• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

7 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

8 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

8 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

9 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

9 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

10 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

10 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

11 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

12 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

13 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

14 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

editor by editor
July 22, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা গ্ৰীষ্মকালীন অধিৱেশন, কাইলৈ ইতিহাস ৰচি বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰীয়ে

আজিৰে ২২ জুলাইৰ পৰা আৰম্ভ হৈছে গ্ৰীষ্মকালীন অধিৱেশন, এই অধিৱেশনতেই সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কাইলৈ ২৩ জুলাই মঙলবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সাধাৰণ বাজেট।

১২ আগষ্টলৈকে চলিব সংসদৰ এই অধিৱেশন। আজিৰ দিনৰ ১বজাত লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে দেশৰ আৰ্থিক সৰ্বেক্ষণ দাখিল কৰিব। দিনৰ ২বজাত ৰাজ্যসভাৰ মজিয়াতো বিত্তমন্ত্ৰীগৰাকীয়ে দেশৰ আৰ্থিক স্থিতিক লৈ প্ৰস্তুত কৰা এই প্ৰতিবেদন দাখিল কৰিব।

সংসদৰ ব্যৱসায়িক তালিকা অনুসৰি বিত্তমন্ত্রীয়ে লোকসভাত অৰ্থাৎ ১ বজাৰ ওচৰত আৰু ৰাজ্যসভাত ২ বজাত প্রশ্ন ঘন্টাৰ লগে লগে অর্থনৈতিক জৰীপ দাখিল কৰিব৷ অৰ্থাৎ বিয়লি ২ বজাত আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হ’ব অৰ্থনৈতিক সমীক্ষা। ইয়াৰ পিছত বিয়লি ২:৩০ বজাত মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ সংবাদমেল অনুষ্ঠিত হ’ব।

মঙলবাৰে একেৰাহে সপ্তমবাৰৰ বাবে সাধাৰণ বাজেট দাখিল কৰি ইতিহাস সৃষ্টি কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। একেৰাহে ছটা বাজেট দাখিল কৰাৰ মোৰাৰজী দেশাইৰ অভিলেখ ভংগ কৰি সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব। মোৰাৰজী দেশাইয়ে ১৯৫৯ চনৰ পৰা ১৯৬৪ চনলৈ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি একেৰাহে ছখন বাজেট দাখিল কৰিছিল। ইয়াৰ ভিতৰত আছিল পাঁচটা সম্পূৰ্ণ আৰু এটা অন্তৱৰ্তীকালীন বাজেট। পূৰ্বৰ কিছুমান বাজেটৰ দৰে ২০২৪ চনৰ বাজেটতো কাগজবিহীন হ’ব। সাধাৰণ নিৰ্বাচনৰ বাবে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত দাখিল কৰা হৈছিল অন্তৱৰ্তীকালীন বাজেট।

এই অধিৱেশনৰ সময়ত বিৰোধীয়েও ‘NEET’ কাগজ ফাদিল আৰু ৰে’ল নিৰাপত্তাৰ দৰে বিষয়ত চৰকাৰক কোণত ৰখাৰ প্ৰস্তুতি চলাইছে। কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰে লোকসভাত স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰি কাগজ ফাদিলৰ অভূতপূৰ্ব গোচৰ আৰু NEET-UG আৰু UGC NETকে ধৰি পৰীক্ষা অনুষ্ঠিত কৰাত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ ব্যৰ্থতা সম্পৰ্কে আলোচনা কৰিব বিচাৰিছে। কংগ্ৰেছৰ সাংসদ মনীষ তেৱাৰীয়ে লোকসভাত স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল, সীমান্তৰ পৰিস্থিতি আৰু চীনৰ সৈতে হোৱা বৃহৎ বাণিজ্যিক ঘাটিৰ বিষয়ে আলোচনা কৰিবলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: budgetBudget 2024finance ministerNarendra Mod 3.0nirmala sitaraman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ জ’ বাইডেনৰ, ইতিহাস সৃষ্টি কৰি ভাৰতীয় মূলৰ কমলা হেৰিছে কৰিব প্ৰতিদ্বন্দিতা

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ জ' বাইডেনৰ, ইতিহাস সৃষ্টি কৰি ভাৰতীয় মূলৰ কমলা হেৰিছে কৰিব প্ৰতিদ্বন্দিতা

শাওন মাহৰ আচৰিত সংযোগ, ৫ ৰাশি হৈ পৰিব মালামাল

শাওন মাহৰ আচৰিত সংযোগ, ৫ ৰাশি হৈ পৰিব মালামাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.