• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

8 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

editor by editor
August 29, 2022
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে সোমবাৰে দেশৰ মেট্ৰ’ চহৰসমূহত জিঅ’ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে কোম্পানীটোৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দিয়া ভাষণত মুকেশ আম্বানীয়ে এই কথা ঘোষণা কৰে।

আম্বানীয়ে কয় যে কম খৰচত 5G ব্ৰডবেণ্ড সেৱা আগবঢ়োৱা হ’ব। ইয়াৰ লগতে এটা সংযোগ সুবিধাও দিয়া হ’ব। ইয়াৰ জৰিয়তে ১০ কোটি ঘৰ লোকে সংযোগ কৰিব পৰাবি বুলিও তেওঁ সদৰী কৰিছে।

আম্বানীৰ মতে চলিত বৰ্ষৰ দীপাৱলীৰ পৰা দেশত আৰম্ভ হ’ব Jio 5G সেৱা। মুকেশ আম্বানীয়ে জনাইছে যে প্ৰথম অৱস্থাত দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাত জিঅ’ ৫জিৰ সেৱা আৰম্ভ কৰা হ’ব। দীপাৱলীৰ ভিতৰত দিল্লী, মুম্বাই, কলকতা আৰু চেন্নাইত 5G সেৱা আৰম্ভ হ’ব বুলি আম্বানীয়ে জনাইছে।

লগতে পঢ়ক লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

অৱশ্যে সমগ্ৰ দেশতে Jio 5G সেৱা আগবঢ়াবলৈ আৰু কিছু সময় লাগিব। আম্বানীৰ মতে, ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশতে কোম্পানীটোৱে 5G সেৱা আৰম্ভ কৰিব। এজিএমৰ সময়ত তেওঁ জনাইছে যে কোম্পানীয়ে ৰিলায়েন্স জিঅ’ 5G সেৱাৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰি তুলিছে।

উল্লেখযোগ্য যে 5G স্পেকট্ৰম নিলামৰ সময়ত ৰিলায়েন্সে সৰ্বোচ্চ স্পেকট্ৰম ক্ৰয় কৰিছে। ৰিলায়েন্সৰ মুৰব্বীগৰাকীয়ে কয় যে, জিঅ’ই বিশ্বৰ আটাইতকৈ দ্ৰুত 5G ৰোলআউটৰ পৰিকল্পনা কৰিছে।

আম্বানীৰ মতে, ২০২৩ চনৰ শেষৰ ফালে ভাৰতৰ প্ৰতিখন চহৰ, তালুকা আৰু তহচিলত জিঅ’ৰ 5G সেৱা উপলব্ধ হ’ব। ইফালে Jio 5G প্লেন কিমান সস্তা বা ব্যয়বহুল হ’ব সেই সম্পৰ্কে স্পষ্ট তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে মুকেশ আম্বানীয়ে তেওঁৰ ভাষণত বহুবাৰ Affordable 5G ৰ কথা কোৱা শুনা গৈছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে Jio 4G তকৈ Jio 5G প্লেন ব্যয়বহুল নহ’বও পাৰে!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazzakhabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamjioJio 5GMukesh Amabni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসম সন্তানে

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসম সন্তানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.