• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

12 minutes ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

37 minutes ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

2 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

2 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

3 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

5 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

6 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

6 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

6 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

7 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

23 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

editor by editor
July 21, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

ভাৰতীয় চিনেমাৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ উদ্যোগ হৈছে বলীউড আৰু চাউথ চিনেমা। এই দুই উদ্যোগৰ তাৰকা সকলৰ জনপ্ৰিয়তাও বহু। অনুৰাগী ইমানেই যে, কোনো কোনো তাৰকাৰ বাবে যি কোনো সীমা পাৰ কৰিবলৈয়ো কুন্ঠাবোধ নকৰে কিছু লোকে। তাৰকা সকলৰ জনপ্ৰিয়াতাই পাৰ কৰে সকলো সীমা, দক্ষিণত মন্দিৰ পৰ্যন্ত আছে কোনো তাৰকাৰ।

পাছে সকলোতকৈ জনপ্ৰিয় কোন, এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলেই মনলৈ আহে বহু কেইজন। ছ’চিয়েল মিডিয়াত অনুৰাগীৰ উন্মাদনা অনুসৰি প্ৰতিবাৰেই অৰমেক্স মিডিয়াই এখন তালিকা প্ৰকাশ কৰে। য’ত আটাইতকৈ জনপ্ৰিয় ছবি, ৱেব ধাৰাবাহিক, গীত, টিভি ধাৰাবাহিক, অভিনেতা আৰু অভিনেত্ৰীৰ শীৰ্ষ ১০ ৰ নাম প্ৰকাশ কৰি।

এইবাৰো শীৰ্ষ ১০ গৰাকী অভিনেতা আৰু শীৰ্ষ ১০ গৰাকী অভিনেত্ৰীৰ তালিকা প্ৰকাশ পাইছে। যি তালিকাৰ শীৰ্ষত পাছে নাই শ্বাহৰুখ তথা দীপিকা ।

ভাৰতৰ শীৰ্ষ ১০ অভিনেতা-
অৰমেক্স মিডিয়াই এক্স হেণ্ডেলত প্ৰকাশ কৰিছে এখন তালিকা য’ত ভাৰতৰ শীৰ্ষ ১০ গৰাকী অভিনেতাক অন্তৰ্ভুক্ত কৰা হৈছে। তালিকা অনুসৰি শীৰ্ষ ১০ হৈছে-
১. প্ৰভাস
২. শ্বাহৰুখ খান
৩. বিজয়
৪. আল্লু অৰ্জুন
৫. জুনিয়ৰ এন টি আৰ
৬. মহেশ বাবু
৭. অক্ষয় কুমাৰ
৮. ছলমান খান
৯. ৰাম চৰণ
১০. হৃতিক ৰোশন

ভাৰতৰ শীৰ্ষ ১০ অভিনেত্ৰী
অৰমেক্স মিডিয়াই এক্স হেণ্ডেলত প্ৰকাশ কৰিছে ভাৰতৰ শীৰ্ষ ১০ গৰাকী অভিনেত্ৰী। সেই সকল হৈছে-
১. আলিয়া ভাট্ট
২. সামান্থা
২. দীপিকা পাডুকন
৪. কাজল আগৰৱাল
৫. কেটৰীনা কাইফ
৬. নয়ন্তৰা
৭. ৰশ্মিকা মান্দানা
৮. কিয়াৰা আদৱানী
৯. কৃতি ছেনন
১০. তৃষা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian ActorIndian ActressIndian most Popular ActressMost PopularTop ActorTop Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ’

ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ'

আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.