• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ

বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ

5 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

5 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

6 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

6 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

7 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

7 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

8 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

8 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

10 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

10 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

11 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

12 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ

editor by editor
December 23, 2021
in ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুনৰ মিনি লকডাউনৰ দিশে দেশ৷ বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ৷ বৃহস্পতিবাৰে দেশৰ ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ২৬৩ ৰ ঘৰ স্পৰ্শ কৰে অমিক্ৰণ আক্ৰান্তৰ সংখ্যাই৷      অমিক্ৰণৰ শেহতীয়া পৰিস্থিতিত উদ্বিগ্ন দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান কৰে এক পৰ্যালোচনা বৈঠক৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি কোভিডৰ নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ বৰদিন আৰু নৱবৰ্ষ উদযাপনতো নিষেধাজ্ঞা আৰোপ দিল্লী প্ৰশাসনৰ৷ উৎসৱৰ বতৰত জনসমাগমতো বাধা আৰোপ কৰিছে প্ৰশাসনে৷ দিল্লী আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্ত হৈছে অমিক্ৰণত৷ অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য মতে, ইতিমধ্যে সুস্থ হৈছে ১০৪ জন অমিক্ৰণ আক্ৰান্ত৷ আনহাতে বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে ৭,৪৯৫ গৰাকী ব্যক্তি আৰু মৃত্যু হৈছে ৪৩৪ গৰাকী কোভিড ৰোগীৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalasom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelnew year's gathering banned
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
এটি ১৯ বছৰীয়া সপোন পূৰণ দুগৰাকী যমজ ভাতৃৰ, চৰ্চাত পঞ্জাব চৰকাৰ৷ পঞ্জাব চৰকাৰৰ সিদ্ধান্তত সুখী প্ৰতিগৰাকী ব্যক্তি

এটি ১৯ বছৰীয়া সপোন পূৰণ দুগৰাকী যমজ ভাতৃৰ, চৰ্চাত পঞ্জাব চৰকাৰ৷ পঞ্জাব চৰকাৰৰ সিদ্ধান্তত সুখী প্ৰতিগৰাকী ব্যক্তি

IMAGE OF TV

‘Taste The TV’- কেৱল উপভোগ কৰাই নহয়, এতিয়াৰে পৰা খাদ্যৰ স্বাদো ল’ব পাৰিব টিভি স্ক্ৰীনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.