• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খোজে খোজে ছায়া হৈ ৰোৱাৰ কথাবোৰ অতীত, ৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ ঘোষণা হাৰ্দিক-নাতাশাৰ, পুত্ৰ কাৰ সৈতে থাকিব?

খোজে খোজে ছায়া হৈ ৰোৱাৰ কথাবোৰ অতীত, ৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ ঘোষণা হাৰ্দিক-নাতাশাৰ, পুত্ৰ কাৰ সৈতে থাকিব?

2 years ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

5 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

40 minutes ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

49 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 hour ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

1 hour ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

2 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

3 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

3 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

4 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

4 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

4 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

খোজে খোজে ছায়া হৈ ৰোৱাৰ কথাবোৰ অতীত, ৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ ঘোষণা হাৰ্দিক-নাতাশাৰ, পুত্ৰ কাৰ সৈতে থাকিব?

খোজে খোজে ছায়া হৈ ৰোৱাৰ কথাবোৰ অতীত, ৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ ঘোষণা হাৰ্দিক-নাতাশাৰ, পুত্ৰ কাৰ সৈতে থাকিব?

editor by editor
July 19, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
খোজে খোজে ছায়া হৈ ৰোৱাৰ কথাবোৰ অতীত, ৪ বছৰীয়া সম্পৰ্কৰ বিচ্ছেদ ঘোষণা হাৰ্দিক-নাতাশাৰ, পুত্ৰ কাৰ সৈতে থাকিব?
0
SHARES
432
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহবিচ্ছেদ ঘোষণা কৰিলে নাতাশা স্তানকোভিচে৷ ইনষ্টাগ্ৰাম পোষ্ট কৰি বিবাহবিচ্ছেদ ঘোষণা কৰিলে হাৰ্দিক-নাতাশাই৷ পুত্ৰ অগস্ত্যক একেলগেই ডাঙৰ কৰিব দুয়োৱে বুলিও বিবাহ বিচ্ছেদৰ খবৰ উল্লেখ কৰিছে৷ বেছ কিছু দিন ধৰি হাৰ্দিক আৰু নাতাশাৰ বিবাহবিচ্ছেদক লৈ জল্পনা চলিছিল৷ বৃহস্পতিবাৰে নাতাশাই সেই সকলো জল্পনাৰ অৱসান ঘটাই জনাই দিলে যে তেওঁলোকে চাৰি বছৰীয়া সম্পৰ্ক শেষ কৰিছে৷

বৃহস্পতিবাৰে নাতাশাই ইনষ্টাগ্ৰাম পোষ্ট কৰি লিখিছে, ‘চাৰি বছৰ একেলগে থকাৰ পাছত হাৰ্দিক আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো৷ একেলগে থকাৰ সকলো চেষ্টাই আমি চলাইছিলো৷ কিন্তু শেষ পৰ্যন্ত আমি একেলগে সিদ্ধান্ত লৈছো যে আমি পৃথকে থাকিম৷ এয়াই আমাৰ সঠিক সিদ্ধান্ত বুলি ভাৱিছো৷ কিন্তু এই সিদ্ধান্ত লোৱাটো আমাৰ বাবে সহজ কথাও নাছিল৷ আমি এটা পৰিয়াল হৈছিলো৷ এজনে আনজনৰ ওপৰত কোনোবাখিনিত নিৰ্ভৰশীলো হৈছিলো৷ আমি বহু আনন্দৰ সময় একেলগে কটাইছো৷’

২০২০ চনৰ ৩১মেত বিয়া কৰাইছে হাৰ্দিক আৰু নাতাশাই৷ ক’ভি়ডৰ মাজত কোনো ডাঙৰ উৎসৱৰ আয়োজন কৰা নাছিল হাৰ্দিক-নাতাশাই৷ আইনীমতে বিবাহ কৰাইছিল দুয়োৱে৷ সেই বছৰ ৩০ জুলাইতেই জন্ম অগস্ত্যৰ৷ ২০২৩ চনৰ ১৪ ফেব্ৰৱাৰীত উদয়পুৰত বিয়াৰ উৎসৱ আয়োজন কৰে হাৰ্দিক-নাতাশাই৷ পৰিয়াল, বন্ধু আৰু পুত্ৰ অগস্ত্যক লৈ এই বিশেষ বিবাহৰ আয়োজন কৰিছিল দুয়োৱে৷ বিবাহবিচ্ছেদৰ ঘোষণাৰ পাছতেই পুত্ৰক লৈ সিদ্ধান্ত লোৱাৰ কথা জনাইছে দুয়োৱে৷

১২ দিন পাছতেই অগস্ত্যৰ জন্মদিন৷ ৪বছৰ পূৰ্ণ হ’ব অগস্ত্যৰ৷ নাতাশাই পুত্ৰ সম্পৰ্কত লিখিছে, ‘অগস্ত্য আমাৰ সন্তান৷ আমাৰ দুজনৰেই অংশ হিচাপে সি থাকিব৷ আমি একেলগে তাক ডাঙৰ কৰিম৷ তাক সুখী ৰখাৰ বাবে আমি সকলো কৰিম৷ এই কঠিন সময়ত আমি অলপ নিজৰমতে থকাটো প্ৰয়োজন৷ আশা কৰিম আপোনালোকে আমাক এইখিনি সহযোগীতা কৰিব৷’

হাৰ্দিক আৰু নাতাশাই ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটোসমূহ পূৰ্বেই ডিলিট কৰি দিছিল৷ কিন্তু অগস্ত্যৰ সৈতে পোষ্ট কৰা ফটোসমূহ আছে দুয়োৰে প্ৰফাইলত৷ তেতিয়াৰে পৰাই দুয়োৰে বিবাহবিচ্ছেদৰ চৰ্চা চলি আছিল৷ টি-২০ বিশ্বকাপ জয়ৰ পাছতো নাতাশাই কোনো ধৰণৰ পোষ্ট নকৰিলে৷ একে সময়তে হাৰ্দিকৰ খেল চাবলৈ গেলাৰীতো উপস্থিত নাথাকিল৷ বিশ্বকাপৰ পাছত দেশলৈ ঘূৰি অহা হাৰ্দিকক লগো নকৰিলে নাতাশাই৷

২০২২ চনত আইপিএল জয় কৰিছিল হাৰ্দিকৰ টিমে৷ তেওঁৰ নেতৃত্বতেই চেম্পিয়ন হৈছিল গুজৰাট টাইটান্স৷ ফাইনেল জয়ৰ পাছত গ্ৰাউণ্ডলৈ নামি আহিছিল নাতাশা৷ এজনে আনজনক সাৱটি ফটোৰ বাবে পজ দিছিল৷ সেই ছবি ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত৷ হাৰ্দিকৰ খেল চাবলৈ প্ৰতিখন খেলতে লগত যোৱা নাতাশা এইবাৰৰ পৰা আৰু কোনো খেলতে হাৰ্দিকৰ কাষত থিয় নিদিব৷ বৃহস্পতিবাৰে দুয়োৱে প্ৰেমৰ পৰা আৰম্ভ হোৱা এই বিশেষ সম্পৰ্কটোৰ বিচ্ছেদ ঘোষণা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

March 31, 2026
Next Post
কংগনাক কাষত পোৱাটোৱেই জীৱনৰ বৃহৎ প্ৰাপ্তি, সংসদত কিয় কংগনাৰ অপেক্ষা কৰিছিল চিৰাগে?

কংগনাক কাষত পোৱাটোৱেই জীৱনৰ বৃহৎ প্ৰাপ্তি, সংসদত কিয় কংগনাৰ অপেক্ষা কৰিছিল চিৰাগে?

৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.