• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীজীক যিমানেই গালি পাৰিব সিমানেই বেছিকৈ পদুম ফুলিব, ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিবঃ অমিত শ্বাহ

9 months ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

17 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

45 minutes ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

1 hour ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

2 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

3 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

4 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

5 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

6 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোদীজীক যিমানেই গালি পাৰিব সিমানেই বেছিকৈ পদুম ফুলিব, ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিবঃ অমিত শ্বাহ

মোদীজীক যিমানেই গালি পাৰিব সিমানেই বেছিকৈ পদুম ফুলিব, ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিবঃ অমিত শ্বাহ

editor by editor
August 29, 2025
in জীৱনশৈলী
0
মোদীজীক যিমানেই গালি পাৰিব সিমানেই বেছিকৈ পদুম ফুলিব, ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিবঃ অমিত শ্বাহ
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ পৰাই বিজেপিয়ে যেন আৰম্ভ কৰিলে ২০২৬ চনৰ নিৰ্বাচনী যুঁজ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গুৱাহাটীৰ পৰাই আকৌ এবাৰ কংগ্ৰেছক দেখুৱালে শক্তি৷ গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক আকৌ এবাৰ সঁকিয়াই দিলে গুৱাহাটীৰ পৰাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গালিগালাজ কৰাৰ বাবে ৰাহুল গান্ধীক ক্ষমা খোজাৰো দাবী জনাইছে গৃহমন্ত্ৰী শ্বাহে৷ গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে, প্ৰধানমন্ত্ৰী মোদীক যিমানেই গালি গালাজ কৰিব সিমানেই পদুম ফুলি উঠিব৷

দেশৰ বাবেই ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিব

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘ৰাহুল গান্ধীয়ে আৰম্ভ কৰা নিম্নস্তৰৰ ঘৃণা আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক লৈ কৰা মন্তব্যক মই গৰিহণা দিছো৷ এই ঘৃণাৰ ৰাজনীতিয়ে ৰাহুল গান্ধীৰ ৰাজহুৱা জীৱনক বেয়াৰ ফাললৈহে লৈ যাব৷ এনেকৈ বেয়া কথা কৈ বেয়া মেডেল পাব নেকি? তেওঁলোকৰ এইধৰণৰ কথাবাৰ্তাবোৰৰ বাবেই বাৰে বাৰে পৰাজয়ৰ সন্মুখীন হৈছে৷ কিন্তু তেওঁলোকে নিজৰ ভুলবোৰ বুজি নাপায়৷ প্ৰধানমন্ত্ৰী মোদীক যিমানেই গালি-গালাজ কৰিব সিমানেই পদুম ফুলিব৷ কোনোবাই যদি ৰাজনীতিক প্ৰদূষিত কৰে তেন্তে দেশ কেনেকৈ সুৰক্ষিত হব? দেশবাসীও আচৰিত হৈছে তেওঁলোকৰ কাৰ্যকলাপত৷ তেওঁলোকে সকলো সীমা অতিক্ৰম কৰিছে৷ দেশৰ বাবেই ৰাহুলে ক্ষমা খুজিব লাগিব৷ মই ভগৱানক প্ৰাৰ্থনা কৰিছো তেওঁলোকক যাতে সদবুদ্ধি দিয়ে৷’

সোণালী আখৰেৰে লিখা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকাল

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘যেতিয়া উত্তৰ পূৱ আৰু অসমৰ ইতিহাস লিখা হব তেতিয়া প্ৰধানমন্ত্ৰী মোদীৰ এই ১১ বছৰীয়া কাৰ্যকালক সোণালী আখৰেৰে লিখা হব৷ আমি দ্ৰুতগতিত অসমৰ বিকাশ হৈছে৷ অসমৰ উন্নয়নৰ গতি ৰুদ্ধ নহয়৷ আমি ইংৰাজে তৈয়াৰ কৰা আইন বিলুপ্ত কৰিছো৷ আজি প্ৰতিজন ব্যক্তিয়ে আত্মসন্মানেৰে জীয়াই থকাৰ পৰিবেশ তৈয়াৰ কৰিছো৷ ১১ বছৰত মোদীয়ে দেশৰ সুৰক্ষাৰ বাবে বহু কাম কৰিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

May 27, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে
জীৱনশৈলী

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

May 27, 2026
Next Post
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

নিশা ৯ বজাৰ পাছতেই ভাৰতত দেখা যাব চন্দ্ৰগ্ৰহণ, কেতিয়া আৰম্ভ হ’ব সূতক কাল? ভাৰতৰ পৰা চন্দ্ৰগ্ৰহণ পৰ্যবেক্ষণৰ সঠিক সময় কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন