• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

2 years ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

13 minutes ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

36 minutes ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

1 hour ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

2 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

3 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

3 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

5 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

5 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

6 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

7 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

editor by editor
July 19, 2024
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

১৯ জুলাই শুকুৰবাৰে হঠাতে স্তব্ধ হৈ পৰাৰ দৰে অৱস্থা হয় সমগ্ৰ বিশ্বৰে। ৩৬৫ টা এপছ বন্ধ হৈ পৰে। অৱশ্যে এই সকলো সমস্যাৰ সমাধান হোৱা বুলি লগতে ইয়াপ মূল সমস্যা ধৰা পৰা বুলি মাইক্ৰছফটৰ ফালৰ পৰা সদৰি কৰা হৈছে।

ভাৰততো ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। বিজুতিৰ বাবে ভাৰতীত ২০০ৰো অধিক বিমান বাতিল কৰে, কেৱল ইণ্ডিগ’ই অকলেই ১৯২ খন বিমান বাতিল কৰিবলৈ বাধ্য হয়। বৰ্তমানে পৰিস্থিতি শাম কাটিছে।

মাইক্ৰ’ফট চাৰ্ভাৰ ডাউন পৰাৰ বাবেই এইদৰে স্তব্ধ হৈ পৰে কোটি কোটি লোকৰ জনজীৱন। মাইক্ৰ’ছফ্ট উইণ্ড’জৰ কাৰিকৰী বিজুতিৰ বাবে সমগ্ৰ বিশ্বতে বেংকিং সেৱা আৰু বিমান সেৱাত বেয়াকৈ প্ৰভাৱ পৰে। সমগ্ৰ বিশ্বৰ উইণ্ড’জ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ডিভাইচত কিবা বিসংগতি দেখিবলৈ পায়।

এই সমস্যাৰ বাবে চুপাৰ মাৰ্কেট, বেংকিং কাৰ্য্যকলাপ, ষ্টক মাৰ্কেটো বেয়াকৈ প্ৰভাৱিত হৈছে। আমেৰিকাৰ তিনিটা বিমান কোম্পানীয়ে নিজৰ সকলো বিমান বাতিল কৰিবলৈ বাধ্য হয়।

ভাৰতত এয়াৰ ট্ৰেভেল সেৱা প্ৰদান কৰা তিনিটা এয়াৰলাইন কোম্পানীৰ চাৰ্ভাৰত বৃহৎ কাৰিকৰী ত্ৰুটিৰ সন্মুখীন হৈছিল। ইণ্ডিগো, আকাছা এয়াৰ আৰু স্পাইচজেট বিমান সংস্থাসমূহে সমগ্ৰ বিশ্বৰ বহু বিমানবন্দৰত ৱেব চেক-ইনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল।

ইয়াৰ বাবেই মুম্বাই, বাংগালুৰু, দিল্লীকে ধৰি দেশৰ বহু বিমানবন্দৰত যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। আকাছা এয়াৰে যাত্ৰীসকলক জনাইছে যে তেওঁলোকে বিমানবন্দৰসমূহত মেনুৱেল চেক-ইন আৰু বৰ্ডিঙৰ সুবিধা প্ৰদান কৰিছে।

ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনৰ মতে, আমেৰিকাৰ কমেও তিনিটা প্ৰধান বিমান সংস্থা আমেৰিকান, ইউনাইটেড আৰু ডেল্টাই সকলো বিমান বাতিল কৰিছিল। অষ্ট্ৰেলিয়াত নিউ চাউথ ৱেলছ আৰক্ষী বাহিনীয়ে ছ’চিয়েল মিডিয়াত কয় যে তেওঁলোকে ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ বিষয়ে অৱগত। অষ্ট্ৰেলিয়াৰ অন্যতম বৃহৎ আৰু ব্যস্ত পৰিবহণ কেন্দ্ৰ ছিডনী বিমানবন্দৰতো সমস্যা।

বৰ্তমানে ইণ্ডিগ’ৰ ফালৰ পৰা কয় যে পৰিস্থিতি ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাতিল কৰা বিমানত থকা গ্ৰাহকসকলক বিমানবন্দৰত উপস্থিত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে, আৰু সম্ভৱ হ’লে বিকল্প উপায় আগবঢ়োৱা হৈছে বুলিও কোৱা হৈছে।

ইফালে বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জৰাপুয়েও এই বিষয়টো স্বীকাৰ কৰি কয় যে চৰকাৰে “অপাৰেচন পৰিচালনাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে”।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: global outagemicrosoftWindows
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
Next Post
ত্ৰিগ্ৰহী যোগৰ অন্ত পৰাৰ পাছতে ৫ ৰাশিৰ সমস্যা বৃদ্ধি, বিৰোধীৰ পৰা সাৱধানে থাকিব

ত্ৰিগ্ৰহী যোগৰ অন্ত পৰাৰ পাছতে ৫ ৰাশিৰ সমস্যা বৃদ্ধি, বিৰোধীৰ পৰা সাৱধানে থাকিব

৪ বছৰীয়া প্ৰেম, ৩ বাৰ বিয়া, অৱশেষত হাৰ্দিক-নাটাছাৰ বিচ্ছেদ, পাছে কোটিপতি হ’ল তৃতীয় এজন

৪ বছৰীয়া প্ৰেম, ৩ বাৰ বিয়া, অৱশেষত হাৰ্দিক-নাটাছাৰ বিচ্ছেদ, পাছে কোটিপতি হ'ল তৃতীয় এজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.