• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৌৰৱৰ ক্ষণ, দেশৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ যোগী, মমতা, নাইডু সকলো ম্লান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ জনপ্ৰিয়তাৰ ওচৰত

7 months ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

9 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

10 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

11 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

12 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

13 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

14 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

15 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

16 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গৌৰৱৰ ক্ষণ, দেশৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ যোগী, মমতা, নাইডু সকলো ম্লান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ জনপ্ৰিয়তাৰ ওচৰত

গৌৰৱৰ ক্ষণ, দেশৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ যোগী, মমতা, নাইডু সকলো ম্লান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ জনপ্ৰিয়তাৰ ওচৰত

editor by editor
August 29, 2025
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
গৌৰৱৰ ক্ষণ, দেশৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ যোগী, মমতা, নাইডু সকলো ম্লান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ জনপ্ৰিয়তাৰ ওচৰত
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডিয়া টুডেৰ ২০২৫ৰ আগষ্টৰ Mood of the Nation (MOTN) Survey 2025 সমীক্ষা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধান ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ সন্মান লাভ কৰিছে৷ Mood of the Nation (MOTN) Survey 2025ৰ ৰিপৰ্ট অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫৫.৪ শতাংশ ৰেটিং লাভ কৰিছে৷ বিগত দুবছৰত তেওঁৰ জনপ্ৰিয়তা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ ২০২৪ চনত ৫০.৮ শতাংশ তাৰপূৰ্বে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৪৮.৬শতাংশ আৰু ২০২৩ চনৰ আগষ্ট মাহত ৪৯.২ শতাংশ ৰেটিং লাভ কৰিছিল৷ ৰেটিঙেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পিছপেলাইছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াকো৷

দ্বিতীয় স্থানত চন্দ্ৰবাবু নাইডু, তৃতীয় মমতা বেনাৰ্জী

Mood of the Nation ৰ সমীক্ষা অনুসৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ভাৰতৰ দ্বিতীয় শীৰ্ষ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। আনহাতে এই ক্ষেত্ৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তিনি নম্বৰত আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়া চতুৰ্থ স্থানত আছে। নাইডুৱে ৪৬.৯ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে মমতা বেনাৰ্জীয়েও ৪৬.৯ আৰু চিদ্দাৰামাইয়াই ৩৮.৯ শতাংশ ভোট লাভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
মোদীজীক যিমানেই গালি পাৰিব সিমানেই বেছিকৈ পদুম ফুলিব, ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিবঃ অমিত শ্বাহ

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন