• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে হাহাকাৰ, ২২ খনকৈ বিমানত বোমৰ ভাবুকি, জৰুৰী অৱতৰণ

হঠাতে হাহাকাৰ, ২২ খনকৈ বিমানত বোমৰ ভাবুকি, জৰুৰী অৱতৰণ

1 year ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

29 minutes ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

39 minutes ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

52 minutes ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 hour ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 hour ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

1 hour ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

12 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

13 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

13 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

15 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

16 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হঠাতে হাহাকাৰ, ২২ খনকৈ বিমানত বোমৰ ভাবুকি, জৰুৰী অৱতৰণ

editor by editor
October 16, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
হঠাতে হাহাকাৰ, ২২ খনকৈ বিমানত বোমৰ ভাবুকি, জৰুৰী অৱতৰণ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে হাহাকাৰ, ২২ খনকৈ বিমানত বোমৰ ভাবুকি, জৰুৰী অৱতৰণ

মঙলবাৰে অমৃতসৰ লক্ষ্ণৌকে ধৰি উত্তৰাখণ্ড আৰু মাদুৰাইৰ বিমানবন্দৰত কিছু সময়ৰ বাবে আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। কাৰণ এখন দুখন নহয়, মুঠ ২২খন বিমানে ইখনৰ পিছত সিখনকৈ বোমাৰ ভাবুকি লাভ কৰিছিল। এই সকলোবোৰ ভাবুকি আহিছিল ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ একেটা একাউণ্টৰ পৰা।

উত্তৰ প্ৰদেশৰ আৰক্ষীৰ মতে, এই ভাবুকিসমূহ এক্সত থকা @schizobomber777 একাউণ্টৰ পৰা লাভ কৰা হৈছে। তদন্তকাৰী সংস্থাসমূহৰ মতে এই একাউণ্টৰ বায়’ত ‘প্ৰকৃত সন্ত্ৰাসবাদী’ লিখা আছে। এই হেণ্ডেলৰ পৰা চিকাগো, লক্ষ্ণৌ আৰু অযোধ্যাকে ধৰি মাথো ৫ ঘণ্টাৰ ভিতৰতে ২২খন বিমানত বোমাৰ ভাবুকি পোৱা গৈছিল।

যাৰ বাবে এই সকলোবোৰ বিমানৰ কোনোখন যদি জৰুৰি অৱতৰণ কৰি কোনোখন দিশ সলনি কৰি সকলো ধৰণে সতৰ্কতামূলক ব্যৱস্থা হিচাপে পৰীক্ষা কৰা হৈছিল। প্ৰায় পাঁচ ঘণ্টা ধৰি তদন্ত অভিযান অব্যাহত ৰাখি সকলো শেষত সুস্থিৰ বুলি সদৰি বিমান সন্থাৰ।

তথ্য অনুসৰি বোমাৰ ভাবুকি পোৱা বিমানসমূহৰ ভিতৰত আছে ৯আই৬৫০ (অমৃতসৰৰ পৰা ডেৰাডুনলৈ), আইএক্স ৮৮৪ (মাদুৰাই-চিংগাপুৰ), আইজিঅ’৯৮ (ডাম্মাম-লক্নৌ), এছইজে১১৬ (দৰভংগা-মুম্বাই), এআই ১২৭ (ইকালুইট-চিকাগো) আৰু কিউপি১৩৭৩ ( বাগদোগ্ৰা-বেংগালুৰু) ইত্যাদি।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি গোচৰৰ প্ৰাৰম্ভিক তদন্তত কিছু প্ৰমাণ পোৱা গৈছে, শীঘ্ৰে ধৰা পৰিব অভিযুক্ত। ভাবুকি দিয়া পোষ্টৰ পিছতে বিমান সম্পূৰ্ণৰূপে খালী কৰি পৰীক্ষা কৰা হয়।

এই ভাবুকি, তাৰ পাছত পৰীক্ষা আদি সকলোবোৰতে সমস্যাৰ সন্মুখীন হ’ল বৃহৎ সংখ্যক যাত্ৰী। এই তথ্য লাভ কৰাৰ পিছতে চিআইএছএফ, অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় আৰক্ষী আৰু অন্যান্য উদ্ধাৰকাৰী দল উপস্থিত হয়। তদন্তত সকলো ঠিকে থকা বুলি উদ্ধাৰকাৰী দলটোৱে সকাহৰ হুমুনিয়াহ কাঢ়ে। আৰক্ষীয়ে ঘটনাৰ গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air India FlightBomb ThreatsIndian CarriersIndian FlightX Handel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

March 19, 2026
Next Post
ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি

ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি

বক্ৰতুণ্ড চতুৰ্থীত মহাসংযোগ, পাৰ্ৱতী-গণেশৰ মহামিলনে কেৰিয়াৰ-ব্যৱসায়-চাকৰিত উন্নতি কৰিব ৩ ৰাশিৰ

বক্ৰতুণ্ড চতুৰ্থীত মহাসংযোগ, পাৰ্ৱতী-গণেশৰ মহামিলনে কেৰিয়াৰ-ব্যৱসায়-চাকৰিত উন্নতি কৰিব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.