• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্য চৰকাৰৰ নতুন SOP, ৭ জিলাত কনটেইণ্টমেণ্ট জ’ন ঘোষণা

ৰাজ্য চৰকাৰৰ নতুন SOP, ৭ জিলাত কনটেইণ্টমেণ্ট জ’ন ঘোষণা

5 years ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

10 minutes ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

1 hour ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

10 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

10 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

10 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

11 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

13 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

14 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

14 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্য চৰকাৰৰ নতুন SOP, ৭ জিলাত কনটেইণ্টমেণ্ট জ’ন ঘোষণা

editor by editor
July 6, 2021
in ক'ভিড-১৯, গুৱাহাটী
0
ৰাজ্য চৰকাৰৰ নতুন SOP, ৭ জিলাত কনটেইণ্টমেণ্ট জ’ন ঘোষণা
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্য চৰকাৰে জাৰি কৰে নতুন SOP। ৰাজ্যৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে ঘোষণা কৰে কেতবোৰ নতুন নীতি-নিৰ্দেশনা। এইবাৰ SOP তিনিটা ভাগত বিভক্ত কৰা হৈছে। ৭ খন জিলাত এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন। গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, মৰিগাঁও সন্ধিয়া ৫ বজালৈ খোলা থাকিব গেলামালৰ দোকান। নলবাৰী, তিনিচুকীয়া, কাছাৰ, কৰিমগঞ্জ, ডিব্ৰুগড়, কোকৰাঝাৰ, বাক্সা, বজালী, কামৰূপ, দৰং, হোজাই, ধেমাজি, শিৱসাগৰ, কাৰ্বি আংলঙত পূৰ্বৰ দৰেই কাৰ্ফিউ থাকিব। কামৰূপ(ম) সন্ধিয়া ৫ বজাৰ পৰা কাৰ্ফিউ। ধুবুৰী, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, হাইলাকান্দি ৫ বজাৰ পৰা বন্ধ থাকিব। ৰাজ্যৰ ১৬ খন জিলাত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ ঘোষণা। শিৱসাগৰ, ডিব্ৰুগড়তো থাকিব প্ৰশাসনৰ চোকা নজৰ। বন্ধ থাকিব আন্তঃজিলা যাতায়াত। সংবাদমেলযোগে মহানগৰবাসীক সাৱধান হ’বলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। বুধবাৰৰ ৰাজ্যত পৰা বলৱৎ হ’ব কোভিডৰ নতুন বিধি। ৫ বছৰৰ তলৰ শিশু থকা মাতৃও কৰিব ঘৰৰ পৰা কাম। কণ্টেইমেণ্ট জ’নত বিয়লি ৫ বজাৰ পৰা খুলিব গেলামালৰ দোকান। গেলামাল দোকানৰ সন্মুখত থাকিব পাচলি, ফল-মূলৰ দোকান। পূৰ্বৰ দৰেই sopত অন্তৰ্ভুক্ত নহয় জৰুৰী সেৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom l
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ
অসম

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

September 19, 2026
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
Next Post
 HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান

 HS দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব শিক্ষানুষ্ঠান

মৃতদেহৰ অংগ ছেদন GMCHত!

মৃতদেহৰ অংগ ছেদন GMCHত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.