• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০GB ফ্ৰি ক্লাউড ষ্টোৰেজ! Jio-ত ডাটা বিপ্লৱৰ ঘোষণা মুকেশ আম্বানীৰ

১০০GB ফ্ৰি ক্লাউড ষ্টোৰেজ! Jio-ত ডাটা বিপ্লৱৰ ঘোষণা মুকেশ আম্বানীৰ

2 years ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

2 minutes ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

11 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

24 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

44 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

1 hour ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

১০০GB ফ্ৰি ক্লাউড ষ্টোৰেজ! Jio-ত ডাটা বিপ্লৱৰ ঘোষণা মুকেশ আম্বানীৰ

১০০GB ফ্ৰি ক্লাউড ষ্টোৰেজ! Jio-ত ডাটা বিপ্লৱৰ ঘোষণা মুকেশ আম্বানীৰ

editor by editor
August 30, 2024
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
১০০GB ফ্ৰি ক্লাউড ষ্টোৰেজ! Jio-ত ডাটা বিপ্লৱৰ ঘোষণা মুকেশ আম্বানীৰ
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দূৰ্গাপূজালৈ বেছিদিন নাই৷ পূজাৰ পূৰ্বে জিঅ’ক লৈ বৃহৎ ঘোষণা কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজেৰ চেয়াৰমেন মুকেশ আম্বানীয়ে৷ চলিত বছৰৰ পৰাই জিঅ’ এ আই ক্লাউডৰ মেগা অফাৰ গ্ৰাহকলৈ আগবঢ়োৱা হ’ব বুলি জনাইছে মুকেশ আম্বানীয়ে৷ যাতে ১০০ জি বি পৰ্যন্ত বিনামূলীয়া ডাটা দিব পাৰে তাৰ ব্যৱস্থা থাকিব ক্লাউড ষ্টৰেজত৷ এই বছৰৰ দীপাৱলীত জিঅ’ এআই ক্লাউডে বজাৰ দখল কৰিব আশাবাদী মুকেশ আম্বানী৷

বৃহস্পতিবাৰে অৰ্থাৎ ২৯ আগষ্টত ৰিলায়েন্সৰ ৪৭তম বাৰ্ষিক সাধাৰণ সভাত বক্তব্য ৰাখিছে মুকেশ আম্বানীয়ে৷ তাতেই ষ্টক হোল্ডাৰসকলৰ সন্মুখত জিঅ’ এ আই ক্লাউড অনাৰ কথা ঘোষণা কৰিছে আম্বানীয়ে৷ বৈঠকত ৰিলায়েন্সৰ চেয়াৰমেনে কয়, ‘ৰোমাঞ্চক লৈ জিঅ’ এ আই ক্লাউডৰ প্ৰাৰম্ভিক অফাৰ ঘোষণা কৰিছো৷’ ইয়াৰ পাছতেই ফ্ৰি ডাটাৰ বিষয়টোক লৈ মুকেশ আম্বানীয়ে কয়, ‘জিঅ’ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ সমস্ত ফটো, ভিডিঅ’, নথি, অন্যান্য সমস্ত ডিজিটেল সামগ্ৰী আৰু ডাটা নিৰাপদে সঞ্চয় কৰিব আৰু এক্সেছ কৰিবলৈ ১০০ জিবি পৰ্যন্ত বিনামূলীয়া ক্লাউড ষ্টোৰেজ পাব৷ যিসকলক আৰু বেছি ষ্টোৰেজৰ প্ৰয়োজন তেওঁলোকেও কম মূল্যত আমাৰ কিছু প্লেনৰ সুবিধা লাভ কৰিব৷ এই অফাৰ দীপাৱলিতেই আৰম্ভ কৰাৰ পৰিকল্পনা আছে৷ ডাটা চালিত এ আই পৰিসেৱা যাতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে সেয়াই আমাৰ একমাত্ৰ উদ্দেশ্য৷

এই অফাৰ দীপাৱলিতেই আৰম্ভ কৰাৰ পৰিকল্পনা আছে৷ ডাটা চালিত এ আই পৰিসেৱা যাতে সকলোৱে ব্যৱহাৰ কৰি পাৰে, সেয়াই আমাৰ একমাত্ৰ লক্ষ্য৷ উল্লেখ্য যে, এই দিনৰ বাৰ্ষিক সাধাৰণ সভাত  লাইভ ষ্ট্ৰিমিং কৰিছে ৰিলায়েন্সে৷ তাতেই বাৰে বাৰে এআইৰ গুৰুত্বৰ কথা কৈছে মুকেশ আম্বানীয়ে৷’ মানৱ সভ্যতাৰ ইতিহাসত অন্যতম বৃহৎ বিৱৰ্তনেই হৈছে এ আই৷ আমি কেতিয়াও গ্ৰাহকৰ ক্ৰমবৰ্ধমান আকাংক্ষা আৰু উন্নয়নক উপেক্ষা নকৰো৷ আমি সমস্ত ৰিলায়েন্সে ব্যৱসায়ৰ বাবে এটা এ আই ডিজিটেল পৰিকাঠামো তৈয়াৰ কৰিছো৷ যিয়ে ভাৰতৰ দ্ৰুত এক প্ৰযুক্তিৰ দেশলৈ পৰিণত কৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

April 11, 2026
Next Post
এই ৫ৰাশিৰ ধন সম্পত্তি লাভৰ যোগ! ৩গ্ৰহৰ মিলি ছেপ্টেম্বৰতেই সৃষ্টি কৰিব শক্তিশালী ৰাজযোগ

এই ৫ৰাশিৰ ধন সম্পত্তি লাভৰ যোগ! ৩গ্ৰহৰ মিলি ছেপ্টেম্বৰতেই সৃষ্টি কৰিব শক্তিশালী ৰাজযোগ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.