• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

17 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

18 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

19 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

20 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

21 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

22 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

23 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ

২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ

editor by editor
August 31, 2024
in জীৱনশৈলী, বিশ্ব
0
২২ যাত্ৰী কঢ়িওৱা হেলিকপ্টাৰ নিৰুদ্দেশ! এতিয়াও কোনো সন্ধান নাই Mi-8 হেলিকপ্টাৰৰ
0
SHARES
591
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াত হঠাতে নিৰুদ্দেশ হৈছে এখন হেলিকপ্টাৰ। আজি অৰ্থাৎ শনিবাৰে ৰাছিয়াৰ পূব অঞ্চলৰ পৰা Mi-8 হেলিকপ্টাৰে উৰা মাৰিছিল। কিন্তু গন্তব্য স্থানত উপস্থিত নহ’ল হেলিকপ্টাৰখন। এই হেলিকপ্টাৰত ২২ জনকৈ যাত্রী থকাৰ কথা প্ৰকাশ পাইছে ৰয়টাৰ্ছত৷ হেলিকপ্টাৰখন ক’লৈ গ’ল? হেলিকপ্টাৰখনৰ বৰ্তমান আৰু শেষ স্থান ক’ত আছিল? 

জাহাজখনত আছিল ১৯ গৰাকী যাত্ৰী

সংবাদ মাধ্যমৰ খবৰ অনুসৰি হেলিকপ্টাৰখনত ৩ গৰাকী কেবিন ক্ৰু আৰু ১৯ গৰাকী যাত্ৰী আছিল। এই হেলিকপ্টাৰখনে আজি পুৱা ৰাছিয়াৰ পূব অঞ্চল কামচাটকাৰ পৰা উৰা মাৰিছিল। এই হেলিকপ্টাৰখন ভাচকাজেটছ আগ্নেয়গিৰিৰ ওচৰত উৰা দেখা পাইছিল একাংশই। কিন্তু ৪ বজাৰ পিছত হেলিকপ্টাৰখনে সকলোৰে সৈতে যোগাযোগ হেৰুৱাই পেলায়। উদ্ধাৰকাৰী দলে অনুসন্ধান অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে হেলিকপ্টাৰখনৰ কোনো তথ্য পোৱা নাই।

Mi-8 হেলিকপ্টাৰ

এই Mi-8 হেলিকপ্টাৰখন Vityaz Aero বিমান সংস্থাৰ আছিল। এই বিমান সংস্থাটোৱে ৰাছিয়াৰ দুৰ্গম অঞ্চললৈ পৰ্যটকৰ ভ্ৰমণ কৰোৱাইছিল৷ ১৯৬০ চনত ডিজাইন কৰা মি-৮ হেলিকপ্টাৰখনত ২টা ইঞ্জিন আছে। বহু দেশত এই হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে মি-৮ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ প্ৰায়ে পোহৰলৈ আহে।ৰাছিয়াৰ পূব অংশৰ অধিকাংশ অঞ্চল বৰফেৰে আবৃত হৈ আছে। এনে পৰিস্থিতিত বহুতে এই পৰ্যটনস্থলী ভ্ৰমণ কৰি ভাল পায়। সম্ভৱতঃ নিৰুদ্দেশ হোৱা হেলিকপ্টাৰখনো পৰ্যটক লৈয়েই উভতি আহিছিল। কিন্তু বাটতে হেলিকপ্টাৰখন অদৃশ্য হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক ২০ হাজাৰ টকা, কেনেকৈ কৰিব আৱেদন?

JIO ই যি দিছে তাৰ ডাবল দিছে BSNLয়ে! জানক আপুনিও ল’ব পৰা BSNL এইকেইটা প্লেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন