• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট

editor by editor
December 24, 2021 - Updated on December 25, 2021
in ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
বিশ্ববাসীৰ বাবে পুনৰ শংকাৰ অন্য নাম ‘ডেলমিক্ৰন’, অমিক্ৰনতকৈও সংক্ৰামক ‘ডেলমিক্ৰন’ ভেৰিয়েণ্ট
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিগত দুটা বছৰ ধৰি কোভিড-১৯ মহামাৰীয়ে সৰ্বস্বান্ত কৰিছে মানৱজাতিক৷ পুনৰ আন এটা উদ্বেগৰ খবৰে ভাৰাক্ৰান্ত কৰিছে বিশ্ববাসীক৷ কোভিডৰ শেহতীয়া ভেৰিয়েণ্ট অমিক্ৰণৰ বিৰুদ্ধে বিশ্ববাসী ব্যস্ত থকাৰ সময়ত পুনৰ পোহৰলৈ আহিছে কোভিডৰ নতুন ভেৰিয়েণ্ট ‘ডেলমিক্ৰণ’ ভেৰিয়েণ্ট৷ অমিক্ৰণ আৰু  ডেল্টা ভেৰিয়েণ্টৰ সংযোগ হৈ সৃষ্টি হৈছে এই নতুন ভেৰিয়েণ্ট ‘ডেলমিক্ৰণ’ ভেৰিয়েণ্ট৷ বিভিন্ন দেশৰ বৰ্ধিত কোভিড সংক্ৰমণৰ ঘটনাক ডেলমিক্ৰন বুলি সদৰী কৰিছে বিশেষজ্ঞই৷ লণ্ডন আৰু আমেৰিকাত চিনাক্ত হৈছে এই নতুন ভেৰিয়েণ্ট বিধ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অমিক্ৰণতকৈও অধিক সংক্ৰামক ডেলমিক্ৰণ ভেৰিয়েণ্ট৷ ইফালে দেশৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈকে ৩৫৮ গৰাকী  লোক আক্ৰান্ত হৈছে অমিক্ৰনত৷ অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ দেশ সাজু হোৱাৰ সসময়তে ডেলমিক্ৰণ ভেৰিয়েণ্টৰ খবৰে পুনৰ উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeldelmicronomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
চৰ্চাত চিলীৰ ৰাষ্ট্ৰপতিৰ পোহনীয়া কুকুৰ ‘ব্ৰাউনী’, দিয়ে ইণ্টাৰভিউ, ফ্ৰেণ্ডৰ সৈতে কৰে ‘লাইভ চ্যেট’

শীঘ্ৰেই ৰহস্য ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ! গৱেষণাগাৰত ব্যস্ত অসমৰ যুৱ বিজ্ঞানী ৰংমন বৰদলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন