• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেই ঘটনাৰ পাছতেই নিচা কৰা কমাইছো! এনে কি ঘটনা ঘটিছিল নাৱাজুদ্দিনৰ জীৱনত?

সেই ঘটনাৰ পাছতেই নিচা কৰা কমাইছো! এনে কি ঘটনা ঘটিছিল নাৱাজুদ্দিনৰ জীৱনত?

2 years ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

3 minutes ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

27 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

59 minutes ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

1 hour ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

4 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

7 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

7 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

8 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সেই ঘটনাৰ পাছতেই নিচা কৰা কমাইছো! এনে কি ঘটনা ঘটিছিল নাৱাজুদ্দিনৰ জীৱনত?

editor by editor
January 29, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত
0
সেই ঘটনাৰ পাছতেই নিচা কৰা কমাইছো! এনে কি ঘটনা ঘটিছিল নাৱাজুদ্দিনৰ জীৱনত?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্যক্তিগত জীৱনক লৈ অকপটভাৱেই সকলোবোৰ কৈ পেলোৱা এজন অভিনেতা হৈছে নৱাজউদ্দিন ছিদ্দিকি। পত্নী আলিয়াৰ সৈতে সম্পৰ্কত ভাঙোনকে ধৰি জীৱনত হাজাৰ উঠানমা সকলোবোৰ কথাই তেওঁ নিজেই মুকলিকৈ কৈ আহিছে। সম্প্ৰতি এটা টেলিভিছন শ্ব’ত নাৱাজুদ্দিন ছিদ্দিকিয়ে মদ্যপান কৰা সন্দৰ্ভত মন্তব্য কৰিছে। মদ্যপান কৰিলেও অৱশ্যে তেওঁ সদায়ে নকৰে। মাজে মাজেহে সুৰাত চুমুক দিয়ে।

তাৰকাসকলৰ জীৱনত সুৰাৰ প্ৰভাৱ, পাৰ্টী আদিৰ কথা প্ৰায় প্ৰতিসময়তে চৰ্চা হৈয়েই থাকে। পাৰ্টী, আড্ডা, মদ্যপান বলীউডৰ সৈতে প্ৰতিসময়তে যুক্ত হৈ থকা অধ্যায়। নিজেও এই কামত জড়িত থাকে বুলি নাৱাজুদ্দিন ছিদ্দিকিয়ে নিজেই প্ৰকাশ কৰিছে। এবাৰ তেওঁ হোলীৰ পাৰ্টীত সুৰাপান পৰি দুদিন নিছাগ্ৰস্থ হৈ পৰি আছিল বুলিও নিজেই সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে। সেই পাৰ্টীত ইমানেই নিছাগ্ৰস্থ হৈ পৰিছিল যে, দুদিন পাছত যেতিয়া তেওঁৰ জ্ঞান ঘূৰি আহিছিল তেতিয়া তেওঁ বিচনাৰ পৰা নামিবকে পৰা নাছিল।

সেই ঘটনাৰ পাছতো তেওঁ মদ্যপান কৰিছে কিন্তু পৰিমাণত খুবেই কম। প্রথম মদ খোৱাৰ দিনটোক সোঁৱৰিও মন্তব্য কৰিছে নাৱাজে। তেঁঁও কয়, ‘মই যেতিয়া নেশ্ব্যনেল স্কুল অৱ ড্ৰামাৰ ছাত্ৰ আছিল তেতিয়া সতীৰ্থসকলৰ সৈতে বিয়েৰ খাইছিলো। সেই প্ৰথম মদ্যপান কৰা। প্রথম ধূমপানো নাটকৰ এটা দৃশ্যতেই কৰিছিলো। চৰিত্ৰই ডিমাণ্ড কৰিছিল। অৱশ্যে এতিয়ালৈকে গাঞ্জাহে সেৱন কৰা নাই। কিন্তু সুযোগ পালে অচিৰেই গাঞ্জাৰো সোৱাদ ল’ম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
Next Post
বিফল সকলো প্ৰতিবাদ, মাজত মাত্ৰ ৭দিন! এসপ্তাহৰ ভিতৰতেই দেশত বলবৎ হ’ব CAA

বিফল সকলো প্ৰতিবাদ, মাজত মাত্ৰ ৭দিন! এসপ্তাহৰ ভিতৰতেই দেশত বলবৎ হ’ব CAA

‘বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন

'বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.