‘বিজেপিৰ টিকটৰ বাবদ ৫০ লাখ টকা’, টিকট নোপোৱাত নাৰায়ণপুৰত আবদ্ধ কৰি ৰাখিলে বিজেপিৰ টিকটৰ দালাল নৱ শর্মাক। ধন ঘূৰাই দিম বুলি দলিল কৰাতহে মুকলি নৱ শর্মাক। বিজেপিৰ টিকট দিম বুলি প্ৰবঞ্চনা তুলেশ্বৰ পেগুক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














