• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ প্ৰদেশত আটক প্ৰিয়ংকা গান্ধী, খেৰীত সংঘটিত ঘটনাৰ বুজ ল’বলৈ গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকী

উত্তৰ প্ৰদেশত আটক প্ৰিয়ংকা গান্ধী, খেৰীত সংঘটিত ঘটনাৰ বুজ ল’বলৈ গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকী

5 years ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

23 minutes ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

2 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

2 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

3 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

4 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

4 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

7 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

9 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

9 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উত্তৰ প্ৰদেশত আটক প্ৰিয়ংকা গান্ধী, খেৰীত সংঘটিত ঘটনাৰ বুজ ল’বলৈ গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকী

editor by editor
October 4, 2021
in গুৱাহাটী, ভাৰত, ৰাজনীতি
0
উত্তৰ প্ৰদেশত আটক প্ৰিয়ংকা গান্ধী, খেৰীত সংঘটিত ঘটনাৰ বুজ ল’বলৈ গৈছিল কংগ্ৰেছ নেত্ৰীগৰাকী
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশত আটক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী৷ উত্তৰ প্ৰদেশৰ কৃষক প্ৰতিবাদত নিহতৰ খবৰ ল’বলৈ যাওতে আটক প্ৰিয়ংকা গান্ধী৷ প্ৰতিবাদস্থলী পোৱাৰ পূৰ্বেই আৰক্ষীয়ে আটক কৰে কংগ্ৰেছ নেত্ৰীগৰাকীক৷ হৰগাঁও নামে ঠাইত সোমবাৰে পুৱাই এই ঘটনা সংঘটিত হয়৷ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত দেওবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা৷ মন্ত্ৰীয় কনভয়ে মহটিয়াই নিছিল প্ৰতিবাদ কৃষকক৷ নিহত হৈছিল ৪জন কৃষকসহ ৩গৰাকী বিজেপি কাৰ্যকৰ্তা আৰু এগৰাকী বিজেপি নেতা৷ উল্লেখ্য, দেওবাৰে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ আৰু উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যৰ ভ্ৰমণৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষকসকলে৷ প্ৰতিবাদৰ মাজতেই সংঘটিত হয় সেই ভয়ংকৰ ঘটনা৷ তাৰ পাছতেই উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে কেইবাখনো বাহন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24priyanka gandhipriyanka gandhi arrest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!
অপৰাধ

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

June 30, 2026
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ
ভাৰত

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

June 30, 2026
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

June 29, 2026
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
Next Post
বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন অসম প্ৰদেশ কংগ্ৰেছৰ

বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন অসম প্ৰদেশ কংগ্ৰেছৰ

দীপৰ বিলক ইক’ছেনছিটিভ জ’ন ঘোষণা

দীপৰ বিলক ইক’ছেনছিটিভ জ’ন ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.