• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুটপাথৰ পৰা কাঁ! নিজেই চিলাই কৰা ২০ কিঃগ্ৰাঃৰ গাউন পিন্ধি কাঁত ঐশ্বৰ্যৰ সমান্তৰালকৈ জিলিকিল ভাৰতীয় নেনচি

ফুটপাথৰ পৰা কাঁ! নিজেই চিলাই কৰা ২০ কিঃগ্ৰাঃৰ গাউন পিন্ধি কাঁত ঐশ্বৰ্যৰ সমান্তৰালকৈ জিলিকিল ভাৰতীয় নেনচি

2 years ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

29 minutes ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

44 minutes ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

1 hour ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

2 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

4 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

5 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

6 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

6 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

18 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

18 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

19 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ফুটপাথৰ পৰা কাঁ! নিজেই চিলাই কৰা ২০ কিঃগ্ৰাঃৰ গাউন পিন্ধি কাঁত ঐশ্বৰ্যৰ সমান্তৰালকৈ জিলিকিল ভাৰতীয় নেনচি

ফুটপাথৰ পৰা কাঁ! নিজেই চিলাই কৰা ২০ কিঃগ্ৰাঃৰ গাউন পিন্ধি কাঁত ঐশ্বৰ্যৰ সমান্তৰালকৈ জিলিকিল ভাৰতীয় নেনচি

editor by editor
May 24, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ফুটপাথৰ পৰা কাঁ! নিজেই চিলাই কৰা ২০ কিঃগ্ৰাঃৰ গাউন পিন্ধি কাঁত ঐশ্বৰ্যৰ সমান্তৰালকৈ জিলিকিল ভাৰতীয় নেনচি
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃয়ে কাম কৰে কয়লাখনিত৷ কৰ’নাৰ বাবে তেওঁ বিসৰ্জন দিব লগা হৈছিল UPSCৰ সপোনো৷ দিল্লীৰ সৰোজিনি নগৰৰ ফুটপাথৰ পৰা মিটাৰ কাপোন ক্ৰয় কৰি কাপোৰ ডিজাইন দি চিলোৱা এইগৰাকী যুৱতী এদিন কাঁ মহোৎসৱত উজলি উঠিব সেই কথা কোনোৱে কল্পনাও কৰিব পৰা নাছিল৷ নিজে চিলোৱা গাউন পিন্ধি কাঁৰ ৰেড কাৰ্পেটত সকলোৰে নজৰ কাঢ়িছে৷ কাঁৰ ৰঙা দলিচা মানেই ফেশ্ব্যন ফিৰিস্তি৷ লাখ লাখ টকীয়া পোছাক পিন্ধি এই ৰঙা কাৰ্পেটত খোজ দিয়ে নামী-দামী তাৰকাই৷ সেই নামী-দামী তাৰকাৰ সৈতে খোজ মিলাই এই ৰঙা দলিছাত খোজ দিলে কয়লা খনিৰ শ্ৰমিকৰ সন্তান নেনচি ত্যাগীয়ে৷ নেনচিয়ে নিজৰ কৰ্মৰ জোৰতেই এই স্থানত ভৰি দিবলৈ সক্ষম হৈছে৷

তেওঁ ভাৰতীয় ফেশ্ব্যন ব্লগাৰ নেনচি ত্যাগী৷ উত্তৰ প্ৰদেশৰ সৰু এখন গাঁৱৰ পৰা ওলাই আহিছে নেনচি৷ ইংৰাজীৰ সৈতে দূৰ-দুৰণিলৈকে সম্পৰ্কই নাছিল নেনচিৰ৷ কিন্তু ভাষা কাহানিও কোনো ক্ষেত্ৰতেই হেঙাৰ নহয় সেই কথাকেই প্ৰমাণ কৰি ফ্ৰান্সলৈ লৈ উৰা মাৰিলে নেনচি৷ ফ্ৰান্সৰ ৰিভিয়েৰালৈ যাত্ৰা কৰাৰ সময়ত নেনচিৰ সাৰথি আছিল কেৱল অলপমান আত্মবিশ্বাস৷ সেই আত্মবিশ্বাস সামৰিয়েই ৰেড কাৰ্পেটত খোজ দিলে নেনচিয়ে৷ নিজ হাতে ডিজাইন কৰা গোলপীয়া গাউন পিন্ধি খোজ দিলে নেনচিয়ে৷ এই বিশেষ গাউনৰ ওজন আছিল প্ৰায় ২০ কিঃগ্ৰাঃ৷

কাঁলৈ যাবৰ বাবেই এই স্পেছিয়েল গোলপীয়া গাউন নেনচিয়ে নিজ হাতে তৈয়াৰ কৰিছিল৷ মুঠ ১০০০ মিটাৰ কাপোৰ লাগিছে এই  বিশেষ গাউন তৈয়াৰ কৰাৰ বাবে৷ নিজৰ এমাহৰ পৰিশ্ৰমৰ ফচল এই গোলপীয়া গাউন৷ পশ্চিমী বিনোদন ক্ষেত্ৰৰ ফটোগ্ৰাফাৰৰ দৃষ্টি নেনচিতেই যেন ৰৈ গ’ল৷ নেনচিয়ে খোজ দিয়াৰ সময়ত কেমেৰাৰ ফকাচ কেৱল নেনচিৰ ওপৰত৷ নেনচিয়ে ৰেড কাৰ্পেটৰ পৰা ওলাই অহাৰ পাছতেই বহু বিদেশী মিডিয়াই ঘেৰি ধৰিলে নেনচিক৷ ল’লে এটাৰ পাছত আনটো সাক্ষাৎকাৰ৷ কিন্তু তাত কিছু অসুবিধাও আহিল৷ নেনচিয়ে ইংৰাজী ক’ব নাজানে৷ বিদেশী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ হিন্দীতেই দি গ’ল নেনচিয়ে৷

নেনচিয়ে বিদেশী মিডিয়াক দিয়া সাক্ষাৎকাৰ ইংৰাজী ছাবটাইটেল লগাই শ্বেয়াৰ কৰিছে বিদেশী বিনোদন মিডিয়াই৷ তাতেই নেনচিয়ে কৈছে, ‘হাজাৰ মিটাৰ কাপোৰ দি নিজে তৈয়াৰ কৰা গাউন পিন্ধি কাঁৰ দলিচাত অহা এই যাত্ৰা মোৰ সহজ নাছিল৷ কিন্তু এই যাত্ৰাৰ প্ৰস্তুতিৰ পৰা বৰ্তমানলৈকে প্ৰতিটো ক্ষণেই মোৰ বাবে মূল্যবান৷ মোৰ সপোন পূৰণ হ’ল৷’

চিলাই মেচিনকেই সম্বল কৰি কাঁলৈ  যোৱা দুসাহসী নেনচিৰ অভাৱী জীৱনৰ কথাও এতিয়া চৰ্চাত আহিছে৷ আই এ এছ হোৱাৰ সপোন পূৰণ কৰিবলৈকে দিল্লী আহিছিন নেনচি৷ মাতৃয়ে কাম কৰিছিল কয়লাখনিত৷ মাতৃৰ কষ্ট কমাবলৈকে নেনচিয়ে সন্ধান কৰিছিল কৰ্মৰ৷ লকডাউনত ছচিয়েল মিডিয়াত ভৰি দিয়ে নেনচিয়ে৷ পঢ়াশুনাৰ  বাবে ঘৰৰ পৰা জমা কৰা ধনেৰে কেমেৰা ক্ৰয় কৰে নেনচিয়ে৷ সেই কেমেৰাৰে ৰীল বনোৱা আৰম্ভ কৰে৷ নেনচিয়ে চিলাইৰ বাবে কোনো প্ৰশিক্ষণ কাহানিও লোৱা নাছিল৷ সৰুতে পুতলাৰ বাবে সৰু সৰু কাপোৰ চিলাইছিল মাতৃৰ কাষত বহি৷ সেই টেলেণ্টেৰেই বিশেষ পোছাক চিলাই কৰি উলিয়াইছিল নেনচিয়ে৷ এইবাৰ সেই কাপোৰ পিন্ধি সপোনে উৰা মাৰিলে৷ নভৱা দূৰত্ব, নেদেখা সপোনৰ কান্ধত উঠি কাঁৰ নামী দামী তাৰকাৰ চকুত জিলিকি উঠিল নেনচি৷ নেনচি এতিয়া এক নাম নহয় নেনচি হৈ পৰিল এগৰাকী ইণ্টাৰনেশ্ব্যনেল ডিজাইনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?
জীৱনশৈলী

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

September 7, 2026
Next Post
মোবাইল কিয় বিস্ফোৰণ হয়? কি কি বিষয়ত সতৰ্ক থাকিব? কেনেকৈ ৰক্ষা পাব মোবাইল বিস্ফোৰণৰ পৰা? সবিশেষ

মোবাইল কিয় বিস্ফোৰণ হয়? কি কি বিষয়ত সতৰ্ক থাকিব? কেনেকৈ ৰক্ষা পাব মোবাইল বিস্ফোৰণৰ পৰা? সবিশেষ

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.