকৰ। বিদেশ ভ্ৰমণৰ যোগ আছে। সংগীৰ সৈতে সম্পৰ্ক উন্নীত হ’ব। শৰীৰ খুব এটা ভালে নাযাব।

মকৰ ৰাশি
মকৰ ৰাশিৰ ষষ্ঠ আৰু নৱম ঘৰৰ অধিপতি হৈছে বুধ। বৃশ্চিক ৰাশিত বুধে গোচৰ কৰিলে খুব ভাল সময় কটাব মকৰ ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ শত্ৰুৱে আপোনাৰ বুদ্ধিৰ ওচৰত পৰাজিত হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভাল ফল আশা কৰি থকাসকলে কিঞ্চিৎ পৰিমানে ভাল ফল লাভ কৰিব। হঠাৎ হাতলৈ ধন আহিব। নিজৰ আপোনাজনৰ সহায় পাব এই ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত ‘মূৰ্তি বিভ্ৰাট’

শচীন তেণ্ডুলকাৰৰ সলনি ষ্টিভ স্মিথ! ৱানখেড়ে ষ্টেডিয়ামত 'মূৰ্তি বিভ্ৰাট’

মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে

মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.