• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাৰ্জত লগাই কথা পাতি থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণ, শেষ হৈ গ’ল এজন কামাণ্ডো জোৱান

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

চাৰ্জত লগাই কথা পাতি থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণ, শেষ হৈ গ’ল এজন কামাণ্ডো জোৱান

চাৰ্জত লগাই কথা পাতি থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণ, শেষ হৈ গ’ল এজন কামাণ্ডো জোৱান

editor by editor
May 24, 2024
in Uncategorized
0
চাৰ্জত লগাই কথা পাতি থকাৰ সময়তে প্ৰচণ্ড বিস্ফোৰণ, শেষ হৈ গ’ল এজন কামাণ্ডো জোৱান
0
SHARES
360
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোবাইল বিস্ফোৰিত হৈ কামান্ডোৰ মৃত্যু। চাৰ্জত লগাই ফোনত কথা পতাটোৱেই কাল হ’ল কামাণ্ডো অমৰজ্যোতি টাইডৰ৷ মোবাইল ফোনেই প্ৰাণ কাঢ়িলে এজন ব্লেক কমাণ্ডোৰ। নিশা মোবাইল ফোন চাৰ্জত লগাই কথা পাতি থকা অৱস্থাতেই সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন শিৱসাগৰৰ ডিমৌৰ লাইবিলৰ অমৰজ্যোতি টাইড। মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল জোৱানজনে।

কাছাৰ জিলাৰ লোৱাৰবন্দত কৰ্মৰত আছিল কমাণ্ডো জোৱান অমৰজ্যোতি। মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰা অমৰজ্যোতিয়ে হাইলাকান্দিত নিৰ্মীয়মান দ্বিতীয় কমাণ্ডো বেটেলিয়ন কেম্পত নিয়োজিত হৈছিল।ডিমৌ লাইবিলৰ প্ৰয়াত পুষ্প টাইড আৰু মাতৃ নাতেৰ টাইডৰ পুত্ৰ অমৰজোতি টাইড। নিশা মোবাইল চার্জত লগাই কথা পাতি থাকোতেই প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ হয় মোবাইল ফোনটো। লগে লগে অমৰজ্যোতিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
Next Post
ফুটপাথৰ পৰা কাঁ! নিজেই চিলাই কৰা ২০ কিঃগ্ৰাঃৰ গাউন পিন্ধি কাঁত ঐশ্বৰ্যৰ সমান্তৰালকৈ জিলিকিল ভাৰতীয় নেনচি

মোবাইল কিয় বিস্ফোৰণ হয়? কি কি বিষয়ত সতৰ্ক থাকিব? কেনেকৈ ৰক্ষা পাব মোবাইল বিস্ফোৰণৰ পৰা? সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন