• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ পৰা পৃথক অন্য এখন বিশ্ব… এই ভাৰ্চুৱেল বিশ্বত শীঘ্ৰেই প্ৰৱেশ কৰিব পৃথিৱীবাসী, Plot বিক্ৰী আৰম্ভ

পৃথিৱীৰ পৰা পৃথক অন্য এখন বিশ্ব… এই ভাৰ্চুৱেল বিশ্বত শীঘ্ৰেই প্ৰৱেশ কৰিব পৃথিৱীবাসী, Plot বিক্ৰী আৰম্ভ

5 years ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

21 minutes ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

42 minutes ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

2 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

2 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

3 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

4 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

4 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

14 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

15 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

পৃথিৱীৰ পৰা পৃথক অন্য এখন বিশ্ব… এই ভাৰ্চুৱেল বিশ্বত শীঘ্ৰেই প্ৰৱেশ কৰিব পৃথিৱীবাসী, Plot বিক্ৰী আৰম্ভ

editor by editor
December 23, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, ভাৰত
0
পৃথিৱীৰ পৰা পৃথক অন্য এখন বিশ্ব… এই ভাৰ্চুৱেল বিশ্বত শীঘ্ৰেই প্ৰৱেশ কৰিব পৃথিৱীবাসী, Plot বিক্ৰী আৰম্ভ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এলন মাস্কৰ সপোন মঙল গ্ৰহত বসতি স্থাপন কৰা৷ কিন্তু সেই সপোন কেতিয়ালৈ সফল হ’ব সেই কথা নিশ্চিত নহয় যদিও শীঘ্ৰেই অন্য এখন বিশ্বত প্ৰৱেশ কৰিব পাৰিব পৃথিৱীবাসী৷ প্ৰস্তুতি ইতিমধ্যেই সম্পন্ন হৈছে৷ সেই বিশ্ব হৈছে METAVERSE বিশ্ব৷ মেটাভাৰ্চ এক ভাৰ্চুৱেল বিশ্ব য’ত প্ৰকৃত বিশ্বত সম্ভৱ সকলো কামেই উপভোগ কৰিব পাৰিব আপুনি৷

মেটাভাৰ্চত মাটি কিনি নিজৰ বাবে ঘৰ সাজিবও পাৰিব আপুনি৷ আপুনি যদি এগৰাকী গায়ক তেন্তে কনচাৰ্ট আয়োজন কৰিব পাৰিব৷

মুঠতে প্ৰকৃত বিশ্বৰ দৰেই সকলো সম্ভৱ ভাৰ্চুৱেল বিশ্ব মেটাভাৰ্চত৷ এক কথাত, আগন্তুক ৫ ৰ পৰা ১০ বছৰৰ ভিতৰত ইণ্টাৰনেট ব্যৱহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে সলনি হৈ পৰিব৷ আৰু বিশ্ববাসী মেটাভাৰ্চ অৰ্থাৎ অন্য এখন বিশ্বলৈ গতি কৰিব৷ শেহতীয়াকৈ ফেচবুকে নিজৰ নাম ‘মেটা’লৈ সলনি কৰিছে আৰু লোকসকলে ফেচবুকৰ সৈতে মেটাভাৰ্চক সংযুক্ত কৰিছে ৷

প্ৰকৃততে সেয়া নহয়, মেটাভাৰ্চ এখন সম্পূৰ্ণ পৃথক বিশ্ব৷ পৃথক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে তৈয়াৰ কৰা হৈছে এই ভাৰ্চুৱেল বিশ্বক৷ ইতিমধ্যেই আৰম্ভ হৈছে মেটাভাৰ্চত বাৰ্চুৱেল লেণ্ড বিক্ৰীৰ প্ৰক্ৰিয়া৷ কোটি টকাত বিক্ৰী হৈছে একো একোটা প্লট৷ ফেচবুক আৰু মাইক্ৰছ’ফ্টৰ দৰে বৃহৎ কোম্পানীয়ে মেটাভাৰ্চত নিৱেশ কৰিছে আৰৱ ডলাৰ৷ উল্লেখ্য, মেটাভাৰ্চ অৰ্থাৎ ভাৰ্চুৱেল বিশ্ব ইক’চিষ্টেমৰ Decentraland অনলাইন পৰিবেশত আছে, য’ত ভাৰ্চুৱেল লেণ্ড, ভাৰ্চুৱেল প্লট ক্ৰয় কৰা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelelon mustfacebookmetaversemetaverse world
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য
বিনোদন

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

August 9, 2026
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য
ভাৰত

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

August 9, 2026
Next Post
‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী

‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী

বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২

বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.