• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ত্ৰিপুষ্কৰ যোগত আজি লাভেই লাভ ৩ৰাশিৰ, কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব? জানি থওক সবিশেষ

ত্ৰিপুষ্কৰ যোগত আজি লাভেই লাভ ৩ৰাশিৰ, কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব? জানি থওক সবিশেষ

2 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

11 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

13 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

13 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 days ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

2 days ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ত্ৰিপুষ্কৰ যোগত আজি লাভেই লাভ ৩ৰাশিৰ, কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব? জানি থওক সবিশেষ

editor by editor
January 2, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ত্ৰিপুষ্কৰ যোগত আজি লাভেই লাভ ৩ৰাশিৰ, কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব? জানি থওক সবিশেষ
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙলবাৰে ২ জানুৱাৰীত চন্দ্ৰই সিংহ ৰাশিৰ পৰা ওলাই কন্যা ৰাশিত প্ৰৱেশ কৰিব। আজি সৌভাগ্য যোগ, শোভন যোগ, ত্ৰিপুষ্কৰ যোগ, ৰবি যোগ আৰু পূৰ্বা ফাল্গুনী নক্ষত্ৰৰ শুভ সংযোগ থাকিব। ইয়াৰফলতেই আজিৰ দিনটোৰ মাহাত্ম্যও বৃদ্ধি পাব। বৈদিক জ্যোতিষ অনুসৰি এই শুভ যোগৰ প্ৰভাৱত একাধিক ৰাশিৰ ভাগ্যত ধন বৃদ্ধিৰ যোগ তৈয়াৰ হৈছে।কোন কোন ৰাশিৰ জাতক ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব জানি থওক।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকসকল আজি সতৰ্ক হৈ থাকক। ব্যয় বাঢ়িব। ভাল কাম কৰক। স্বাস্থ্য দুৰ্বল হৈ থাকিব। প্ৰেম জীৱনৰ বাবে এই সময় প্ৰতিকূল। কৰ্মক্ষেত্ৰত পৰিস্থিতি ভালেই থাকিব। আকস্মিক আয়ৰো যোগ আছে। নতুন প্ৰকল্প তৈয়াৰ কৰিব। সন্মানিতও হ’ব। বহু কামত সফলতাও আহিব। ব্যৱসায়ত ভালেই। বাহন ক্ৰয় কৰিব পাৰে। সন্তানৰ ৰোজগাঢ় সম্পৰ্কীয় দুশ্চিন্তা দূৰ হ’ব। ভাগ্যই ৮৩ শতাংশ আপোনাৰ লগ দিব। বিষ্ণুক লাড্ডুৰ ভোগ নিবেদন কৰক।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ভাল। স্বাস্থ্যোন্নতি হ’ব। আয় বাঢ়িব। মান সন্মান লাভ কৰিব। প্ৰেমত শুভ। দাম্পত্য জীৱনত অৱসাদ থাকিলেও পৰিস্থিতি উন্নত। যাত্ৰা, বাহন চলাওতে নতুবা কোনো মেছিন ব্যৱহাৰৰ সময়ত সতৰ্ক হওক। স্বাস্থ্য দুৰ্বল থাকিব। সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হ’ব। কৰ্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে। ৯৮ শতাংশ ভাগ্যৰ সহায় পাব। পৰুৱাক আঁটা খোৱাওক।

মিথুন ৰাশি
এই ৰাশিৰ আজিৰ দিনটো ব্যস্ততাৰে পাৰ হ’ব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। দাম্পত্য জীৱনত অৱসাদ থাকিব। প্ৰেমত শুভ। কামত মনোনিবেশ কৰিব। আইন আদালত সম্পৰ্কীয় কামত সফলতা। লাভৰ সুযোগ বাঢ়িব। ব্যৱসায়ত লাভৰ সুযোগ। প্ৰকল্প ক্ৰমশ উন্নতিৰ দিশেৰে। পাবলগীয়া ধন লাভ কৰিব। ব্যয় বাঢ়িব। ভাগ্যই ৯২ শতাংশ লগ দিব আপোনাক। শিৱ চালিছা পাঠ কৰক।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ভাল। ভাগ্যই আপোনাৰ সংগ দিব। সমস্ত কামত সফলতা পাব। পৰিশ্ৰমৰ ফল পাব। দাম্পত্য জীৱনত প্ৰেম আৰু ভালপোৱা বৰ্তী থাকিব। ব্যয় বাঢ়িব। কাৰো সৈতে অযথা বিবাদত নোসোমাব। ঋণ আদায় কৰিব পাৰিব। ব্যৱসায়িক যাত্ৰা সফল হ’ব। ব্যৱসায় ভালেই চলিব। খং নিয়ন্ত্ৰণ কৰক। দায়িত্ব বাঢ়িব। পৰিকল্পিত কামত সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ হ’ব পাৰে। আজি ৬১ শতাংশ ভাগ্যৰ সংগ পাব। সংকটনাশন গণেশ স্তোত্ৰ পাঠ কৰক।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ আজিৰ দিনটো বিশেষ ভাল নহয়। পৰিয়ালত অৱসাদ থাকিব। মানসিক দিশত দুৰ্বল হৈ থাকিব। কৰ্মক্ষেত্ৰত উন্নতি। নিজৰ কামত মনোনিৱেশ কৰক। পাবলগীয়া ধন লাভ কৰিব। কুসংগ এৰাই চলক। অনাবশ্যক ব্যয় নকৰিব। কাৰো পৰা ঋণ ল’বলগা হ’ব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। ধৰ্মীয় কামত ৰুচি বাঢ়িব। স্বাস্থ্য সম্পৰ্কীয় চিন্তা দূৰ হ’ব। ৮৮ শতাংশ ক্ষেত্ৰত ভাগ্যই সংগ দিব। নিশা কলা কুকুৰক খাদ্য খোৱাওক।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত আনন্দ থাকিব। জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাব। প্ৰেম জীৱনত ৰোমান্স থাকিব। সমস্ত কামত ভাল ফল লাভ কৰিব। বিলাসিতাত ধন ব্যয় কৰিব। ঘৰ বা মাটি সংক্ৰান্তীয় বাধা দূৰ হ’ব। ব্যৱসায়ত নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। আৰ্থিক পৰিস্থিতি ভালেই। ব্যয় আৰু লেনদেনত নিয়ন্ত্ৰণ ৰাখক। ভাগ্যই ৭১ শতাংশ সংগ দিব। পূৱাই সূৰ্যপ্ৰণাম কৰক। তামৰ লোটাৰে সূৰ্যক জল অৰ্পণ কৰক।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো পাৰিবাৰিক জীৱনৰ বাবে শুভ। কৰ্মক্ষেত্ৰত উন্নতি হ’ব। বাণী নিয়ন্ত্ৰণত ৰাখক। অন্যথা হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে। প্ৰেমত প্ৰতিকূল। ভায়েক ভনীয়েকৰ সহযোগিতাৰ প্ৰয়োজন হ’ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে ভাল ব্যৱহাৰ কৰক। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। আইনী কাম সম্পন্ন হ’ব। শাৰীৰিক কষ্ট হ’ব পাৰে। ব্যৱসায়ত ভাল। আৰ্থিক দায়িত্ব সীমিত থাকিব। সন্তানৰ কামত অসন্তুষ্ট থাকিব। বন্ধুৰ সৈতে মতভেদ হ’ব পাৰে। ভাগ্যৰ ৬৫ শতাংশ সংগ লাভ কৰিব আপুনি।

বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতকৰ দিনটো প্ৰেমত শুভ যাব। ভায়েক ভনীয়েকৰ মাজৰ সম্পৰ্ক উন্নত। পাৰিবাৰিক জীৱন সুখৰ হ’ব। পৰিয়ালত কোনো অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। নিজৰ ব্যৱহাৰ ঠিক কৰক। দাম্পত্য জীৱনত উন্নতি। কৰ্মক্ষেত্ৰত প্ৰচেষ্টা অনুযায়ী সাফল্য লাভ কৰিব। সাৱধানে গাড়ী চলাওক। ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিব। সাৱধানে লেনদেন কৰক। পাবলগীয়া ধন উভতাই পাব। শিক্ষা ক্ষেত্ৰত উন্নতি। ৭৮ শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাক সহায় কৰিব। গণেশ চালিছা পাঠ কৰক।

ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ পাৰিবাৰিক জীৱন সুখকৰ। সমস্ত কামত পৰিয়ালৰ সহযোগিতা লাভ কৰিব। ব্যয় বাঢ়িব। আনন্দিতও থাকিব। মনত আনন্দ থাকিব। কৰ্মক্ষেত্ৰত নিজৰ পৰিশ্ৰমে সফলতা আনিব। সকলোৱে আপোনাৰ প্রশংসা কৰিব। দাম্পত্য জীৱন সুখকৰ। ভয়, কষ্ট আৰু অৱসাদৰ পৰিবেশ থাকিব। দুঃসংবাদ পাব পাৰে। দুঃসাহস দেখুৱালে ক্ষতি হ’ব। ভাগ্যৰ ৮৫ শতাংশ সহায় পাব। বগা চন্দনৰ তিলক লগাওক। শিৱক তামৰ লোটাৰে জল নিবেদন কৰক।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে আজি যাত্ৰা কৰিব পাৰে। আয় বঢ়াৰ ফলত ব্যয়ো হ’ব। সম্পত্তি লাভৰ যোগ। প্ৰেমত প্ৰিয় মানুহৰ সহযোগিতা লাভ কৰিব। কোনো সমস্যা উৎপন্ন হ’ব পাৰে। আপোনাৰ সমস্ত চেষ্টা সফল হ’ব। ব্যৱসায়ত ভালেই। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত উন্নতি হ’ব। বিভিন্ন উৎসৰ পৰা অৰ্থ লাভ সম্ভৱ। ভাগ্যই আজি ৮৩ শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ লাভ কৰিব।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে আজি কৰ্মক্ষেত্ৰত অসাধাৰণ সাফল্য লাভ কৰিব। আপোনাৰ প্ৰশংসা আৰু প্ৰভাৱ বাঢ়িব। আয় বৃদ্ধিৰ শুভ সংযোগ তৈয়াৰ হৈছে। পৰিয়ালত অবসাদে ক্ৰিয়া কৰিব। পুৰণা বন্ধু লগ পাব পাৰে। সুসংবাদ আহিব। চাকৰি আৰু ৰাজনৈতিক ক্ষেত্ৰত ভাগ্যোদয় সম্ভৱ। পৰিয়ালত শুভ অনুষ্ঠান আয়োজন হ’ব। ভাগ্যৰ ৮৮ শতাংশ সহায় লাভ কৰিব। বিষ্ণুক পুজা কৰক।

মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ভাল। মানসিক দিশেৰেও মজবুত থাকিব। কিছু পৰিমাণে আৱেগপ্ৰৱণো হ’ব। প্ৰেমত শুভ। কৰ্মক্ষেত্ৰত পৰিস্থিতি ভাল। প্ৰচুৰ পৰিশ্ৰম কৰক। আয়ৰ বাবেও দিনটো শুভ। সাবধানে বাহন চলাওক। আৰ্থিক উন্নতি সংক্ৰান্তীয় সু সংবাদ আহিব পাৰে। আংশীদাৰিত্বৰ কামত লাভ অৰ্জন কৰিব। দাম্পত্য জীৱন সুখকৰ। ব্যৱসায়িক যাত্ৰা সফল হ’ব। আজি ৯১ শতাংশ ভাগ্যই সহায় পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
ডেৰ ঘণ্টাত ২০ বাৰকৈ কম্পন, ছুনামীৰ প্ৰভাৱ এতিয়া জাপানৰ কেইবাটাও এলেকাত, সবিশেষ খবৰ

ডেৰ ঘণ্টাত ২০ বাৰকৈ কম্পন, ছুনামীৰ প্ৰভাৱ এতিয়া জাপানৰ কেইবাটাও এলেকাত, সবিশেষ খবৰ

‘সংঘৰ্ষৰ ইতিহাস চায়েই আমি বুজিছিলো…’ ৰামজন্মভূমিক লৈ কিয় এ ৰায়দান দিবলৈ বাধ্য হৈছিল ৰঞ্জন গগৈ? সবিশেষ জনালে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে

'সংঘৰ্ষৰ ইতিহাস চায়েই আমি বুজিছিলো...’ ৰামজন্মভূমিক লৈ কিয় এ ৰায়দান দিবলৈ বাধ্য হৈছিল ৰঞ্জন গগৈ? সবিশেষ জনালে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.