• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

2 years ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

8 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

10 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

10 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

10 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

11 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

11 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

11 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

12 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

13 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

14 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

14 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

editor by editor
July 21, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

ভাৰতীয় চিনেমাৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ উদ্যোগ হৈছে বলীউড আৰু চাউথ চিনেমা। এই দুই উদ্যোগৰ তাৰকা সকলৰ জনপ্ৰিয়তাও বহু। অনুৰাগী ইমানেই যে, কোনো কোনো তাৰকাৰ বাবে যি কোনো সীমা পাৰ কৰিবলৈয়ো কুন্ঠাবোধ নকৰে কিছু লোকে। তাৰকা সকলৰ জনপ্ৰিয়াতাই পাৰ কৰে সকলো সীমা, দক্ষিণত মন্দিৰ পৰ্যন্ত আছে কোনো তাৰকাৰ।

পাছে সকলোতকৈ জনপ্ৰিয় কোন, এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলেই মনলৈ আহে বহু কেইজন। ছ’চিয়েল মিডিয়াত অনুৰাগীৰ উন্মাদনা অনুসৰি প্ৰতিবাৰেই অৰমেক্স মিডিয়াই এখন তালিকা প্ৰকাশ কৰে। য’ত আটাইতকৈ জনপ্ৰিয় ছবি, ৱেব ধাৰাবাহিক, গীত, টিভি ধাৰাবাহিক, অভিনেতা আৰু অভিনেত্ৰীৰ শীৰ্ষ ১০ ৰ নাম প্ৰকাশ কৰি।

এইবাৰো শীৰ্ষ ১০ গৰাকী অভিনেতা আৰু শীৰ্ষ ১০ গৰাকী অভিনেত্ৰীৰ তালিকা প্ৰকাশ পাইছে। যি তালিকাৰ শীৰ্ষত পাছে নাই শ্বাহৰুখ তথা দীপিকা ।

ভাৰতৰ শীৰ্ষ ১০ অভিনেতা-
অৰমেক্স মিডিয়াই এক্স হেণ্ডেলত প্ৰকাশ কৰিছে এখন তালিকা য’ত ভাৰতৰ শীৰ্ষ ১০ গৰাকী অভিনেতাক অন্তৰ্ভুক্ত কৰা হৈছে। তালিকা অনুসৰি শীৰ্ষ ১০ হৈছে-
১. প্ৰভাস
২. শ্বাহৰুখ খান
৩. বিজয়
৪. আল্লু অৰ্জুন
৫. জুনিয়ৰ এন টি আৰ
৬. মহেশ বাবু
৭. অক্ষয় কুমাৰ
৮. ছলমান খান
৯. ৰাম চৰণ
১০. হৃতিক ৰোশন

ভাৰতৰ শীৰ্ষ ১০ অভিনেত্ৰী
অৰমেক্স মিডিয়াই এক্স হেণ্ডেলত প্ৰকাশ কৰিছে ভাৰতৰ শীৰ্ষ ১০ গৰাকী অভিনেত্ৰী। সেই সকল হৈছে-
১. আলিয়া ভাট্ট
২. সামান্থা
২. দীপিকা পাডুকন
৪. কাজল আগৰৱাল
৫. কেটৰীনা কাইফ
৬. নয়ন্তৰা
৭. ৰশ্মিকা মান্দানা
৮. কিয়াৰা আদৱানী
৯. কৃতি ছেনন
১০. তৃষা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian ActorIndian ActressIndian most Popular ActressMost PopularTop ActorTop Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
Next Post
ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ’

ভাৰতত নিষিদ্ধ ঘোষণা হোৱা পিটবুলৰ ভয়ংকৰ আক্ৰমণ, সহায় বিচাৰি হাবাথুৰি ডেলিভাৰী বয়ৰ, ভাইৰেল ভিডিঅ'

আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.