• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…

মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…

4 years ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

28 minutes ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

10 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

10 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

11 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

11 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

11 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

12 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

12 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

12 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…

editor by editor
January 31, 2022
in অসম, গুৱাহাটী
0
মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ অৰ্থাৎ ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। মুখ্যমন্ত্ৰীৰ ওপজা দিনত শুভেচ্ছা জনাবলৈ মাজুলীৰ পৰা গুৱাহাটীলৈ আহিব ৪৭ জন ভাগিন। মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ আৰু শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ৬ বছৰ বয়সৰ পৰা ১৬ বছৰ বয়সলৈকে মুঠ ৪৭ জন বৈষ্ণৱ ভাগিনক গুৱাটীলৈ নিমন্ত্ৰণ জনাইছে মামাই। বৈষ্ণৱ ভাগিনে মুখ্যমন্ত্ৰীৰ সন্মুখত জন্মদিনৰ উপলক্ষে প্ৰদৰ্শন কৰিব সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰাগত মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য আদি।

কাইলৈ পুৱা মাজুলীৰ পৰা দুখন বিশেষ বাছেৰে ভাগিন সকলে যাত্ৰা আৰম্ভ কৰিব। বৈষ্ণৱ ভাগিনসকলে মুখ্যমন্ত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে কাজিৰঙা, গুৱাহাটীৰ তাৰকাগৃহ, চিৰিয়াখানা চোৱাৰ লগতে নিশালৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত একেলগে এসাঁজ ভাত খাব মামা-ভাগিনে। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰ ড০ হিমন্ত বিশ্ব শৰ্মা মাজুলীলৈ যাওঁতে উদাসীন পৰম্পৰা ৰক্ষা কৰি সত্ৰসমূহক সমৃদ্ধ কৰি ৰখা শিশু বৈষ্ণৱ অৰ্থাৎ ভাগিন সকলকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰোঁতে তেওঁলোকক এদিন গুৱাহাটী ফুৰাবলৈ নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু একেলগে এসাজ খোৱাৰ কথা কৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cm birthdayhimanta biswa sharmamajuli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
    মে-দাম-মে-ফী

    মে-দাম-মে-ফী

বন্ধ থাকিব ৰে’ল সেৱা; ১০ ফেব্ৰুৱাৰী পৰ্যন্ত ৰে’ল সেৱা বাতিল ভাৰতীয় ৰে’লৱে’ৰ

বন্ধ থাকিব ৰে’ল সেৱা; ১০ ফেব্ৰুৱাৰী পৰ্যন্ত ৰে’ল সেৱা বাতিল ভাৰতীয় ৰে’লৱে’ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.