• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

3 years ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

35 minutes ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

2 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

3 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

4 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

5 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

5 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

6 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

7 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

7 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

8 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

editor by editor
December 22, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২২ ৰ বিশ্বকাপ জয় কৰা মেছিৰ সম্পত্তিৰ পৰিমান কিমান জানেনে? মাত্ৰ ৩৫ বছৰ বয়সতেই মেছিয়ে ৰাজকীয় এক জীৱন যাপন কৰে। সমগ্ৰ বিশ্বজুৰি লিওনেল মেছিৰ আছে প্ৰায় ২৩ মিলিয়ন পাউণ্ডৰ কেইবাটাও প্ৰাসাদ। ভাৰতীয় টকাত সেই সম্পত্তিৰ পৰিমান হ’ব ২৩৮ কোটি টকা।

গুগলত দেখুওৱা অনুসৰি বৰ্তমান মেছিৰ মুঠ সম্পত্তিৰ পৰিমান প্ৰায় ৪০০ মিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমান হ’ব ৩,২৬৮ টকা। বিশ্বৰ ধনী খেলুৱৈৰ তালিকাত শীৰ্ষ ৩ নম্বৰত আছে মেছি। তেওঁ বছৰি উপাৰ্জন প্ৰায় ১৩০ মিলিয়ন ডলাৰ। ভাৰতীয় টকাত সেই ধনৰ পৰিমান হ’ব প্ৰায় ১০৬২ টকা। বিশ্বৰ মুঠ ৪ খন দেশত আছে মেছিৰ বিলাসী প্ৰাসাদ। তাৰ ভিতৰত সবাতোকৈ দামী প্ৰাসাদটো আছে স্পেইনৰ ইবিজা আইলেণ্ডত। এই প্ৰাসাদৰ মুল্য হৈছে প্ৰায় ৯.৫ মিলিয়ন পাউণ্ড। ভাৰতীয় টকাত সেই সম্পত্তিৰ মুল্য হ’ব প্ৰায় ৯৭ কোটি টকা। বৰ্তমান বিশ্বকাপ জয় কৰিয়েই মেছি উৰা মাৰিছে স্পেইনৰ সেই বিলাসী প্ৰাসাদলৈ। সূত্ৰই প্ৰকাশ কৰা মতে এই প্ৰাসাদৰ নিৰ্মাণকাৰ্য এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই।

মেছিৰ বাৰ্ছিলোনাতো আছে ৫.৫ পাউণ্ডৰ এটি বাংলো। ভাৰতীয় টকাত এই বাংলোৰ মুল্য হ’ব ৫৬ কোটি টকা। এই বাংলোটো বাৰ্ছিলোনাৰ বিখ্যাত ন্যু ষ্টেডিয়ামৰ পৰা মাত্ৰ ১২ কিঃমিঃ দূৰত্বত অৱস্থিত। সেই বাংলোটোৰ ভিতৰতেই আছে ফুটবল গ্ৰাউণ্ড, ছুইমিং পুল, ইনডৰ ষ্টেডিয়াম আদি।

মাৰ্কিন যুক্তৰাজ্যৰ মিয়ামিতো আছে মেছিৰ এটা এপাৰ্টমেণ্ট। সেই এপাৰ্টমেণ্টটোৰ দাম ভাৰতীয় মুদ্ৰাত প্ৰায় ৫১ কোটি টকাৰ।

নিজা দেশ আৰ্জেণ্টিনাতো আছে মেছিৰ এটা ঘৰ। আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ ত থকা সেই ঘৰৰ দাম প্ৰায় ৩১ কোটি টকা। এই গৃহত অত্যধুনিক সকলো সা-সুবিধাই উপলব্ধ। ঘৰৰ ভিতৰতেই আছে চিনেমা হল, জিম, গেৰেজ, বিশেষ গেৰেজটোতেই আছে মেছিৰ বহু গাড়ীৰ কালেকছনো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

April 9, 2026
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?
জীৱনশৈলী

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল…

বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল...

দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.