• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

2 months ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

19 minutes ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

50 minutes ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

1 hour ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

2 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

3 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

3 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

4 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

4 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

5 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

5 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

মিয়া খালিফাই কেনেকৈ লাভ কৰিলে এই ধন?

editor by editor
July 20, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেম্পিয়ন হল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই, কিন্তু কেনেকৈ?

নিউয়ৰ্কৰ নিউ জাৰ্ছী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচখনত ৰেফাৰী শ্লোভাকো ভিনিচিচৰ ফাইনেল টাইমৰ হুইছেল বাজি উঠাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰে স্পেইনৰ সমৰ্থকসকল। স্পেইনৰ এই সমৰ্থকসকলৰ মাজত আছিল মিয়া খালিফাও। স্পেইনে দ্বিতীয়বাৰলৈ চেম্পিয়নৰ মুকুট পৰিধান কৰাৰ লগে লগে একালৰ প*ৰ্ণষ্টাৰ মিয়া খালিফাৰো ভাগ্যৰ দুৱাৰ মুকলি হয়। ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক স্পেইনে পৰাস্ত কৰাৰ লগে লগে মিয়া খালিফাৰ বেংক একাউণ্টলৈ আহে ১৪ কোটি টকাৰ বিশাল ধনৰাশি। মিয়া খালিফাই নিজেই এই দাবী কৰিছে।

মিয়া খালিফাই কেনেকৈ লাভ কৰিলে এই ধন?

দৰাচলতে মিয়া খালিফাই ফাইনেল মেচখনৰ বাবে অনলাইন লটাৰীত লগাইছিল ধন। মিয়াই স্পেইনৰ সমৰ্থনত ফাইনেল মেচখনৰ পূৰ্বে আৰ্জেণ্টিনাৰ বিৰুদ্ধে লগাইছিল এই ধন। মিয়াই ছচিয়েল মিডিয়াত সদৰী কৰা অনুসৰি স্পেইনে চেম্পিয়নৰ মুকুট পৰিধান কৰাৰ লগে লগেই মিয়া খালিফাৰ বেংক একাউণ্টলৈ পূৰ্ব নিৰ্ধাৰিত নিয়ম অনুসৰি এই বিশাল পৰিমাণৰ ধন ট্ৰেন্সফাৰ হয়। খেল শেষ হোৱাৰ লগে লগেই মিয়া খলিফাই তেওঁৰ এই বৃহৎ পে-আউটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে। পোষ্টটোত তেওঁ লিখে যে স্পেইনৰ যুৱ খেলুৱৈ আৰু দলটোৰ সামৰ্থ্যৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল আৰু সেই বিশ্বাসৰ ফলতেই তেওঁ এই বৃহৎ অংকৰ ধন জিকিবলৈ সক্ষম হৈছে বুলি দাবী কৰে। মিয়া খলিফাৰ এই বাজি আৰু বিপুল অংকৰ ধন জিকাৰ দাবীৰ পিছত ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকল দুটা ভাগত বিভক্ত হৈ পৰিছে। তেওঁৰ অনুৰাগীসকলে তেওঁক এই “জেকপট” জয়ৰ বাবে অভিনন্দন জনাইছে। আনহাতে বহু ফুটবলপ্ৰেমীয়ে আচৰিত প্ৰকাশ কৰি কয় যে লিঅ’নেল মেছিৰ দল আৰ্জেণ্টিনাৰ বিপক্ষে বাজি ধৰাটো যথেষ্ট সাহসিকতাপূৰ্ণ সিদ্ধান্ত আছিল। সমান্তৰালভাৱে বহু ফুটবল অনুৰাগীয়ে এনে ধৰণৰ লটাৰীৰ বিৰোধিতাৰে প্ৰকাশ কৰে যে-এইধৰণৰ লটাৰীয়ে ফুটবলক কলংকিত কৰিব। এইধৰণৰ লটাৰীয়ে যুৱ প্ৰজন্মক এটা সময়ত বদ অভ্যাসলৈ পৰিণত কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cupMIA KHALIFA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
Next Post
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ'ব আৰ্থিক লাভ

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.