অন্ কেমেৰা বিজেপি গুণ্ডাৰ উদ্ভণ্ডালি। খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াৰ গুণ্ডাৰ অন্ কেমেৰা আক্ৰমণ কংগ্ৰেছৰ মুখপাত্ৰক। টিভি শ্ব’ৰ মাজতে বিজেপিৰ গুণ্ডাৰ আক্ৰমণ কংগ্ৰেছ নেতাক।