• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্জুন বঁটা

অৰ্জুন বঁটা লাভ কৰিব নেকি মহম্মদ ছামীয়ে? খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ BCCIৰ

2 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

14 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

14 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

16 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

16 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

17 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

18 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

19 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

20 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

20 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

20 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অৰ্জুন বঁটা লাভ কৰিব নেকি মহম্মদ ছামীয়ে? খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ BCCIৰ

editor by editor
December 13, 2023
in ক্ৰীড়া
0
অৰ্জুন বঁটা
0
SHARES
520
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান হৈছে অৰ্জুন বঁটা। ২০২৩ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে চৰ্চালৈ আহিছে ভাৰতৰ তাৰকা পেচ বলাৰ মহম্মদ ছামীৰ নাম। এদিনীয়া বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা মহম্মদ ছামীয়ে অৰ্জুন বঁটা লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। ইয়াৰ বাবে বিচিচিআয়ে অৰ্জুন বঁটাৰ মনোনয়নৰ বাবে ছামীৰ নাম প্ৰেৰণ কৰাৰ লগতে খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ জনাইছে।
২০২৩ এদিনীয়া ক্ৰিকেট বিশ্বকাপত মহম্মদ ছামীয়ে দমনীয় প্ৰদৰ্শনেৰে সাতখন মেচত ২৪ টা উইকেট দখল কৰিবলৈ সক্ষম হয়। বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত উপেক্ষিত ছামীয়ে পৰৱৰ্তী সময়ত সুযোগৰ সৎ ব্যৱহাৰ কৰি ভাৰতক ফাইনেলত উপনীত কৰোৱাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাজিত হ’লেও ভাৰতীয় দলৰ লগতে মহম্মদ ছামীৰ প্ৰদৰ্শনে প্ৰসংশা বুটলিবলৈ সক্ষম হয় ক্ৰীড়াপ্ৰেমীৰ।
ভাৰতৰ বেডমিণ্টন যুটি সাত্বিক সাইৰাজ আৰু চিৰাগ চেট্টী মনোনীত হয় দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ তালিকাত নাম নথকা বাবে বিচিচিআয়ে মহম্মদ ছামীক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিবলৈ খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ জনোৱা বুলি এক সুত্ৰত প্ৰকাশ।
আনহাতে, আন ১৬ গৰাকী ক্ৰীড়াবিদ অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ লগতে দ্ৰোণাচাৰ্য বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে পাঁচগৰাকী ক্ৰীড়াবিদে। ধ্যানচান্দ জীৱনজোৰা সাধনা বঁটাৰ তালিকাত আছে তিনিগৰাকী ক্ৰীড়াবিদ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arujuna awardbccimohammed shamisports
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ
ক্ৰীড়া

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

December 21, 2025
টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি
ক্ৰীড়া

টি-২০ত ভাৰতৰ দপদপনি, দক্ষিণ আফ্ৰিকাক হৰুৱাই ২০২৫ৰ সফল সামৰণি

December 20, 2025
কেতিয়া ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল, কোনে কোনে দলত স্থান পোৱাৰ সম্ভৱনা
ক্ৰীড়া

কেতিয়া ঘোষণা কৰা হ’ব টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল, কোনে কোনে দলত স্থান পোৱাৰ সম্ভৱনা

December 19, 2025
Next Post
আৰক্ষী

জে'লত বন্দী কংগ্ৰেছ নেতা নাচি আছে বিয়াত, হুৱাদুৱা লাগিল আৰক্ষীৰ

বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ’ব নেকি লুৰিণজ্যোতিক!

বিজেপিক সহায় কৰিবলৈকে ডিব্ৰুগড়ৰ টিকট দিয়া হ'ব নেকি লুৰিণজ্যোতিক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.