• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিক্ৰণ সংক্ৰমণৰ বৰ্ধিত হাৰত উদ্বিগ্ন কেন্দ্ৰ, প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান

অমিক্ৰণ সংক্ৰমণৰ বৰ্ধিত হাৰত উদ্বিগ্ন কেন্দ্ৰ, প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান

5 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

3 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

4 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

5 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

6 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

7 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

9 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

9 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

10 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

অমিক্ৰণ সংক্ৰমণৰ বৰ্ধিত হাৰত উদ্বিগ্ন কেন্দ্ৰ, প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান

editor by editor
December 23, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
অমিক্ৰণ সংক্ৰমণৰ বৰ্ধিত হাৰত উদ্বিগ্ন কেন্দ্ৰ, প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান
0
SHARES
804
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দ্ৰুত গতিত বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সম্প্ৰতি ভাৰতত ২১৬টা অমিক্ৰণ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ ইয়াৰে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা হৈছে মহাৰাষ্ট্ৰ আৰু দিল্লীৰ৷ দেশৰ ১৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত গ্ৰুত গতিতে বৃদ্ধি এই সংক্ৰমণ৷ দিল্লীত ৫৭টা, মহাৰাষ্ট্ৰত ৬৫, তেলেংগনাত ২৪, কৰ্ণাটকত ১৯, ৰাজস্থানত ১৮, কেৰালাত ৯ টা, গুজৰাটত ২৩টা আৰু হাৰিয়ানাত ১টা সংক্ৰমণৰ ঘটনা নিশ্চিত হৈছে৷ দেশত কোভিডৰ তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰিছে এক উচ্চ পৰ্যায়ৰ বৈঠক৷ দেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ কোভিডৰ তৃতীয় ঢৌৰ আশংকাৰ প্ৰকাশ কৰি কোভিডৰ বিৰুদ্ধে প্ৰাৰম্ভিক সতৰ্কতা অৱলম্বনৰ বাবে লিখিত নিৰ্দেশনা জাৰি কৰিছে প্ৰতিখন ৰাজ্যলৈ৷ ইফালে, আগন্তুক ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক থাকিবলৈ বিশ্ববাসীক আহ্বান জনাইছে বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যক্তি বিল গেটচে৷ বিল গেটচৰ মতে, ইতিহাসত সৰ্বাধিক সংক্ৰামক ভাইৰাছ হৈছে অমিক্ৰণ৷ অন্য মাৰাত্মক ভাইৰাছৰ তুলনাত অধিক গ্ৰুত গতিত সংক্ৰমিত অমিক্ৰণ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelnarendra-modiomicron threatPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
Next Post
পৃথিৱীৰ পৰা পৃথক অন্য এখন বিশ্ব… এই ভাৰ্চুৱেল বিশ্বত শীঘ্ৰেই প্ৰৱেশ কৰিব পৃথিৱীবাসী, Plot বিক্ৰী আৰম্ভ

পৃথিৱীৰ পৰা পৃথক অন্য এখন বিশ্ব… এই ভাৰ্চুৱেল বিশ্বত শীঘ্ৰেই প্ৰৱেশ কৰিব পৃথিৱীবাসী, Plot বিক্ৰী আৰম্ভ

‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী

‘অমিক্ৰণ’ অধিক বিপজ্জনক এইসকল ব্যক্তিৰ বাবে, অমিক্ৰণ সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ ১০টা বিশেষ সতৰ্কবাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.