• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী

‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

3 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

3 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

5 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

5 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

6 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

6 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

8 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

8 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

9 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

10 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী

editor by editor
December 23, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত
0
‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিডৰ শেহতীয়া তথা সংক্ৰামক অমিক্ৰণ ভেৰিয়েণ্টক লৈ স্বাভাৱিকতেই উদ্বিগ্ন বিশ্ববাসী৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও যাৱতীয় সতৰ্কতা অৱলম্বন কৰিছে অমিক্ৰণৰ বিৰুদ্ধে৷ ইতিমধ্যে ভাৰততো ২৩৬ লৈ বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা৷ দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰলৈ অমিক্ৰণ ভেৰিয়েণ্ট চিনাক্ত কৰা চিকিৎসক ডাঃ এঞ্জেলিকে সদৰী কৰা অনুসৰি, ক্ৰমান্বয়ে বৃদ্ধি পাইছে অমিক্ৰণৰ ভয়াৱহতা৷ ইতিমধ্যে অমিক্ৰণক ‘ভেৰিয়েণ্ট অৱ কনচাৰ্ণ’ ঘোষণা কৰে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্বজুৰি জাৰি কৰা হৈছে কোভিড বিধি৷ এনে পৰিস্থিতিত চিকিৎসক ডাঃ এঞ্জেলিয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ১০ টা গুৰুত্বপূৰ্ণ প্ৰশ্ন সংক্ৰান্তত সদৰী কৰিছে বিশেষ তথ্য৷

  • যদি পৰিয়ালৰ এজন ব্যক্তি সংক্ৰমিত হয়, তেন্তে বাকীসকল সুৰক্ষিত নে?

চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অমিক্ৰণৰ ঘৰুৱা সংক্ৰমণৰ আশংকা অধিক৷ এজন ব্যক্তি সংক্ৰমিত হ’লে বাকীসকললৈ সংক্ৰমণ হোৱাটো নিৰ্ধাৰিত৷

  • কম লক্ষণযুক্ত ৰোগীক হাস্পতালত ভৰ্তি কৰোৱাটোও জৰুৰী নেকি?

কম লক্ষণযুক্ত ৰোগীকো উপযুক্ত পৰিসেৱা প্ৰদান কৰা উচিত৷ সংক্ৰমণৰ বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাইৰাছৰ লক্ষণ দেখা পালেই চিকিৎসকৰ কাষ চপা উচিত৷

  • অন্য ভেৰিয়েণ্টৰ তুলনাত কিছু লোকৰ বাবে অমিক্ৰণ অধিক বিপজ্জনক নেকি?

ডাঃ এঞ্জেলিনাৰ মতে, ভাইৰেল সংক্ৰণক তুলনা কৰিব পৰা নাযায়৷ যদি কোনো ব্যক্তিৰ ওজন প্ৰয়োজনতকৈ অধিক আৰু ভেকচিন গ্ৰহণ কৰা নাই, তেন্তে সেই ব্যক্তিৰ ক্ষেত্ৰত অমিক্ৰণ সংক্ৰমণৰ আশংকা অধিক৷

  • অমিক্ৰণৰ প্ৰাৰম্ভিক লক্ষণ কি কি?

চিকিৎসকৰ মতে, অমিক্ৰণ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ মাংসপেশীৰ বিষ৷ অমিক্ৰণত আক্ৰান্ত হ’লে প্ৰথম অৱস্থাত কাহ বা জ্বৰ নহয়৷ পিঠিৰ তলৰ অংশৰ বিষ অমিক্ৰণৰ শেহতীয়া লক্ষণ৷ কাহৰ পৰিৱৰ্তে মাংসপেসীৰ বিষ ইয়াৰ মূল লক্ষণ৷ ইয়াৰ উপৰি শৰীৰত বিষ, ভাগৰ আৰু মূৰৰ বিষ অমিক্ৰণৰ লক্ষণ৷

  • বাহিৰত ওলোৱা সুৰক্ষিত নে?

কেৱল বজাৰ বন্ধ কৰিলেই অমিক্ৰণৰ পৰা সুৰক্ষিত থাকিব নোৱাৰি৷ অমিক্ৰণৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰাথমিক ৰক্ষা কৱচ৷ চিকিৎসালত ৰোগীৰ সংখ্যা বৃদ্ধি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা উচিত৷

  • কোভিড আৰু নিউমুনিয়াৰ মাজত সম্বন্ধ আছে নেকি?

ইয়াৰ উত্তৰত তেওঁ কয়, অমিক্ৰণ ভেৰিয়েণ্টে শ্বস-প্ৰশ্বাস প্ৰণালীত আক্ৰমণ কৰে৷ ব্যক্তিগৰাকীৰ নিউমুনিয়াতো আক্ৰান্ত হ’ব পাৰে৷ কিন্তু এনে ঘটনা তুলনামূলকভাৱে কম পোৱা গৈছে৷

  • অমিক্ৰণ বিৰুদ্ধে বুষ্টাৰ ড’জৰ প্ৰাসংগিকতা কিমান?

ডাঃ এঞ্জেলিয়াই কোভিড ভেকচিনৰ বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে৷ লগতে তেওঁ কয় যে ভাৰতক বুষ্টাৰ ড’জৰ প্ৰয়োজন৷

  • অমিক্ৰণৰ বিৰুদ্ধে লকডাউনৰ প্ৰয়োজনীয়তা কিমান গুৰুত্বপূৰ্ণ?

উৎসৱৰ বতৰৰ পাছতেই অমিক্ৰণ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ আশংকা আছে৷ এনেক্ষেত্ৰত লকডাউনে সকাহ নিদিয়ে৷ ভাইৰাছ সকলোতে বিয়পি আছে৷ আমি ভাইৰাছৰ সৈতে আছো যদিও ইয়াৰ পৰা বাছি তাকিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত৷

লগতে তেওঁ উল্লেখ কৰে যে, বৰ্তমান অমিক্ৰণ যি গতিত সংক্ৰমিত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী ব্যক্তিয়ে সাৱধানতা অৱলম্বন কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelcovid 19omicronworld health organization
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২

বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২

বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ

বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.