• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

3 years ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

7 minutes ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

40 minutes ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

1 hour ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

2 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

3 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

4 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

5 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

15 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?

editor by editor
January 5, 2023
in অপৰাধ, অসম
0
অপৰাধমুক্ত মহানগৰীৰ পৰিকল্পনা! অপৰাধ নিয়ন্ত্ৰণৰ বাবে কি কি ব্যৱস্থাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ?
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
মহানগৰীত অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ কথা নিজমুখেই স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিগত ডিচেম্বৰ মাহত মহানগৰীত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে।
গুৱাহাটী মহানগৰীৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিধানসভাত এখন আইন গৃহীত কৰা হ’ব বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধ নিয়ন্ত্ৰণৰ বাবে মহানগৰীত ৫ জনকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানে চৰকাৰৰ বিধি পালন কৰি লগাব লাগিব CCTV কেমেৰা।
পথৰ ফালে মুখ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ খৰছত এই CCTV কেমেৰা লগাব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
লগতে কয় যে, প্ৰতিষ্ঠানসমূহে লগোৱা চিচিটিভি কেমেৰা চৰকাৰৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।
মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদৰ উদাহৰণ দাঙি ধৰি কয় যে হায়দৰাবাদত চৰকাৰে ৪ হাজাৰ কেমেৰা লগাইছে, কিন্তু জনতাই সহযোগিতা আগবঢ়াই নিজৰ খৰছত লগাইছে ৩ লাখ ৯৬ হাজাৰ চিচিটিভি কেমেৰা।
আগন্তুক ডিচেম্বৰ মাহলৈ মহানগৰীত ১ লাখ চিচিটিভি কেমেৰা লগোৱাৰ লক্ষ্যৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ…কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

আমেৰিকা নহয়! শিক্ষিতৰ হাৰেৰে প্ৰথমস্থানত আছে এইখন দেশ...কিমান নম্বৰ স্থানত আছে ভাৰতবৰ্ষ?

চিকিৎকৰ পৰ্যবেক্ষণতেই আছে ছোনীয়া গান্ধী! কি ৰোগত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী?

চিকিৎকৰ পৰ্যবেক্ষণতেই আছে ছোনীয়া গান্ধী! কি ৰোগত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.