• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

2 years ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

55 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

editor by editor
September 26, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সুযোগ পালেই পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনে প্রধানমন্ত্ৰী মোদীয়ে৷ দেশৰ যি সমস্যাই নহওক কিয় সকলোতে মোদীয়ে আঙুলি টোৱাই পূৰ্বে শাসনত থকা দল কংগ্ৰেছক৷ তেওঁৰ অধিকাংশ বক্তব্যতেই তেওঁ কংগ্ৰেছৰ নাম লয়৷ এইবাৰো মধ্যপ্ৰদেশত শেহতীয়াভাৱে দিয়া ভাষণত মোদীয়ে কংগ্ৰেছ দলক লৈ কেইবাটাও মন্তব্য কৰিছে৷ মধ্যপ্ৰদেশত মোদীয়ে ৫১ মিনিটৰ ভাষণ প্ৰদান কৰিছে৷ এই হিচাপ আমাৰ নহয়৷ এই হিঁচাপ দিছে কংগ্ৰেছ নেতা পৱন খেৰাই৷

পৱন খেৰাই প্রধানমন্ত্ৰী মোদীৰ ভাষণক লৈয়েই সমালোচনা কৰিছে মোদীক৷ সমালোচনাৰ মাজতো ধন্যবাদ জ্ঞাপন কৰিছে প্রধানমন্ত্ৰীক৷ ২৪ত দেশত লোকসভা নিৰ্বাচন৷ এইবাৰ যদি বিজেপি দলে সংখ্যাগৰিষ্ঠ আসন দখল কৰিব পাৰে তেন্তে তৃতীয়বাৰৰ বাবে মোদী শাসন চলিব দেশত৷ কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে ছত্তীছগড়, ৰাজস্থান, তেলেংগানা, মিজোৰাম আৰু মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ মোদীয়ে লোকসভাৰ লগতে বিধানসভাৰ আসনলৈ চকু ৰাখিয়েই কেইবা লক্ষ নেতা-কৰ্মীক লৈ আৰম্ভ কৰিছে ‘কাৰ্যকৰ্তা মহাকুম্ভ’ৰ৷

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত আয়োজিত বিশেষ অনুষ্ঠানত ভাগ লৈ মোদীয়ে কংগ্ৰেছ দলক কটাক্ষ কৰি কেইবাটাও মন্তব্য কৰিছে৷ মোদীয়ে ভাষণত কয়, ‘স্বাধীনতাৰ পাছত দীৰ্ঘদিন মধ্যপ্ৰদেশত কংগ্ৰেছে শাসনৰ গাদী দখল কৰি আহিছিল৷ কিন্তু তেওঁলোকৰ আমোলত মধ্যপ্ৰদেশ উন্নয়ন আৰু অৰ্থনীতিৰ নিৰিখত, ‘ৰুগীয়া ৰাজ্য’লৈ পৰিণত হৈছে৷ কেৱল সেয়াই নহয় কংগ্ৰেছ মানেই দুৰ্নীতি, দাৰিদ্ৰতা বুলিও দলক কটাক্ষ কৰিছে মোদীয়ে৷

প্রধানমন্ত্ৰীৰ এই ভাষণ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই কংগ্ৰেছ নেতাই মোদীক দিছে প্ৰত্যুত্তৰ৷ পৱন খেৰাই কয়, ‘মুঠ ৫১ মিনিট ভাষণ দিছে মোদীয়ে৷ এই ভাষণত অৰ্থাৎ ৫১ মিনিটত ৪৪বাৰ তেওঁ কংগ্ৰেছৰ নাম লৈছে৷ এই বক্তব্যক আমি ধন্যবাদ জনাবই লাগিব৷ নিজৰ দলৰ নামেই মোদীয়ে সিমান লোৱা নাই যিমান আমাৰ দলৰ নাম লৈছে৷ আমাৰ কথাকেই গাই ভাষণ সামৰিলে৷ ইয়াৰ পৰা স্পষ্টকৈ প্ৰকাশ পাইছে যে তেওঁলোকৰ শাসনকালত মধ্যপ্ৰদেশত একোৱেই উন্নতি কৰিব নোৱাৰিলে৷ উন্নতি কৰিলে আমাৰ নাম লৈ থকাৰ সলনি উন্নয়নৰ কথা ক’লেহেতেন৷’

উল্লেখ্য যে শিৱৰাজ সিং চৌহান চৰকাৰৰ পূৰ্বে মধ্যপ্ৰদেশত ১৮ বছৰ ধৰি ক্ষমতাত আছিল কংগ্ৰেছ দল৷ আনকি ২০১৮ চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছেই সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷ কিন্তু একাংশ কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰাৰ পাছত বিজেপিয়ে মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰে৷ এইবাৰ কিন্তু পৰিস্থিতি সলনি হৈছে৷ বিজেপি এৰি কংগ্ৰেছলৈ উভতি আহিছে কংগ্ৰেছী প্ৰায়সকল নেতাই৷ বিভিন্ন সমীক্ষাতো এইবাৰ বিজেপিয়ে মধ্যপ্ৰদেশত বিজয় সাব্যস্ত কৰিব নোৱাৰিব বুলিয়েই চৰ্চা চলা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা

১৬ বছৰ পূৰ্বেই মৃত্যু হৈছে স্বামীৰ, কেৱলমাত্ৰ স্বামীৰ কণ্ঠস্বৰ এবাৰ শুনিবলৈকে মেট্ৰ ষ্টেচনলৈ সদায়ে যায় এগৰাকী মহিলা

পৃথিৱীতকৈয়ো বয়সত ডাঙৰ, ৯০০ কোটি বছৰ পুৰণি ৰহস্যময় ৰেডিঅ’ সংকেতৰ সন্ধান পাইছে বিজ্ঞানীয়ে, কোনে কেনেকৈ পঠিয়াইছে এই সংকেত? মানুহতকৈয়ো উচ্চখাপৰ জীৱ আছে নেকি ব্ৰহ্মাণ্ডত?

পৃথিৱীতকৈয়ো বয়সত ডাঙৰ, ৯০০ কোটি বছৰ পুৰণি ৰহস্যময় ৰেডিঅ’ সংকেতৰ সন্ধান পাইছে বিজ্ঞানীয়ে, কোনে কেনেকৈ পঠিয়াইছে এই সংকেত? মানুহতকৈয়ো উচ্চখাপৰ জীৱ আছে নেকি ব্ৰহ্মাণ্ডত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.