• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাৰে তিনি বছৰ ধৰি দুই নাবালিকা ছাত্ৰীক ধৰ্ষণ! লিংয়াত মঠৰ বিশিষ্ট সাধুক গ্ৰেপ্তাৰ আৰক্ষীৰ

চাৰে তিনি বছৰ ধৰি দুই নাবালিকা ছাত্ৰীক ধৰ্ষণ! লিংয়াত মঠৰ বিশিষ্ট সাধুক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

12 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

13 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

13 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

14 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

15 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

15 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

16 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

17 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

17 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

18 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

19 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চাৰে তিনি বছৰ ধৰি দুই নাবালিকা ছাত্ৰীক ধৰ্ষণ! লিংয়াত মঠৰ বিশিষ্ট সাধুক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
August 29, 2022
in অপৰাধ, ভাৰত
0
চাৰে তিনি বছৰ ধৰি দুই নাবালিকা ছাত্ৰীক ধৰ্ষণ! লিংয়াত মঠৰ বিশিষ্ট সাধুক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
8.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিংয়াত মঠৰ বিশিষ্ট সাধু শিৱমূৰ্থী মুৰুঘা শৰণাৰুক সোমবাৰে কৰ্ণাটক আৰক্ষীয়ে দুই নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

কৰ্ণাটকৰ চিত্ৰদুৰ্গাস্থিত বিশিষ্ট মুৰুঘা মঠৰ প্ৰধান পুৰোহিত সন্তৰ বিৰুদ্ধে মট্টৰ দ্বাৰা পৰিচালিত এখন শিক্ষানুষ্ঠানৰ দুগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

দুই নাবালিকা ছাত্ৰীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে মহীশূৰ চহৰ আৰক্ষীয়ে শিৱমূৰ্থী মুৰুঘা শৰণাৰুৰ বিৰুদ্ধে POCSOৰ অধীনত পঞ্জীয়ন কৰা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু

ভুক্তভোগী দুই ছাত্ৰীয়ে মঠৰ দ্বাৰা পৰিচালিত যৌন নিৰ্যাতিত মহিলা আৰু শিশুক উদ্ধাৰ, পুনৰ্বাসন, পুনৰ সংযোগ আৰু সবলীকৰণৰ বাবে কাম কৰি থকা মহীশূৰৰ এন জি অ’ ওদানাদী সেৱা প্ৰতিষ্ঠানৰ কাষ চাপিছিল৷ দুই ভুক্তভোগীয়ে নিৰ্যাতন বিষয়ে অৱগত কোৱাৰ পিছত জিলা শিশু কল্যাণ সমিতিৰ দৃষ্টিগোচৰ কৰা হয়।

অভিযোগ অনুসৰি, মুৰুঘা মঠৰ অধীনত থকা হোষ্টেলত থকা ১৫ আৰু ১৬ বছৰীয়া ছাত্ৰী দুগৰাকীক চাৰে তিনি বছৰতকৈ অধিক সময় ধৰি যৌন নিৰ্যাতন চলাই অহা হৈছিল।

এন জি অ’টোৰ মুৰব্বী ওদানদী সেৱা সমস্থেৰ প্ৰধান ষ্টেনলীয়ে দাবী কৰে যে, ‘‘এয়া কেৱল এই দুগৰাকী ছোৱালীৰ সমস্যা নহয়। সাধুগৰাকীয়ে প্ৰতিষ্ঠানটোত পঢ়ি থকা আন কেইবাগৰাকীও ছাত্ৰীকো যৌন নিৰ্যাতন চলাই আহিছে।’’

লগতে পঢ়ক চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা

তেওঁ লগতে কয় যে এই নিৰ্যাতন বহু বছৰ ধৰি চলি আহিছে। ছাত্ৰীসকলক ভাবুকি প্ৰদান কৰাৰ ফলত শংকিত হৈ বিষয়টো প্ৰকাশ কৰা নাছিল।

‘‘আমি কোনো ধৰণৰ হেঁচা বা ভাবুকিৰ সন্মুখত শিৰনত নকৰো। ছাত্ৰীসকলক ৰক্ষা কৰাটো সমগ্ৰ সমাজৰ কৰ্তব্য। শিশুৰ অধিকাৰৰ প্ৰতি আমি দায়বদ্ধ।’’ ষ্টেনলীয়ে লগতে কয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamLingayat mutt seerShivamurthy Murugha Sharanaru
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
Next Post
কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়

কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়

লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.