• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

2 years ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

2 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

3 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

4 hours ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

5 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

6 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

7 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

8 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

editor by editor
August 18, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!
0
SHARES
738
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলিকতাৰ ঘটনাৰ মাজতে মুম্বাইত আন এগৰাকী মহিলা চিকিৎসকৰ সৈতে ঘটিল ঘটনা, মহিলাসকল কেতিয়া হ’ব সুৰক্ষিত!

মহিলা সকল কেতিয়া সুৰক্ষিত হ’ব! কেতিয়া মুকলিকৈ উশাহ ল’ব পাৰিব এগৰাকী মহিলাই! কলিকতাৰ মহিলা চিকিৎসকৰ ঘটনাই দেশ কঁপাই যোৱাৰ সময়তে পোহৰলৈ আহিছে আন এক ঘটনা। এইবাৰ মুম্বাইৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকৰ সৈতে দুৰ্ব্যৱহাৰ ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত হাস্পতালত ডিউটি কৰি থকাৰ সময়তে ঘটে এই ঘটনা। পুৱতি নিশা এগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত লোক আহে চিকিৎসাৰ বাবে। হাতৰ পৰা তেজ বৈ থকাৰ লগতে চেহেৰাটো আছিল গভীৰ জখম।

মহিলা চিকিৎসকগৰাকীয়ে লগে লগে ৰোগীগৰাকীৰ চিকিৎসাৰ বাবে যো-জা কৰে । সেই সময়ত ৰোগীগৰাকী সুৰাসক্ত অৱস্থাতো আছিল। মহিলা চিকিৎসকগৰাকীয়ে চিকিৎসা কৰি থকাৰ সময়তে হঠাতে সুৰাত মগন ৰোগীয়ে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰে চিকিৎসকগৰাকীৰ সৈতে।

ৰোগীৰ লগত অহা অন্য দুগৰাকী মহিলাও চিকিৎসকগৰাকীৰ মুখত তেজ সানি দি তুলা লগাই দিয়ে লগতে চিকিৎসা সঁজুলিৰে আক্ৰমণ কৰে। যি আক্ৰমণত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় চিকিৎসকগৰাকী। লগে লগে হুৱাদুৱা লাগি যায়।

সেই হুৱাদুৱাৰে সুযোগ লৈ পলায়ন কৰে তিনিও অভিযুক্ত। আৰক্ষীকো খবৰ কৰা হয় ঘটনা সন্দৰ্ভত। সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে বৰ্তমানে হাস্পতালৰ চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰা দৃশ্য সংগ্ৰহ কৰি অভিযুক্তৰ সন্ধানত নামি পৰিছে। অৱশ্যে অদ্যপি অভিযুক্ত সন্দৰ্ভত কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Female DoctorFemale SafetyMisbehavewomen Doctor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

April 1, 2026
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 1, 2026
Next Post
কাইলৈ ৰক্ষাবন্ধনত তিনিটাকৈ অশুভ যোগ, ৰাখী বন্ধাৰ বাবে মাথো সামান্য সময়, জানিবলৈ পঢ়ক এই খবৰ-

শোকাৱহ, ৰক্ষাবন্ধন উপলক্ষে ঘৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ১০ নিহত, ২৯ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন