• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিফল সকলো প্ৰতিবাদ, মাজত মাত্ৰ ৭দিন! এসপ্তাহৰ ভিতৰতেই দেশত বলবৎ হ’ব CAA

বিফল সকলো প্ৰতিবাদ, মাজত মাত্ৰ ৭দিন! এসপ্তাহৰ ভিতৰতেই দেশত বলবৎ হ’ব CAA

2 years ago
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

6 hours ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

6 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

7 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

8 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

9 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

9 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

10 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

11 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

12 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

13 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

1 day ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিফল সকলো প্ৰতিবাদ, মাজত মাত্ৰ ৭দিন! এসপ্তাহৰ ভিতৰতেই দেশত বলবৎ হ’ব CAA

editor by editor
January 29, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
বিফল সকলো প্ৰতিবাদ, মাজত মাত্ৰ ৭দিন! এসপ্তাহৰ ভিতৰতেই দেশত বলবৎ হ’ব CAA
0
SHARES
464
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন তথা CAA লাঘূ হ’ব বুলি পূৰ্বেও প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে। কিন্তু এইবাৰ নিৰ্দিষ্ট সময়ো বান্ধি দিলে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে। আগন্তুক এসপ্তাহৰ ভিতৰতেই অসম, পশ্চিমবংগকে ধৰি দেশৰ অন্যান্য প্ৰান্তত কা’ বলবৎ কৰা হ’ব। কেন্দ্ৰীয় জাহাজ উপমন্ত্ৰী শান্তনু ঠাকুৰে এখন সভাত মন্তব্য ৰাখিবলৈ গৈ কয়, ‘সাত দিনৰ ভিতৰত কা’ লাঘু হ’ব। মই এই মঞ্চৰ পৰাই এই গেৰাণ্টি দিছো।’

নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰৰ সৈতে বিৰোধীতাও আছে কেইবাখনো ৰাজ্যৰ। আৰম্ভণিৰে পৰা এই আইনৰ বিৰোধীতা কৰি আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও। বিৰোধিতা থাকিলেও এই বছৰেই কা বলবৎ কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে শ্বাহৰ সেই বাৰ্তাৰ কথাও প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনুৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী
ভাৰত

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

June 11, 2026
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’
বিনোদন

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

June 11, 2026
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল
অপৰাধ

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

June 11, 2026
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট
বিনোদন

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

June 11, 2026
Next Post
‘বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন

'বিৰোধীয়ে আকৌ নক’ব এয়া বেকাৰ খৰচ!’ উচ্চতম ন্যায়ালয়ৰ সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে ৮০০ কোটি ধন

কোন সমষ্টি কাৰ? সমষ্টি সলনিৰ বাবে প্ৰাৰ্থীও হ’ব সলনি! আজিয়েই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সবিশেষ তথ্য

কোন সমষ্টি কাৰ? সমষ্টি সলনিৰ বাবে প্ৰাৰ্থীও হ’ব সলনি! আজিয়েই জানি থওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.