• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

4 years ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

12 minutes ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

44 minutes ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

1 hour ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

2 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

3 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

4 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

5 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

5 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

23 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

23 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

24 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

editor by editor
August 29, 2022
in অপৰাধ, ভাৰত
0
লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা
0
SHARES
32k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডৰ ডেৰাডুনৰ দৈৱালা অঞ্চলত একেটা পৰিয়ালৰে পাঁচগৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। প্ৰকাশিত খবৰ মতে এগৰাকী লোকে নিজ মাতৃ, পত্নী, আৰু তিনি কন্যাসহ পাঁচগৰাকী লোকক নৃশংসভাৱে হত্যা কৰিছে৷

এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ উত্তৰাখণ্ডতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ইপিনে আৰক্ষীয়ে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰি ঘটনাৰ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে৷

ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ এছ এছ পি দলিপ সিং কোঁৱৰ আৰু এছ পি দেহাট কমলেশ উপাধ্যায় ঘটনা সন্দৰ্ভত প্ৰকাশ কৰি কয় যে মহেশ কুমাৰ নামৰ লোকজন কৰ্মহীন আছিল৷ তেওঁৰ ভাতৃয়ে ঋষিকেশত থাকে আৰু তেৱেঁ পৰিয়াল পোহ-পাল দিবলৈ ধনৰ যোগান ধৰি আহিছিল৷

লগতে পঢ়ক কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়

ইফালে অভিযুক্ত মহেশ কুমাৰে পূজা পাতলো কৰে৷ ৪৭ বছৰীয়া মহেশৰ মাতৃ মানসিকভাৱে অসুস্থ হোৱাৰ লগতে এগৰাকী কন্যা প্ৰতিবন্ধী আছিল৷

ঘটনাৰ আগদিনা মহেশ কুমাৰে পূজা পাতলতে ব্যস্ত আছিল আৰু পত্নীৰ সামান্য কথাতে কাজিয়াৰ সূত্ৰপাত হৈছিল৷ ঘটনাৰ দিনাৰ পুৱাও সেই কাজিয়া শেষ হোৱা নাছিল৷ পুৱাৰ আহাৰ গ্ৰহণক কেন্দ্ৰ কৰি পুনৰ পত্নীৰ সৈতে মহেশ কুমাৰৰ পুনৰ কাজিয়াৰ সূত্ৰপাত হয়৷

ইয়াৰ পাছতে এক চোকা অস্ত্ৰেৰে মহেশ কুমাৰে মাতৃ বিতন দেৱী (৭৫), পত্নী নীতু দেৱী (৩৬), কন্যা ক্ৰমে অপৰ্ণা (১৩), স্বৰ্ণ ওৰফে গুল্লো (১১), আৰু অন্নপূৰ্ণা (৯)ক ডিঙি কাটি হত্যা কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
Next Post
বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.