• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

2 years ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

1 hour ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

2 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

3 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

4 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

5 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

6 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

7 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

editor by editor
September 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰিব ডোনাল্ড ট্ৰাম্পে৷ আগন্তুক সপ্তাহতেই মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আৰু এই ভ্ৰমণকালতেই মোদীৰ সৈতে সাক্ষাৎ কৰিবলৈ ইচ্ছাপ্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰাক্তন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ ডোনাল্ড ট্ৰাম্পে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফেন্টাষ্টিক মানুহ৷’ এই কথাৰেই ট্ৰাম্পে আসন্ন নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ তেওঁৰ সমৰ্থন লাভ কৰিবলৈকে প্ৰশংসা কৰিছে বুলি দাবী এতিয়া বহুকেইজন আন্তৰ্জাতিক বিশ্লেষকৰ৷

সদ্য দ্বিতীয়বাৰৰ বাবে হত্যাৰ চেষ্টা চলিছিল ডোনাল্ড ট্ৰাম্পৰ ওপৰত৷ গল্ফ খেলাৰ সময়ত তেওঁক টাৰ্গেট কৰি চাৰি ৰাউণ্ড গুলি চলাইছিল এগৰাকী প্ৰৌঢ়ই৷ কথমপি এই আক্ৰমণৰ পৰা ৰক্ষা পৰে ৰিপাব্লিকান প্ৰেছিডেণ্ট প্ৰাৰ্থী ট্ৰাম্প৷ তাৰপাছতেই প্ৰথমবাৰ সমৰ্থকসকলৰ সন্মুখলৈ আহে ডোনাল্ড ট্ৰাম্প৷ এখন জনসভা সম্বোধন কৰে ট্ৰাম্পে৷ ট্ৰাম্পে কয়, ‘আগন্তুক সপ্তাহত আমেৰিকালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আহি আছে৷ প্ৰধানমন্ত্ৰী মোদী ফেণ্টাষ্টিক মানুহ৷’

মঙলবাৰে বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে তিনিদিনৰ বাবে আমেৰিকা যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আগন্তুক ২১ৰ পৰা ২৩ ছেপ্টেম্বৰত কেইবাটাও অনুষ্ঠানত যোগ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ এই ভ্ৰমণকালত আমেৰিকাত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে থাকিব অষ্ট্ৰেলিয়া আৰু জাপানৰ ৰাষ্ট্ৰপ্ৰধানো৷ তাৰ উপৰিও কোয়াড লিডাৰ চামিটতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷

উইলমিংটন আৰু ডেলাৱাৰত এই চামিটৰ আয়োজন কৰিছে প্ৰেছিডেণ্ট জো বাইডেনে৷ নিউৱৰ্কলৈকো যাব নৰেন্দ্ৰ মোদী৷ ২২ ছেপ্টেম্বৰত লং আইলেণ্ডত ভাৰতীয় কমিউনিটিৰ সৈতে এক মেগা ইভেণ্টত যোগ দিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ ঠিক তাৰপাছৰ দিনটোত ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰতো এক চামিটত বক্তব্য ৰাখিব মোদীয়ে৷

মাৰ্কিন প্ৰেছিডেণ্ট নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এই যাত্ৰা তাৎপৰ্যপূৰ্ণ বুলি সকলো ৰাজনৈতিক বিশেষজ্ঞই ধাৰণা কৰিছে৷ চলিত মাহৰ আৰম্ভনিতেই এক সমীক্ষাত মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেন আৰু সদ্য নিৰ্বাচিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কায়াৰ ষ্টাৰ্মাৰক পিছপেলাই শক্তিশালী প্ৰভাৱশালী নেতাৰ উপাধি লাভ কৰিছে মোদীয়ে৷ মৰ্ণিং কনচাল্ট সংস্থাৰ তৰফৰ পৰা সেই সমীক্ষাৰ ৰিপৰ্ট প্ৰকাশ কৰা হৈছে৷ জুলাই মাহৰ ৮ৰ পৰা ১৪ তাৰিখৰ ভিতৰত এই সমীক্ষা কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
Next Post
মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো… আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো... আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.