কুকুৰ সৈতে যৌন সম্ভোগ কৰিলে অতি কমেও ১৪ বছৰ কাৰাবাস খাটিব লাগিব মহিলাই৷ এই কঠোৰ সকীয়নি প্ৰদান কৰিছে এখন দেশৰ আৰক্ষী বিভাগে৷
কুকুৰ সৈতে মহিলাই যৌন সম্পৰ্ক স্থাপন কৰিলে এক বিশেষ ধৰণৰ ৰোগৰ সংক্ৰমণ হৈ বুলি প্ৰকাশ কৰি পশ্চিম আফ্ৰিকাৰ দেশ নাইজেৰিয়াৰ আৰক্ষীয়ে এই কঠোৰ নিৰ্দেশনা জাৰী কৰিছে৷
নাইজেৰিয়া নিউজ এজেঞ্চি-এ প্ৰকাশ কৰা মতে এগৰাকী টিকটক গাৰ্লে মতা কুকুৰ সৈতে যৌন সম্ভোগ কৰি থকা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে দেশখনৰ আৰক্ষীয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷
লগতে পঢ়ক প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?
নাইজেৰিয়ান আৰক্ষীয়ে সকীয়নি প্ৰদান কৰি কয় যে কোনো মহিলাই কুকুৰ সৈতে যৌন সম্ভোগ কৰিলে অতি কমেও ১৪ বছৰ কাৰাদণ্ড ভোগ কৰিব লাগিব৷
ইয়াৰ পিছতে টিকটক গাৰ্লগৰাকীয়ে এটা ভিডিঅ’ত স্বীকাৰোক্তি দি কয় যে কুকুৰৰ সৈতে এবাৰ যৌন সম্পৰ্ক স্থাপন কৰিলে তেওঁক বিশাল পৰিমাণৰ ধন প্ৰদান কৰা হয়৷
টিকটক গাৰ্লগৰাকীয়ে দাবী কৰা মতে এবাৰ তেনে সম্পৰ্ক স্থাপন কৰিলে তেওঁক ১.৭ মিলিয়ন মাৰ্কিন ড’লাৰ দিয়া হয়৷ যিটো ভাৰতীয় মূল্যত প্ৰায় ১৭ লাখ টকা৷
লগতে পঢ়ক কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ
সেয়ে নাইজেৰিয়ান আৰক্ষীৰ এই ঘোষণাত টিকটক গাৰ্লগৰাকীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ এটা ভিডিঅ’ত তেওঁ কয় যে ‘‘কুকুৰ সৈতে এবাৰ সংগম কৰিলে মোক ১৭ লাখ টকাকৈ দিয়া হৈছিল৷ মইতো কাকো হত্যা কৰা নাছিলো৷ ধনৰ বাবে এই কাম কৰিছিলো৷ কোনো ধৰণৰ অন্যায় কাম কৰা নাই৷’’
টিকটক গাৰ্লগৰাকীৰ এই ভিডিঅ’ৰ পিছতে নাইজেৰিয়াৰ আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আৰক্ষীৰ প্ৰশ্ন, কোনে এই বিশাল পৰিমাণৰ ধন প্ৰদান কৰিছিল?
আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়াই টুইট কৰি কয়, ‘‘তেওঁ যি কৰিছে, সেয়া আইনৰ দৃষ্টিত গুৰুতৰ অপৰাধ৷ ইয়াৰ বাবে তেওঁৰ ১৪ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















