• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

7 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

8 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

8 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

9 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

10 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

10 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

11 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

11 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

12 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

12 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ হিচাপ দিলে বিদেশ প্ৰতিমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই, জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ পৰা আমেৰিকা, ফ্ৰান্সৰ পৰা মৰিচাছ৷ তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ পদত বহাৰ পাছৰ পৰা একাধিকবাৰ বিদেশ যাত্ৰা কৰিছে নৰেন্দ্ৰ মোদীয়ে৷ তেওঁৰ এই বিদেশ যাত্ৰাত খৰচৰ পৰিমাণক লৈয়ো প্ৰশ্ন উঠিছে সংসদত৷ সম্প্ৰতি এই খৰচৰ হিচাপ প্ৰকাশ হৈছে৷ মোদীৰ বিদেশ ভ্ৰমণত কিমান খৰচ হৈছে?

২০২২ চনৰ মে মাহৰ পৰা ২০২৪চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত দ্বিপাক্ষিক বৈঠক আৰু বিভিন্ন ইভেণ্টত যোগদান কৰিবলৈ মুঠ ৩৮ বাৰ বিদেশ যাত্ৰা কৰিছে নৰেন্দ্ৰ মোদীয়ে৷ যাৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা খৰচ হৈছে ২৫৯ কোটি টকা৷ সংসদত এই তথ্য পেছ কৰিছে কেন্দ্ৰই৷ বিভিন্ন ক্ষেত্ৰত এই বিপুল অংকৰ টকা খৰচ হৈছে৷ তাৰ মাজত আছে থকাৰ খৰচ, একাধিকবাৰ ভেন্যু পৰিবৰ্তন, নিৰাপত্তা, যাতায়াতৰ খৰচ আৰু অন্যান্য৷ মুঠ ২৫৯ কোটি টকাৰ মাজত বিভিন্ন দেশত প্ৰধানমন্ত্ৰীয়ে থকাৰ বাবে খৰচ হৈছে ১০৪ কোটি টকা৷ আনুসংগিক খৰচ হৈছে ৭৫ কোটি ৭লাখ টকা৷ যাতায়তৰ বাবদ খৰচ হৈছে ৭১ কোটি ১ লাখ টকা৷ বৰ্ষীয়াং কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খাৰ্গে নৰেন্দ্ৰ মোদীৰ বিদেশ যাত্ৰাৰ খৰচক লৈয়ো প্ৰশ্ন উঠিছে৷ যাৰ উত্তৰ দিছে বিদেশ প্ৰতিমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই৷ তেতিয়া জনোৱা হৈছে যে খৰচৰ এই অংকৰ মাজত আছে চৰকাৰী অধিকাৰিক, নিৰাপত্তা আৰু সংবাদমাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে খৰচ হোৱা টকা৷

সকলোতকৈ বেছি খৰচ হৈছে নৰেন্দ্ৰ মোদীৰ মাৰ্কিন যাত্ৰাত৷ মুঠ খৰচৰ পৰিমাণ আছিল ৩৮ কোটি ২লাখ টকা৷ ইয়াৰোপৰি জাপান যাত্ৰাত খৰচ হৈছে ৩৩ কোটি টকা৷ জাৰ্মানী যাত্ৰাৰ বাবে খৰচ হৈছে ২৩ কোটি ৯লাখ টকা, ৰাছিয়া ভ্ৰমণৰ বাবে ১৬ কোটি ১ লাখ টকা, ফ্ৰান্স ভ্ৰমণত ১৫ কোটি ৭লাখ টকা, ইটালী ভ্ৰমণত খৰচ হৈছে ১৪ কোটি ৪লাখ টকা আৰু সংযুক্ত আৰৱ আমিৰশাহীলৈ যোৱাত খৰচ হৈছে ১২ কোটি ৭লাখ টকা৷

২০২৩ বৰ্ষত আমেৰিকা যাত্ৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ খৰচ আছিল ২২ কোটি ৮৯লাখ৷ ২০২২ চনত নেপাল ভ্ৰমণত খৰচ হৈছিল ৮০ লাখ ১ হাজাৰ টকা৷ তিনিবছৰৰ ভিতৰত প্রধানমন্ত্ৰী মোদীয়ে মুঠ ৩৮বাৰ বিদেশ যাত্ৰা কৰিছে৷ তাৰভিতৰত ৩৪ খন দেশ৷ ২০২২ চনৰ মোদীয়ে যাত্ৰা কৰিছে ৮খন দেশ, ২০২৩ চনত ১০ খন দেশ আৰু ২০২৪ চনত গৈছে ১৬খন দেশলৈ৷ ২০২২ চনত ১০ বাৰ বিদেশ যাত্ৰাত প্ৰতিবাৰৰ গড় খৰচ ৫.৬ কোটি টকা৷ ২০২৩ চনত ১১ বাৰৰ গড় খৰচ ৮.৫কোটি টকা৷ আৰু ২০২৪ চনত ১৭ বাৰ বিদেশ ভ্ৰমণৰ প্ৰতিবাৰৰ গড় খৰচ ৬.৪ কোটি টকা৷

উল্লেখ্য যে ২০২২ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাৰ্মানী, ডেনমাৰ্ক, ফ্ৰান্স, নেপাল, জাপান, সংযুক্ত আৰৱ আমিৰশাহী, উজবেকিস্তান আৰু ইন্দোনেছিয়া৷ ২০২৩ চনত তেওঁৰ যাত্ৰাৰ তালিকাত আছিল পাপুৱা নিউগিনি, অষ্ট্ৰেলিয়া, জাপান, আমেৰিকা, ইজিপ্ট, ফ্ৰান্স, সংযুক্ত আৰৱ আমিৰশাহী, দক্ষিণ আফ্ৰিকা, গ্ৰীচ আৰু ইন্দোনেছিয়া৷ সংযুক্ত আৰৱ আমিৰশাহী, ভুটান, ইটালী, অষ্ট্ৰেলিয়া, ৰাছিয়া, পোলেণ্ড, ব্ৰুনেই, দাৰুছালাম, আমেৰিকা, ছিংগাপুৰ, লাউছ, নাইজেৰিয়া, ব্ৰাজিল, গুৱানা আৰু কুৱেইট গৈছে ২০২৪ চনত৷

সাধাৰণতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিদেশ যাত্ৰা কৰিছে বিশেষ এয়াৰ ইণ্ডিয়া ৱান বিমানত৷ যি ইণ্ডিয়ান এয়াৰ ফৰ্ছৰ স্পেছিয়েল স্কোয়াড্ৰণ টিমৰ দ্বাৰা নিয়ন্ত্ৰিত৷ ২০১৬ চনৰ বোয়িং-৭৭৭-৩০০ই আৰ ফ্লাইট ব্যৱহাৰ কৰা হয় প্রধানমন্ত্ৰী বিদেশ যাত্ৰাত৷ নমোৰ সৈতে বিদেশ যাত্ৰাত থাকে পি এম অৰ উচ্চপদস্ত কেইবাজনো বিষয়া, একাধিক কেন্দ্ৰীয় মন্ত্ৰী৷ বেছিভাগ ক্ষেত্ৰতেই লগত থাকে বিদেশ মন্ত্ৰী বা বিদেশ প্ৰতিমন্ত্ৰী৷ ইয়াৰোপৰি নিৰাপত্তাৰ বাবে থাকে স্পেচিয়েল প্ৰটেকছন গ্ৰুপ৷

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিদেশ যাত্ৰাত খৰচৰ তথ্যও বিদেশ প্ৰতিমন্ত্ৰীয়ে ৰাজ্যসভাৰ অধিবেশনত তুলি ধৰিছে৷ জনোৱা হৈছে ২০১১ চনত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ যাত্ৰাত খৰচ হৈছিল ১০ কোটি ৭৪ লাখ টকা৷ ২০১৩ চনত তেওঁ ৰাছিয়া যাত্ৰাৰ খৰচ আছিল ৯ কোটি ৯৫ লাখ টকা৷ ২০১১ চনত ফ্ৰান্স যাত্ৰাত খৰচ কৰিছিল ৮ কোটি ৮৩ লাখ টকা আৰু ২০১৩ চনৰ জাৰ্মান সফৰৰ খৰচ আছিল ৬ কোটি ২ লাখ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
পত্নীয়ে বিচাৰিছিল ৬লাখ, আদালতে নিৰ্দেশ দিলে ৩০লাখ টকা, অবাক কৰা ক্ষতিপূৰণৰ নিৰ্দেশ কিয় দিলে আদালতে?

পত্নীয়ে বিচাৰিছিল ৬লাখ, আদালতে নিৰ্দেশ দিলে ৩০লাখ টকা, অবাক কৰা ক্ষতিপূৰণৰ নিৰ্দেশ কিয় দিলে আদালতে?

৪ কোটি ৭৫ লাখ ক্ষতিপূৰণেৰে শেষ হ’ল ক্ৰিকেটাৰ যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বৈবাহিক সম্পৰ্ক

৪ কোটি ৭৫ লাখ ক্ষতিপূৰণেৰে শেষ হ’ল ক্ৰিকেটাৰ যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বৈবাহিক সম্পৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.