• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিত চেট্টী কাৰ টাৰ্গেট হৈছে? সম্প্ৰতি ৰোহিতে কিনিছে ৪.৫০ কোটি টকাৰ বাহন, কিমান সম্পত্তিৰ মালিক ৰোহিত?

2 days ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

9 hours ago
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

10 hours ago
এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

11 hours ago
ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

12 hours ago
৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

13 hours ago
৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

14 hours ago
মহাশিৱৰাত্ৰিত চতুৰ্গ্ৰহী যোগ, শিৱ-শনিয়ে ধনী কৰি তুলিব এই ৪ৰাশিক

15 hours ago
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

শনিৰ ঘৰত ৫গ্ৰহৰ মেলা, ফেব্ৰুৱাৰীতে ধনৰ গাদীত উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

16 hours ago
কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

17 hours ago
ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰোহিত চেট্টী কাৰ টাৰ্গেট হৈছে? সম্প্ৰতি ৰোহিতে কিনিছে ৪.৫০ কোটি টকাৰ বাহন, কিমান সম্পত্তিৰ মালিক ৰোহিত?

ৰোহিত চেট্টী কাৰ টাৰ্গেট হৈছে? সম্প্ৰতি ৰোহিতে কিনিছে ৪.৫০ কোটি টকাৰ বাহন, কিমান সম্পত্তিৰ মালিক ৰোহিত?

editor by editor
February 2, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰোহিত চেট্টী কাৰ টাৰ্গেট হৈছে? সম্প্ৰতি ৰোহিতে কিনিছে ৪.৫০ কোটি টকাৰ বাহন, কিমান সম্পত্তিৰ মালিক ৰোহিত?
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গভীৰ নিশা গুলি চলিছিল পৰিচালক ৰোহিত চেট্টীৰ ঘৰৰ সন্মুখত৷ বলীউডত এইবোৰ যেন দৈনন্দিন ঘটনা হৈ পৰিছে৷ আৰক্ষী সূত্ৰৰ পৰা জনা গৈছে যে এটাৰ পাছত আনটো গুলি চলিছে ৰোহিত চেট্টিৰ ঘৰৰ সন্মুখত৷ অৱশ্যে এতিয়ালৈকে হতাহতিৰ কোনো খবৰ অহা নাই৷ ইতিমধ্যেই এই ঘটনাক লৈ পৰিচালক ৰোহিতে মুম্বাই আৰক্ষীক কাষ চাপিছে৷

মুম্বাইৰ জুহু এলেকাত এটা এপাৰ্টমেণ্টৰ ১০ তলাত পত্নী আৰু মাতৃৰ সৈতে থাকে চেন্নাই এক্সপ্ৰেছৰ পৰিচালক ৰোহিত৷ শনিবাৰে মাজনিশা তেওঁলোকৰ ফ্লেটল্য লক্ষ্য কৰি গুলি চলোৱা হয় বুলি জনা গৈছে৷ প্ৰশ্ন উঠিছে, তেওঁৰ ঘৰত চুৰি বা ডকাইটিৰ উদ্দেশ্য আছিল নেকি দুষ্কৃতিকাৰীৰ? ইয়াৰ মাজতেই প্ৰকাশ্যে আহিছে ৰোহিতৰ সম্পত্তিৰ পৰিমাণ৷

অসংখ্য হিট ছবি আছে ৰোহিত চেট্টীৰ পৰিচালনাত৷ বলীউডত তেঁৱেই তৈয়াৰ কৰিছে কপ ইউনিভাৰ্ছ৷ ইয়াৰোপৰি এখন জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰো সঞ্চালক তেওঁ৷ বৰ্তমান ৰোহিত ২৮০ কোটি টকা সম্পত্তিৰ মালিক৷ কেৱল জুহুতেই নহয়, নবি মুম্বাইতো আৰু এক বিলাসী ঘৰ আছে ৰোহিতৰ৷ যাৰ দাম ৬ কোটি টকা৷

ৰোহিতৰ আছে বহু দামী বাহনো৷ তাৰ মাজত আছে ১.৬৮ কোটি টকাৰ ৰেঞ্জ ৰোভাৰ স্পোৰ্টছ,  ৩.১৫ কোটি টকাৰ লেম্বৰগিনি৷ ২.৫৫ কোটি টকাৰ এখন মাৰ্ছিডিজ, ২ কোটি টকাৰ এখন স্পোৰ্টছ বাহন, ৮০ লাখ টকাৰ এখন ফোৰ্ড বাহনো আছে তেওঁৰ৷ সম্প্ৰতি তেওঁ ক্ৰয় কৰিছে ৪.৫৭ কোটি টকাৰ এখন পৰিবেশবান্ধৱ বাহনো৷ ৰোহিতৰ নিজস্ব প্ৰযোজনা সংস্থাও আছে৷ ৰোহিত চেট্টিৰ পৰিচালিত সকলোতকৈ উল্লেখযোগ্য ছবিসমূহৰ মাজত আছে গোলমাল, সিংহম আৰু চেন্নাই এক্সপ্ৰেছ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

February 3, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি
জীৱনশৈলী

এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

February 3, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
Next Post
এণ্টাৰ্কটিকাৰ সমুদ্ৰ জলাধাৰে সলনি কৰিছে সোঁত! ওলোটাফালে গতি কৰিছে সোঁতে! বাঢ়িছে পানীত নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

পাৱাফুল মঙ্গলাদিত্য ৰাজযোগ এই বৰ্ষতেই, ২০২৬ত ৰজা হ’ব এই ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন