• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

4 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

8 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

8 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

8 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

9 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

9 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

10 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

10 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

11 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

12 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

14 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

14 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

editor by editor
August 29, 2022
in অসম
0
বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিলাসী বাহন ক্ৰয় কৰিবলৈ গৈ এটা নিশাৰ নৈশ যাপনৰ বাবে মহিলা কৰ্মচাৰীক প্ৰস্তাৱ দি বিতৰ্কত সোমাই পৰিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ জ্যেষ্ঠ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ লিথিংগা লোথাৰ৷

ঘটনাটো যোৱা বৃহস্পতিবাৰে সংঘটিত হৈছিল৷ ঘটনাৰ বিৱৰণীৰ মতে যোৱা বৃহস্পতিবাৰে ডাঃ লোথাৰে ডিব্ৰুগড়ৰ চাউলধোৱাস্থিত বিমল অ’টো নামৰ গাড়ী ডিলাৰটোৰ পৰা এখন বিলাসী বাহন ক্ৰয়ৰ বাবে গৈছিল৷

বাহন ক্ৰয় কৰাৰ পাছতে ডিলাৰ কৰ্মচাৰীসকলৰ সন্মুখতে চিকিৎসক ডাঃ লোথাৰৰ বিৰুদ্ধে এগৰাকী মহিলা কৰ্মচাৰীক অশ্লীল প্ৰস্তাৱ আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি ডাঃ লোথাৰে বাহনৰ সৈতে অতিৰিক্ত কি অফাৰ পোৱা যাব বুলি প্ৰশ্ন কৰি এগৰাকী মহিলা কৰ্মচাৰীক এটা নিশা নৈশ যাপনৰ বাবে বিচাৰে৷

লগতে পঢ়ক কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়

ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে এটা ফেচবুক পোষ্ট দিয়াৰ পাছতে সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমৰ পোহৰলৈ আহে৷ ইয়াৰ পাছতে ডিলাৰ কৰ্তৃপক্ষই ডাঃ লোথাৰক বাহনখন বিক্ৰী নকৰি চেকখন ওভতাই দিয়া হ’ব বুলি প্ৰকাশ কৰি ডিলাৰলৈ মাতি পঠিয়াই যদিও প্ৰথমাৱস্থাত ডঃ লোথাই নিজৰ চালকজনকহে প্ৰেৰণ কৰে৷

অৱশেষত চিকিৎসক ডাঃ লোথাই পত্নীসহ ডিলাৰখনত উপস্থিত হৈ ক্ষমা খুজিবলৈ ৰাজী হৈছিল যদিও দুটা চৰ্ত আৰোপ কৰে৷ ডাঃ লোথাই মহিলাগৰাকীক ক্ষমা খোজাৰ সময়ত কোনো লোকে ভিডিঅ’ ৰেকৰ্ডিং কৰিব নোৱাৰিব আৰু তেওঁ জেনেৰেল মেনেজাৰৰ কক্ষতহে ক্ষমা খুজিব বুলি চৰ্ত আৰোপ কৰে৷ এই চৰ্তকলৈ পুনৰ দুয়োপক্ষৰ মাজত বিবাদৰ সৃষ্টি হয় আৰু ডাঃ লোথাই মহিলাগৰাকীক ক্ষমা ভিক্ষা নকৰাকৈ ডিলাৰৰ পৰা ওলাই যায়৷

লগতে পঢ়ক চাৰে তিনি বছৰ ধৰি দুই নাবালিকা ছাত্ৰীক ধৰ্ষণ! লিংয়াত মঠৰ বিশিষ্ট সাধুক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডাঃ লোথাই ক্ষমা নুখুজি ওলাই যোৱাৰ পিছতে অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে ঘটনা সংক্রান্তত ডিব্ৰুগড় সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে ৫১৭/২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে জানিব পৰা মতে, এই মহিলা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে প্রতি-গোচৰ ৰুজু কৰিছে চিকিৎসক লিথিংগা লোথাই। ডাঃ লোথাৰ মতে এয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ৷ মহিলাগৰাকীয়ে তেওঁৰ পৰা বৃহৎ অংকৰৰ ধন সৰকোৱাৰ পাং পাতি ব্লেকমেইল কৰাৰহে অভিযোগ উত্থাপন কৰিছে ডাঃ লোথাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
Next Post
প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.